Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assam Jatiya Parishad:ৰৌ-বৰালিক গ্ৰেপ্তাৰ কৰি উমৰাংছুৰ ভয়ঙ্কৰ ঘটনাৰ ওপৰত তিৰপাল টনাৰ অভিযোগ : ন্যায়িক তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ

’মুখ্যমন্ত্ৰীৰ সন্মতি অৱিহনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্যৰ ভয়ঙ্কৰ দুঃসাহস অসম্ভৱ’, ডালমিয়া, বিনয় আৰু ষ্টাৰ চিমেন্টকো দতন্তৰ আওতালৈ অনাৰ দাবী

publisher by publisher
January 8, 2025
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Assam Jatiya Parishad:ৰৌ-বৰালিক গ্ৰেপ্তাৰ কৰি উমৰাংছুৰ ভয়ঙ্কৰ ঘটনাৰ ওপৰত তিৰপাল টনাৰ অভিযোগ : ন্যায়িক তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ
1
SHARES
12
VIEWS
ShareShareShareShare

Assam Jatiya Parishad:

ৰৌ-বৰালিক গ্ৰেপ্তাৰ কৰি চৰকাৰে ৰাজ্যৰ অবৈধ কয়লাৰ বৃহৎ বেহাক তিৰপালেৰে ঢকাৰ প্ৰয়াস চলোৱা বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদে ৷

ADVERTISEMENT

জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, অসমত কয়লাৰ বেআইনী খনন, পৰিবহন, অবৈধ ধনৰ সৰবৰাহ আৰু ছিণ্ডিকেটৰ এক পৰ্বতসম দুৰ্নীতি-অনিয়ম খোদ দিছপুৰৰ পৃষ্ঠপোষকতাত সংঘটিত হৈ আহিছে – যিটো ডিমা হাচাও জিলাৰ উমৰাংছুৰ ঘটনাই আপোনা-আপুনি জনচক্ষুৰ সন্মুখত উদঙাই দিছে ৷ গতিকে এক উচ্চ পৰ্য্যায়ৰ ন্যায়িক তদন্তৰ জৰিয়তে এই পৰ্বতসম দুৰ্নীতি-অনিয়মৰ গুৰি উদ্ধাৰ কৰাৰ প্ৰয়োজন ৷

RelatedPosts

Lurinjyoti Gogoi:বিনামূলীয়া ইউনিফৰ্ম বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম

Umrangso Incident:উমৰাংছ’ৰ অভিশপ্ত কয়লাখনিত এতিয়াও আবদ্ধ খলিচানিমাৰীৰ সৰ্পা বৰ্মন

Digboi Congress Protest:ডিগবৈত জিলা কংগ্ৰেছৰ অৱস্হান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী

তাৎপর্য্যপূৰ্ণভাৱে, কয়লাৰ বেআইনী খনন, পৰিবহন আৰু অবৈধ ধনৰ সৰবৰাহৰ এই জঘন্য ঘটনাৰ সৈতে ৰাজ্যত সক্ৰিয় হৈ থকা ডালমিয়া চিমেন্ট, বিনয় চিমেন্ট আৰু ষ্টাৰ চিমেন্টকে ধৰি কেইবাটাও চিমেন্ট কোম্পানীৰো নাম জড়িত হৈ পৰা বুলি অভিযোগ কৰি অসম জাতীয় পৰিষদে উক্ত চিমেন্ট কোম্পানীসমূহকো তদন্তৰ আওতালৈ অনাৰ দাবী তুলিছে ৷

জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ‘ৰেট হোল মাইনিঙ’ৰ জৰিয়তে কয়লা খনন ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ উভয়ৰ দ্বাৰা নিষিদ্ধ এই কথা সকলোৰে জ্ঞাত ৷ উক্ত নিষেধাজ্ঞা উলঙ্ঘা কৰি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া, কাৰ্বি আংলং, ডিমা হাচাও আদি জিলাত কয়লাৰ বেআইনী খনন, অসমৰ ৰাজপথসমূহৰ মাজেৰে তাৰ ব্যাপক পৰিবহন আৰু এই অবৈধ ব্যৱসায়ৰ বিনিময়ত উচ্চ পৰিমাণৰ অবৈধ ধনৰ লেনদেন-সৰবৰাহ আৰু ছিণ্ডিকেট চলাৰ বিষয়ে অসম জাতীয় পৰিষদসহ ৰাজ্যৰ প্ৰায়সমূহ দল-সংগঠন তথা সংশ্লিষ্ট এলেকাৰ ৰাইজে যোৱা দুই-তিনি বছৰ ধৰি কৈ আহিছে যদিও চৰকাৰ-আৰক্ষীয়ে বিষয়টো গাপ দি আহিছে ৷

বৰং চৰকাৰী পক্ষই অসমত ‘ৰেট হোল মাইনিঙ’ৰ জৰিয়তে কয়লা খনন হৈ থকাৰ কথাটো অস্বীকাৰ কৰি আহিছে ৷ কিন্তু শেহতীয়াভাৱে উমৰাংছুৰ ঘটনাস্থলীৰ ফটো-ভিডিঅ’ই ‘ৰেট হোল মাইনিং’ হৈ থকাটো এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাটো উন্মোচন কৰি দিছে ৷ এনে অৱস্থাত চৰকাৰ-আৰক্ষীয়ে বিষয়টো গাপ দিয়াৰ উদ্দেশ্যে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোছাৰ পত্নীৰ আত্মীয় এজনক গ্ৰেপ্তাৰ কৰি এইটো বুজাব খুজিছে যে উক্ত ব্যক্তিজনেহে চৰকাৰ-আৰক্ষীৰ অজ্ঞাতে উক্ত ‘ৰেট হোল’ খনন চলাই আহিছিল ৷

