Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Badruddin Ajmal:ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পিছত এইবাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তলৈ পত্ৰ প্ৰেৰণ মৌলানা বদৰুদ্দিন আজমলৰ

publisher by publisher
December 29, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Badruddin Ajmal:ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পিছত এইবাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তলৈ পত্ৰ প্ৰেৰণ মৌলানা বদৰুদ্দিন আজমলৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Badaruddin Ajmal’s Latter:বাংলাদেশত হিন্দু আৰু ধৰ্মীয় স্থানত ক্ৰমাৎ বৃদ্ধি পোৱা আক্ৰমণ সন্দৰ্ভত প্ৰাক্তন সাংসদ মৌলনা বদৰুদ্দিন আজমলৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ

AIUDF : সাম্প্ৰদায়িক মন্তব্য দিয়া এ আই ই ডি এফৰ সভাপতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত ন্যায়লয়ৰ দ্বাৰস্থ্য হ’ল অসম জাতীয় পৰিষদ

Barak Democratic Front : বিজেপি-ক সুবিধা কৰি দিবলৈ অপ্ৰীতিকৰ মন্তব্য কৰিছে আজমলে !

Badruddin Ajmal:

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পিছত এইবাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তলৈ বাংলাদেশত হিন্দু সংখ্যালঘুসকলে সন্মুখীন হোৱা আতংকজনক পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্বেগেৰে এখনি পত্ৰ প্ৰেৰণ কৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা প্রাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে।

ADVERTISEMENT

পত্র খনিত তেওঁ উল্লেখ কৰে যে,আন্তঃৰাষ্ট্ৰীয় সমাজে মানৱ অধিকাৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো শেহতীয়া প্রতিবেদনসমূহত হিন্দু সংখ্যালঘুসকলৰ লগতে তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ বিৰুদ্ধে হিংসা আৰু আক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। যিবোৰ কিছুমান বিশেষ গোটে সংঘটিত কৰিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এই দুৰ্বল জনসংখ্যাৰ জীৱন, সম্পত্তি, পবিত্র স্থানৰ বাবে পর্যাপ্ত সুৰক্ষা প্ৰদান কৰাত যেন ব্যর্থ হৈছে। অসংখ্য হিংসাত্মক ঘটনাৰ ফলত মর্মান্তিকভাৱে প্ৰাণ হেৰুৱাইছে, ঘৰ-দুৱাৰ ধ্বংস হৈছে, হিন্দু সংখ্যালঘুৰ সম্পত্তি লুটপাত হৈছে।

এই চলি থকা সংকটে এই লোকসকলৰ সুৰক্ষা বিপন্ন কৰাই নহয়, নিৰাপত্তাহীনতা আৰু ভয়ৰ দ্বাৰা চিহ্নিত পৰিৱেশত ডাঙৰ-দীঘল হোৱা তেওঁলোকৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। এনে কাৰ্যই কেৱল মানৱ অধিকাৰৰ তীব্ৰ উলংঘা কৰাই নহয়, বাংলাদেশৰ হিন্দু সংখ্যালঘুসকলৰ মাজত ভয় আৰু নিৰাপত্তাহীনতাৰ পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত তেওঁলোকে অহৰহ ভাবুকিৰ সন্মুখীন হ’বলৈ বাধ্য হয়। গতিকে আন্তঃৰাষ্ট্ৰীয় সমাজে এই উলংঘাসমূহৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশ চৰকাৰক জবাবদিহি কৰাটো অতি প্রয়োজনীয় যে তাত হিন্দু সংখ্যালঘু জনসংখ্যাক সুৰক্ষা দিব নোৱাৰাৰ বাবে বাংলাদেশ চৰকাৰক জবাবদিহি কৰিব লাগে বুলি পত্র খনিত ব্যক্ত কৰে।

তদুপৰি পত্ৰ খনিত ক্ষতিগ্রস্ত লোকসকলে সমর্থন আৰু পোষকতাৰ বাবে বিশ্ব সম্প্রদায়ৰ ফালে চাই আছে বুলি উল্লেখ কৰি শান্তিপূর্ণভাৱে জীয়াই থকাৰ অধিকাৰৰ আশ্বাস বিচাৰি আজমলে আৰু উল্লেখ কৰে যে এনে পৰিস্থিতিত এজন দায়িত্বশীল ভাৰতীয় নাগৰিক হিচাপে আৰু এ আই ইউ ডি এফৰ সভাপতি হিচাপে, লগতে অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি হিচাপে আহ্বান জনাইছো। বাংলাদেশৰ হিন্দু সংখ্যালঘুসকলৰ মানৱ অধিকাৰ আৰু জীৱন সুৰক্ষিত কৰাৰ বাবে সকলো সম্ভৱপৰ ব্যৱস্থা গ্রহণ কৰক।

বিশেষভাৱে বাংলাদেশ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি হিন্দু সংখ্যালঘু আৰু তেওঁলোকৰ পূজাস্থলীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰক। তদুপৰি এই জঘন্য কাৰ্য্যৰ বাবে দায়ীসকলক আদৰ্শগত শাস্তিৰ ব্যৱস্থাৰ আহ্বান জনোৱাৰ লগতে ভৱিষ্যতে এনে হিংসাক বাধা দিবলৈ আৰু আইনৰ শাসন বজাই ৰাখিবলৈ পত্ৰৰ জৰিয়তে আহ্বান জনায়। মানৱ অধিকাৰ সুৰক্ষা সকলো জাতিৰ বাবে সর্বোচ্চ অগ্রাধিকাৰ হ’ব লাগে। বাংলাদেশৰ হিন্দু সংখ্যালঘুসকলে আন্তঃৰাষ্ট্ৰীয় সমাজৰ সংহতি আৰু সমর্থনৰ যোগ্য।

গতিকে বাংলাদেশত অর্থপূর্ণ পৰিৱৰ্তনৰ পোষকতা কামনা কৰি প্ৰতিজন ব্যক্তিয়ে নিজৰ ধৰ্মীয় বিশ্বাস নির্বিশেষে যাতে তাত শান্তি আৰু নিৰাপদে জীয়াই থাকিব পাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তলৈ পত্র খনিত অনুৰোধ জনাই আজমলে আশা ব্যক্ত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Badaruddin Ajmal's LatterBadruddin AjmalUnited Nations Human Rights Council
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d