Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gmc Mayor Pressmeet In Guwahati: গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল সম্বোধন

publisher by publisher
December 30, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Gmc Mayor Pressmeet In Guwahati: গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল সম্বোধন
1
SHARES
8
VIEWS
ShareShareShareShare

Gmc Mayor Pressmeet In Guwahati:

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সোমবাৰে উজান বজাৰস্থিত জিএমচি কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সদৰি কৰে ৷

ADVERTISEMENT

সেই অনুসৰি মহানগৰীৰ বিভিন্ন ৱাৰ্ডত চলি থকা হাউচ নম্বৰ জৰীপৰ বিষয়ে ঘোষণা কৰি কয়, জিএমচিৰ অনুমোদিত সেৱা প্ৰদানকাৰী অৰ্থাৎ জিঅ’ ভিষ্টাই কৰিছে যাৰ বাবে বাসিন্দাসকলে কোনো ইউজাৰ চাৰ্জ দিয়াৰ প্ৰয়োজন নাই।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

একেদৰে মহানগৰ অন্তৰ্গত পথ – উপ- পথ সমূহ পৰিষ্কাৰ কৰাত গুৰুত্ব আৰোপ কৰি চলি থকা গুৱাহাটী স্বচ্ছতা অভিযানৰ বিষয়েও উল্লেখ কৰি মেয়ৰ গৰাকীয়ে আৰু কয়,এই ক্ষেত্ৰত নাগৰিকৰ পৰা বহুমূলীয়া মতামত আশা কৰি নাগৰিক সকলক পূৰ্ণ সমৰ্থন আগবঢ়াবলৈও আহ্বান জনায় যাতে নিগমে স্বচ্ছ সুৰক্ষাত উন্নত প্ৰদৰ্শন কৰিব পাৰে।

আনহাতে ভৰলু নদী পৰিষ্কাৰ কৰাৰ লগতে মহানগৰ এলেকাৰ ভিতৰত বায়ু প্ৰদূষণৰ সমাধানৰ বাবেও নিগমে পদক্ষেপ গ্ৰহণ কৰিছে। নিগমে ছুইপিং মেচিন, পানী ক্ৰয় কৰিছে এই ক্ষেত্ৰত স্প্ৰিংকলাৰ, ইভি জাবৰ বাহন।

মৃগেন শৰণীয়াই কয়,সম্পত্তিৰ পুনৰ মূল্যায়নৰ বাবে এতিয়াৰ পৰা বাসিন্দাসকলে নিজাববীয়াকৈ জিএমচিৰ ৱেবছাইটত কৰিব পাৰিব। বাসিন্দাসকলক সময়মতে সম্পত্তি কৰ পৰিশোধ আৰু চহৰখনত বিভিন্ন ব্যৱসায় চলাই থকা প্ৰতিষ্ঠানৰ গৰাকী সকলক অচিৰেই বাণিজ্যিক অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে আহ্বান জনাই ৷ ইয়াৰ বাবে জিএমচি ৱেবছাইটত হোল্ডিং নম্বৰ আৰু ট্ৰেড লাইচেন্সৰ তৎক্ষণাত কৰাৰ ব্যৱস্থা কৰিছে ৷ আনহাতে বাসিন্দা সকলে ঘৰতে কৰ পৰিষোধ কৰিব পৰাকৈ জিএমচিয়ে কৰ সংগ্ৰাহক আৰু পৌৰ সখীকো কৰ সংগ্ৰহৰ বাবে নিয়োগ কৰিছে।

সংবাদমেল খনত মেয়ৰ গৰাকীয়ে আৰু উল্লেখ কৰে যে,চলিত বৰ্ষত নিগমে ইতিমধ্যে পথ, নলা, ৰাজহুৱা শৌচাগাৰ, কমিউনিটি হল, শ্মশান খেলপথাৰ আদি নিৰ্মাণ কৰিছে। তদুপৰি প্ৰায় ১১০০০ টা ষ্ট্ৰীট লাইটসমূহ কাৰ্যক্ষম কৰি তোলা হৈছে যাতে মহানগৰীৰৰ ষ্ট্ৰীটসমূহ পোহৰ হয় ৷অচিৰেই ১০০০০ টা নতুন ষ্ট্ৰীট লাইট কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা কৰা হ’ব ।

জিএমচিয়ে গণেশগুৰি, উলুবাৰী আৰু বেলতলাত তিনি খন বৃহৎ বজাৰ নিৰ্মাণ কৰাৰ লগতে আন কে’বাটাওস্থানত কেইখনমান নতুন বজাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ষ্ট্ৰীট ভেণ্ডৰৰ সন্দৰ্ভত সাংবাদিক সোধা এক প্ৰশ্নত্তোৰত মেয়ৰ গৰাকীয়ে কয়, মহানগৰীত ইতিমধ্যেই ১৭টা ভেণ্ডিং জ’ন ঘোষণা কৰা হৈছে।

গণেশগুৰি চ’কৰ পুনৰ উন্নয়নৰ বাবেও নিগমে ধন আগবঢ়াইছে আৰু শ্মশানৰ বাবে ব্ৰিকেটৰ লগতে বিনামূলীয়া মৰ্চাৰী ভ্যান সেৱা অৰ্থাৎ স্বৰ্গৰথ আৰম্ভ কৰিছে। কৃত্ৰিম বানৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ নিগমে অহৰহ চেষ্টা কৰি আছে। মিছন ফ্লাড ফ্ৰীৰ অধীনত জিএমচিয়ে প্ৰায় ৪০০ টা নলা আৰু ৫ খন নদী পৰিষ্কাৰ কৰিব। ইয়াৰ উপৰিও মূল পথত ডি-চিল্টিঙৰ বাবে ছুপাৰ ছাকাৰছক নিয়োগ কৰিছে।

আন অতি কম সংখ্যক পৌৰসভাৰ লগতে জিএমচিক CITIS 2.0 INITIATIVE ৰ অধীনত ১৫০ কোটি টকা লাভ কৰা হৈছে। যিহেতু জিএমচিয়ে গুৱাহাটী জল ব’ৰ্ডৰ পানী যোগান সংযোগৰ সুবিধা লাভ কৰাত ৭০০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰিছে কেৱল ইয়াৰ বৰ্তমানৰ গ্ৰাহক আৰু ৰেচন কাৰ্ডধাৰীক। প্ৰ-পত্ৰখন সকলো ৱাৰ্ড কাউন্সিলাৰৰ হাতত উপলব্ধ কৰা হৈছে বুলি সংবাদমেলত সদৰি কৰে মেয়ৰ মৃগেন শৰণীয়াই ৷ সংবাদমেলত উপ- মেয়ৰ আৰু আয়ুক্তও উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: City Wide In Prostructure UpgradesGMC Meyor Mrigen Sarania AnnouncedGuwahatiNew ProjectsPressmeet Addressing
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d