Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোন হ’ব প্রথম সভাপতি: চর্চাত গগৈ-ড° ডেকা-ভূঞা-ফুকনৰ নাম

publisher by publisher
December 10, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
কোন হ’ব প্রথম সভাপতি: চর্চাত গগৈ-ড° ডেকা-ভূঞা-ফুকনৰ নাম
6
SHARES
62
VIEWS
ShareShareShareShare

সংশােধিত নাগৰিকত্ব আইন বিৰােধী আন্দোলনৰ পটভূমিত সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যৌথ উদ্যোগত গঠিত অসম পৰামর্শদাতা সমিতিৰ প্ৰচেষ্টাত যােৱা ১৪ ছেপ্টেম্বৰত ভূমিষ্ঠ হােৱা বহুচর্চিত অসম জাতীয় পৰিষদৰ পূৰ্ণাংগ সমিতি গঠনক কেন্দ্ৰ কৰি কুচকাৱাজ আৰম্ভ হৈছে।

ADVERTISEMENT

উল্লেখ্য যে ২০২১ৰ নিৰ্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে অহা ১৬ আৰু ১৭ ডিচেম্বৰত নৱগঠিত দলটোক পূর্ণাংগ ৰূপ দিয়াৰ উদ্দেশ্যে আয়ােজিত ৰাজ্যিক অধিৱেশনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্রান্ততে তৎপৰতা বৃদ্ধি কৰিছে পৰিষদৰ নেতৃত্বই। সমান্তৰালভাৱে দলৰ প্ৰথমজন সভাপতি কোন হ’ব তাকে লৈ উৎসুকতা বৃদ্ধি পাইছে কর্মীসকলৰ মাজত।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

জাতীয় পৰিষদৰ বৰ্তমানৰ তিনিজন নেতৃত্ববাহী ক্ৰমে মুখ্য আহ্বায়ক ড°বসন্ত ডেকা, ৰাজ্যিক সমন্বয়কদ্বয় জগদীশ ভূঞা আৰু অদীপ ফুকনৰ সমান্তৰালভাৱে আছুৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নাম সভাপতি পদৰ বাবে চৰ্চিত হৈছে। অৱশ্যে সভাপতিৰ দৌৰত বলিষ্ঠ কণ্ঠৰ অধিকাৰী ছাত্র নেতা লুৰীণজ্যোতিৰ নাম চৰ্চাৰ শীৰ্ষত আছে। তেৱেঁই সভাপতি হােৱাৰ সম্ভাৱনা অধিক বুলি এজেপিৰ শীর্ষ সূত্রই দাবী কৰে।

ইফালে, নতুন আঞ্চলিক দলটোৰ ভেটি শক্তিশালী কৰিবলৈ ব্যাপক হাৰত যােগদান কার্যসূচী অব্যাহত ৰখাৰ সমান্তৰালভাৱে শিৱসাগৰত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক অধিবেশনত এক লাখ লােক সমবেত হ’ব পৰাকৈ সকলাে ব্যৱস্থা আগবঢ়াই নিছে দলটোৰ নেতৃত্বই। ২০২১ৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াব পৰাকৈ দলটোক সকলাে দিশত সাজু কৰি তােলাৰ প্রচেষ্টা অব্যাহত ৰাখিছে নেতৃত্বই। জল্পনা-কল্পনাৰ ওৰ পেলাই ১৭ ডিচেম্বৰত পূর্ণাংগ ৰূপ পাব লগা জাতীয় পৰিষদৰ প্ৰথমখন ৰাজ্যিক সমিতিক লৈয়াে বর্তমানৰ নেতৃত্বৰ মাজত কুচকাৱাজ অব্যাহত আছে।

অৱশ্যে সভাপতিৰ আসনক কেন্দ্ৰ কৰি লুৰীণজ্যোতি গগৈৰ নাম সর্বত্র চর্চিত হলেও তেওঁৰ বয়সক লৈ নেতৃত্বৰ মজিয়াত প্ৰশ্নৰ অৱতাৰণা হােৱা বুলি এক সূত্রই প্রকাশ কৰিছে। প্ৰশ্নৰ অৱতাৰণা হলেও অধিকাংশই গগৈয়ে সভাপতি হােৱাৰ ইংগিত বহন কৰে। উল্লেখ্য যে এজেপিৰ খচৰা সংবিধান অনুসৰি প্রশাসনিক জিলাসমূহে নির্বাচিত কৰি পঠোৱা কার্যনির্বাহক সদস্য আৰু মনােনীত ১৫ জন সদস্যৰে ৰাজ্যিক কার্যনির্বাহক সমিতিখন গঠন হ’ব। এই সমিতিত একোজনকৈ সভাপতি, কার্যকৰী সভাপতি, সাধাৰণ সম্পাদক, বিত্ত সম্পাদক, প্রচাৰ সম্পাদকৰ উপৰি পাঁচজন উপ-সভাপতি, যুটীয়া সম্পাদক, পাঁচজন সম্পাদক, সদস্য আৰু ১৫ জন মনােনীত সদস্য থাকিব।

দুহেজাৰ প্ৰাক্তন আছুৰ নেতা-কর্মীক লৈ যােগদান কৰিব লুৰীণে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে অহা ১৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ’ব লগা অসম জাতীয় পৰিষদৰ ৰাজ্যিক অধিবেশনত দলত যােগদান কৰাৰ পূর্ণ সম্ভাৱনা আছে। গগৈৰ লগতে সদ্য বিদায়ী আছুৰ নেতা-কর্মী, প্রাক্তন নেতাসহ প্রায় দুহেজাৰ ছাত্র নেতাই জাতীয় পৰিষদত যােগদান কৰিব।

উল্লেখ্য যে জাতীয় পৰিষদত যােগদান কৰিবলৈ এজেপিৰ নেতৃত্বই সদ্য প্রাক্তন আছু নেতাজনক আহ্বান জনাই আহিছে আৰু ৰাজ্যিক অধিবেশনত তেওঁ যােগদান কৰাটো প্রায় নিশ্চিত। গগৈৰ ঘনিষ্ঠ সূত্রত প্রকাশ যে যােগদান সন্দৰ্ভত নিশ্চিত হলেই সংবাদমাধ্যমৰ জৰিয়তে ৰাইজক জনাব গগৈয়ে। তেওঁ নতুন ৰাজনৈতিক দলটোত যােগদান কৰাটো নিশ্চিত যদিও এতিয়ালৈকে দিন ঠিক হােৱা নাই। অৱশ্যে ১৭ ডিচেম্বৰত সমবেত ৰাইজৰ সন্মুখত তেওঁ দলত যােগদান কৰাৰ সম্ভাৱনা আছে বুলি কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: adip phukanAJPAssamjagdish bhuyanLurinjyoti Gogoi
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d