কিন্তু চৰকাৰ-প্ৰশাসন-আৰক্ষীৰ অজ্ঞাতে এই ভয়ঙ্কৰ দুঃসাহস কেনেকৈ সম্ভৱ ৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা উলংঘা কৰাৰ দৰে দুঃসাহসিক অনিয়ম সংঘটিত হ’বলৈ দিয়া বাবে ডিমা হাচাওৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষ আৰু জিলা বন বিষয়াৰ পৰা আৰম্ভ কৰি এই প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন পর্যায়ৰ সকলো চৰকাৰী দায়িত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰি উক্ত সকলোকে তদন্তৰ আওতালৈ অনাৰ প্ৰয়োজন ৷

আনহাতে, অসম খনি উন্নয়ন নিগম চমুকৈ এ এম ডি চিৰ সঞ্চালক নটৰাজন আনন্দকো গ্ৰেপ্তাৰৰ দাবী তোলে অসম জাতীয় পৰিষদে ৷ দলৰ সভাপতি-সাধাৰণ সম্পাদকদ্বয়ে কয় যে আইন তথা বিধি অনুসৰি ৰাজ্যত কয়লা খনন আৰু বিক্ৰি তথা পৰিবহনৰ বিধগত এক্তিয়াৰ এ এম ডি চিৰ নাই ৷ কিন্তু আশ্চর্য্যজনকভাৱে, এ এম ডি চিয়ে যোৱা তিনি বছৰে তিনিচুকীয়া জিলা, কাৰ্বি আংলং জিলা আৰু ডিমা হাচাও জিলাৰ বিভিন্ন ঠাইৰ কয়লা পৰিবহনৰ আনুষ্ঠানিক চালান ইছ্যু কৰি আহিছে ৷

আনকি এ এম ডি চিয়ে ডালমিয়া চিমেন্ট, বিনয় চিমেন্ট আৰু ষ্টাৰ চিমেন্টকে ধৰি কেইবাটাও চিমেন্ট কোম্পানীক এক্তিয়াৰ বহিৰ্ভূতভাৱে কেইবা লাখ টন চিমেন্ট বিক্ৰি কৰিছে ৷ এ এম ডি চিৰ সঞ্চালক নটৰাজন আনন্দেই এনে অনিয়ম সংঘটিত কৰাৰ আঁৰৰ মূল মানুহ বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই নটৰাজন আনন্দকো তৎকালীনভাৱে গ্ৰেপ্তাৰৰ লগতে উল্লিখিত চিমেন্ট কোম্পানীসমূহকো তদন্তৰ আওতালৈ অনাৰ দাবী তোলে ৷

জাতীয় পৰিষদৰ নেতাদ্বয়ে বিয়াগোম অনিয়ম-কেলেংকৰাৰীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দায়ী সাব্যস্ত কৰি কয় যে মুখ্যমন্ত্ৰীৰ অজ্ঞাতে বা সন্মতি অৱিহনে উচ্চতম ন্যায়ালয়ক অৱজ্ঞাৰে ইমান ভয়ঙ্কৰ দুঃসাহসিক অনিয়ম-কেলেঙ্কাৰী সংঘটিত কৰাটো সম্ভৱ নহয় ৷

“মুখ্যমন্ত্ৰীৰ অজ্ঞাতে ডিমা হাছাও স্বায়ত্ব পৰিষদৰ কোনোবাই এই কাম কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ৷ কিন্তু জিলা আয়ুক্ত বা আৰক্ষী অধীক্ষকৰ অজ্ঞাতে ৰেট হোল মাইনিং, কয়লা সৰবৰাহ আৰু পৰিবহন কেনেকৈ সম্ভৱ হ’ব পাৰে ? জিলা আয়ুক্ত বা আৰক্ষী অধীক্ষকে এইবোৰ মুখ্যমন্ত্ৰীক অৱগত কৰা নাছিল নেকি ? যদি কৰা নাছিল, তেনেহ’লে তৎকালীনভাৱে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰৰ নির্দেশ দিয়ক ৷

মুখ্যমন্ত্ৰীৰ অজ্ঞাতে এ এম ডি চিয়ে এক্তিয়াৰ বহিৰ্ভূতভাৱে তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উলঙ্ঘা কৰি কেনেকৈ কয়লা খনন আৰু বিক্ৰি কৰিবলৈ ললে ? যদি এ এম ডি চিৰ সঞ্চালকে মুখ্যমন্ত্ৰীক জনোৱা নাছিল তেনেহ’লে সঞ্চালক নটৰাজন আনন্দকো তৎকালীনভাৱে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ক মুখ্যমন্ত্ৰীয়ে ৷ অন্যথায় এইটো আপোনা-আপুনি প্ৰমাণ হৈ যাব যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি সমগ্ৰ অসমতে কয়লাৰ বেআইনী খনন, অবৈধ পৰিবহন আৰু সৰবৰাহৰ এই বৃহৎ কেলেংকাৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নিজে জড়িত হৈ আছে’ গগৈ আৰু ভূ্ঞাই কয় ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ajp Pressreleasejagdish bhuyanLurinjyoti GogoiUmrangso Illegal Mining
publisher

publisher

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d