Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Boko:বকো বালিঝাৰৰ আমিজান বিবিয়ে লাভ কৰিলে দহ লাখ টকাৰ অফাৰ ব্লেক টাইগাৰ চিমেন্টৰ তৰফৰ পৰা

 নিৰ্মাণৰত চৰকাৰী বাসগৃহৰ ক্ৰ‌য় কৰা চিমেণ্টৰ পেকেটত পালে দহ লাখ টকাৰ উপহাৰ কুপন,আনুষ্ঠানিক কাৰ্য্যসূচীৰে চেক বিতৰণ কৰ্তৃপক্ষৰ

publisher by publisher
June 1, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Boko:বকো বালিঝাৰৰ আমিজান বিবিয়ে লাভ কৰিলে দহ লাখ টকাৰ অফাৰ ব্লেক টাইগাৰ চিমেন্টৰ তৰফৰ পৰা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

76 lakh luxury Range Rover for Rs100 Rupees:ট্ৰেক্টৰ চালক ইমজামামুলে ১০০ টকাত পালে ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰভাৰ !

Boko:

প্ৰথমে সপোনৰ ঘৰখন সাজি ল’ম। একেদৰে ল’ৰা ছোৱালী কেইটাৰ পঢ়া শুনাৰ বাবদ ধন জমা ৰাখিব লাগিব। এইদৰে আজি উৎফুল্লিত ভাবে বকো বালিঝাৰ নিবাসী দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা আনোৱাৰা হুছেইনৰ পত্নী আমিজান বিবিৰ।

ADVERTISEMENT

দৰাচলতে উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চিমেণ্ট কোম্পানী গল্ডষ্টোন চিমেণ্ট লিমিটেডৰ ব্লেক টাইগাৰ চিমেন্টত Dus ka Dum2 আঁচনিৰ জৰিয়তে আগবঢ়োৱা দহ লাখ উপহাৰৰ কুপন লাভ কৰিবলৈ সক্ষম হয় আমিজান বিবিয়ে।

বকোৰ বালিঝাৰ নিৱাসী আনোৱাৰ হুছেইনৰ পত্নী আমিজান বিবিৰ নামত অহা নিৰ্মাণৰত চৰকাৰী বাসগৃহৰ বাবে
বালিঝাৰ আঞ্চলিক বজাৰৰ ডিলাৰ মহিৰুদ্দিন শ্বেখৰ দোকানৰ পৰা চাৰিবেগ ব্লেক টাইগাৰ চিমেন্ট ক্ৰয় কৰিছিল যোৱা ১৭মে’ৰ দিনা।

সৌভাগ্যৰ বিষয় যে, চাৰিবেগ চিমেণ্টৰ এটাৰ পৰা দহ লাখ টকা অফাৰৰ উপহাৰ কুপন লাভ কৰিবলৈ সক্ষম হয়। দৰিদ্ৰ পৰিয়ালটোৰ মুখত হাঁহি ফিৰিঙতি উঠিল।

আজি ব্লেক টাইগাৰ চিমেন্টে আগবঢ়োৱা Dus ka Dum2 আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালটোৱে লাভ কৰা দহ লাখ টকাৰ চেক আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয় আমিজান বিবিলৈ। অভিলাষী আঁচনিৰ জৰিয়তে বকোৰ বালিঝাৰৰ আমিজান বিবিয়ে লাভ কৰা দহ লাখ টকাৰ চেক বিতৰণ কৰিবলৈ আজি দিনৰ ভাগত বালিঝাৰ আঞ্চলিক বজাৰ সমিতিৰ কাৰ্য্যালয়ৰ সভা কক্ষত আয়োজন কৰে চেক বিতৰণী সভা।

