Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Budget One Lakh Plus Appointment: :অসম বিধানসভাত বিত্তমন্ত্ৰীৰ বাজেট দাখিল

এক লাখ প্লাছ নিযুক্তি সন্দৰ্ভত ২০২৪ বৰ্ষৰ জানুৱাৰী লৈকে ৯৪,৫০৬ গৰাকী নিযুক্তি

publisher by publisher
February 12, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Assam Budget One Lakh Plus Appointment: :অসম বিধানসভাত বিত্তমন্ত্ৰীৰ বাজেট দাখিল
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Ajanta Neug:লেখানুদান সদনত উদ্থাপন বিত্তমন্ত্ৰী অজন্তা নেওগৰ

Assam Assembly Budget Session:পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি দ্বিতীয় দিন

Gaurav Gogoi:একলগ হোৱাৰ দিশে ৩গগৈ ! আনুষ্ঠানিকতা বাকী

Assam Budget One Lakh Plus Appointment: :

আজি দিনৰ দুই বজাত অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৪-২৫ বৰ্ষৰ পূনাংগ বাজেট ৷ বাজেটত এক লাখ প্লাছ নিযুক্তি সন্দৰ্ভত কেতবোৰ তথ্য দাঙি ধৰে ৷
বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা তথ্যানুসৰি ২০২৪ বৰ্ষৰ জানুৱাৰী মাহলৈকে ৯৪,৫০৬ গৰাকী চাকৰি প্রত্যাশীক সফলতাৰে নিযুক্তি দিয়া হৈছে ৷

ADVERTISEMENT

বিতং তথ্য :
২০২১ বৰ্ষত প্ৰদান কৰা নিযুক্তি (মে’ মাহৰ পৰা) ৪,৭৭৯,২০২২ বৰ্ষত ৩৫.১৩০,২০২৩ বৰ্ষত ৫৩,৬৪৮ আৰু ২০২৪ চনৰ জানুৱাৰীত নির্বাচিত কৰা প্রার্থীৰ সংখ্যা ৯৪৯ গৰাকী ৷ সৰ্বমুঠ নিযুক্তি ৯৪,৫০৬ ৷

বিভাগ ভিত্তিক বিৱৰণ ২০২২, ২০২৩ আৰু ২০২৪ বিভাগৰ নাম গৃহ আৰু ৰাজনৈতিক বিভাগত?২০,২৮৫, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩৮, জলসম্পদ বিভাগত ১৭৪, সমাজ কল্যাণ বিভাগত ৬৯, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত১,৭১০, কৃষি বিভাগত ২৬৬,পৰিৱেশ আৰু বন বিভাগত ৫৬, লোকনির্মাণ বিভাগত ৫৫২,খনি আৰু খনিজ সম্পদ বিভাগত ২, শ্রমিক কল্যাণ বিভাগ ১৭, বিদ্যালয় শিক্ষা বিভাগত ২২.৬২৭,উচ্চ শিক্ষা বিভাগত ১,০৯১, বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগত ৩১৮, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ৪৯৫, জলসিঞ্চন বিভাগত ৪৬২ ,দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ২৪ পশুপালন আৰু পশু চিকিৎসাত ১৮৮ , ক্রীড়া আৰু যুব কল্যাণত ১৪৮, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১১ পর্যটন বিভাগত ৬,হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগত ৬ মহিলা আৰু শিশু উন্নয়নত 8 তথ্য-প্রযুক্তি বিভাগত8, পৰিবহণ বিভাগ ২৫, মীন বিভাগত ৩৫,সমবায় বিভাগত ২, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত ২,উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগত ১৪, তথ্য আৰু জনসংযোগ বিভাগত ১, সাধাৰণ প্রশাসন বিভাগত ১৭৩, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ২৩৬,ভূমি সংৰক্ষণ বিভাগত ২৭,সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত ৩৬২,অসম অসামৰিক সেবা আৰু আনুসংঙ্গিক সেৱাত ১,৪৯৮
তৃতীয় বর্গব নিযুক্তিৰ বাবে গঠিত ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগৰ দ্বাৰা অনুমোদন জনোৱা প্রার্থী ২৫,৭০৮,কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত ৬৯৯,বড়োলেও টেৰিটৰিয়েল কাউন্সিলত২,৫৭৮, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদ ৫৭৯,অসম সমবায় মৰাপাট কল লিমিটেড, নগাঁৱত ২৫৩,অসম গেছ কোম্পানী লিমিটেডত ৪৪,অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডত ১২, অসম বিদ্যুৎ গ্রীড নিগমত ৩৯৪,অসম পেট্র’-কেমিকেলছ লিমিটেডত ৫৩,অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমত ৩, অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগমত ২,অসম খনিজ উন্নয়ন নিগমত ১০, অসম শক্তি উৎপাদন নিগম লিমিটেডত ৪৫,অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত ৫, উত্তৰ-পূব গেছ বিতৰণ কোম্পানী ১০ মাধবদেৱ বিশ্ববিদ্যালয়ত ৩,কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত ১ ,মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত ৪০, ববীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত ২৫ আৰু ফৰেনছিকত বিজ্ঞান সঞ্চালকালয়ত ৩৬ ৷

ইয়াৰ উপৰি বিত্তমন্ত্ৰী গৰাকীয়ে সদনত উল্লেখ কৰে যে, ৩৫,৯১০টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্রকাশ কৰা হৈছে। ইয়াৰ জৰিয়তে মুঠ ১,৩০,৪১৬ টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি কৰা হৈছে।

কম সময়ৰ ভিতৰতে প্রথমবাৰৰ বাবে এনেকুৱা এক অভিলেখ পর্যায়ৰ নিযুক্তি প্রক্রিয়া সম্পন্ন হৈছে বুলি মন্তব্য কৰি কয় ,অসম লোক সেৱা আয়োগত ২৩৯,তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগত ৭,৬০০, চতুৰ্থ বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগত ৫,০০০,ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদত ৬.১৬৭, চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদত ২৫০০ আৰু শিক্ষা বিভাগত ১৪,৪০৪ ৷

আনহাতে, এই নিযুক্তিৰ প্রক্রিয়াৰ জৰিয়তে সর্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি সামাজিক সমতা সম্ভব কৰিব বিচাৰিছো বুলি উল্লেখ কৰি বিত্তমন্ত্ৰী গৰাকীয়ে কয়, চৰকাৰী নিযুক্তিত সামাজিক সমতা স্থাপনৰ বাবে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। তেনে পৰিয়ালত চৰকাৰী চাকৰিয়ালৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত সামাজিক সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ’ব।

যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই, তেওঁলোকক সুবিধা দিয়াৰ অর্থে তেনে প্রার্থীৰ মুঠ প্রাপ্ত নম্বৰৰ সৈতে ৫ শতাংশ অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্রক্রিয়াত প্রার্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কার্যকৰী হ’ব বুলি বাজেট ভাষণত মন্তব্য কৰে ৷ এই উদ্দেশ্যে এই চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰাৰ কথা সদৰি কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam AssemblyAssam Budget 2024-25Finance Minister Ajanta Neugone lakh plus appointment
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d