ব্লেক টাইগাৰ চিমেণ্ট কোম্পানীৰ উদ্যোগত এক জনসমাগম হোৱা অনুষ্ঠানত বালিঝাৰৰ দুখীয়া মহিলা আমিজান বিবিৰ সহিতে স্বামী আনোৱাৰ হুছেইনৰ সহিতে ভাতৃ আক্ৰাম হুছেইনকো চিমেণ্ট কোম্পানীৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰ লগতে অভিনন্দন জনাই আনুষ্ঠানিক ভাৱে চেকখন বিতৰণ কৰে আমিজান বিবিক।

ব্লেক টাইগাৰ চিমেণ্টৰ কোৱালিটি ভাল বুলি মিস্ত্ৰী কাম কৰা ভাতৃৰ কথা মতে আমিজান বিবিসহ স্বামীয়ে এই কোম্পানীটোৰ চিমেণ্ট ক্ৰয় কৰিছিল। একেদৰে ব্লেক টাইগাৰ চিমেণ্টৰ বিষয়ববীয়া সকলেও তেওঁলোকে যি আঁচনি ৰূপায়ন কৰিছে তাৰ দ্বাৰা যে এগৰাকী দৰিদ্ৰ পৰিয়াল উপকৃত হ’ব পাৰিছে তাক লৈ সুখী বুলি মত প্ৰকাশ কৰে।

সমান্তৰালভাবে চিমেণ্ট ডিলাৰ গৰাকীয়েও কয় যে, বিগত চাৰি মাহ পূৰ্বে ব্লেক টাইগাৰ চিমেণ্টৰ ডিলাৰ লৈ গ্ৰাহকৰ পৰা যথেষ্ট উপকৃত । গল্ডষ্টোন চিমেণ্ট লিমিটেডৰ ব্লেক টাইগাৰ চিমেণ্টৰ আঁচনি অনযায়ী প্ৰতিটো বেগত দহ টকাৰ পৰা দহ হাজাৰ লৈ উপহাৰ কুপন পোৱা যায়।

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দুটা নাম্বাৰ ৱান দহ লাখ টকাৰ কুপন ৰ ভিতৰত প্ৰথমে এটা বকোৰ বালিঝাৰত দৰিদ্ৰ পৰিয়ালটোৱে পোৱাত ডিলাৰ হিচাবে যথেষ্ট সুখী বুলি সংবাদ মাধ্যমৰ আগত কয়।

গল্ডষ্টোন চিমেণ্ট লিমিটেডৰ ব্লেক টাইগাৰ চিমেণ্টৰ অসম জনৰ পৰিচালন সঞ্চালক মণ্ডলীৰ হাদিউল ইছলাম, গীৰিধাৰী মুখাৰ্জী , সহযোগী পৰিচালক ৰণজিৎ গুপ্তা, সহকাৰী পৰিচালক বিশ্বজিৎ দাসকে ধৰি বহু কেইজন চিমেণ্ট কোম্পানীৰ বিষয়ববীয়া উপস্থিত থাকে।

আমিজান বিবিক দহ লাখ টকাৰ চেক বিতৰণ কৰা অনুস্থানত উপস্থিত থাকে বালিঝাৰ আঞ্চলিক বজাৰ সমিতিৰ সভাপতি মতিউৰ ৰহমান,ছমৰীয়া সত্ৰ সমবায় সমিতিৰ সভাপতি আমিৰ আলী। আমিজান বিবিক দহ লাখ টকীয়া চেক বিতৰণ অনুস্থানত ব্লেক টাইগাৰ চিমেন্টৰ গুণাগুণৰ ওপৰত আলোকপাত কৰে।

ইফালে দহ লাখ টকাৰ চেক লাভ কৰি ভাগ্যবান আমিজান বিবিয়ে সুখী অনুভৱ কৰিছে আৰু ব্লেক টাইগাৰ চিমেন্টৰ উত্তোৰোত্তৰ কামনা কৰিছে। ইফালে আমিজান বিবিয়ে অফাৰ লাভ কৰাত শুভেচ্ছা আৰু অভিনন্দন জনাইছে গোল্ডষ্টোন চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ গুপ্তাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Black Tiger CementGift Coupon
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d