Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Hindi and Bengali among top 10 most common languages: বিশ্বৰ ১০ শীৰ্ষ কথিত ভাষাৰ মাজত স্থান লাভ হিন্দী-বাংলা

বিশ্বৰ ১০ শীৰ্ষ কথিত ভাষাৰ মাজত স্থান লাভ হিন্দী-বাংলা

Editor by Editor
January 9, 2025
in News, National
Reading Time: 1 min read
0
Hindi and Bengali among top 10 most common languages: বিশ্বৰ ১০ শীৰ্ষ কথিত ভাষাৰ মাজত স্থান লাভ হিন্দী-বাংলা
1
SHARES
9
VIEWS
ShareShareShareShare

দৈনন্দিন কাম-কাজ তথা কথা-বতৰাত ভাৰতৰ ৬৬.২ কোটি লোকে হিন্দী ভাষা ব্যৱহাৰ কৰে । ইয়াৰ ফলত হিন্দী ভাষাটো বিশ্বৰ তৃতীয় সৰ্বাধিক ব্যৱহৃত ভাষালৈ পৰিণত হৈছে । শেহতীয়াকৈ এক সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বৰ কমেও ডেৰশ কোটি লোকে ইংৰাজী ভাষা কয়, দৈনন্দিন বিভিন্ন কামত ইংৰাজী ভাষা ব্যৱহাৰ কৰে । এই ডেৰশ কোটি লোকৰ মাজত ব্ৰিটেইনৰ লোকৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ লোক আছে ।

ADVERTISEMENT

দৈনন্দিন বিভিন্ন কাম-কাজত ইংৰাজী ভাষা ব্যবহাৰ কৰে। ভাষাৰ ক্ষেত্ৰত ইংৰাজীয়ে একপ্ৰকাৰ আধিপত্য বৰ্তাই ৰখাৰ কাৰণ ৰূপে চিহ্নিত হৈছে আন্তর্জাতিক মঞ্চ বা যোগাযোগ, চৌদিশে ব্যৱসায়-বাণিজ্য আৰু শিক্ষাত ইয়াৰ বহুল ব্যৱহাৰ। তদুপৰি ব্রিটেইনৰ বাহিৰেও আন বহু দেশে ইংৰাজীক চৰকাৰী ভাষাৰ মৰ্যাদা প্রদান কৰিছে। আন্তর্জাতিক সংবাদ মাধ্যম আৰু ইণ্টাৰনেটেও ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে।

RelatedPosts

No Content Available

সমীক্ষা অনুসৰি, অনলাইনত উপলব্ধ তথ্যপাতি বা লেখামেলাৰ অর্ধেকেই হৈছে ইংৰাজী ভাষাত লিখিত। আনহাতে, বিশ্বৰ দ্বিতীয় সর্বাধিক কথিত বা দৈনন্দিন কাম-কাজত ব্যৱহৃত ভাষা হৈছে চীনৰ মাণ্ডাবিন ভাষা। দুর্বোধ্য বা অতি কঠিন মাণ্ডাৰিন ভাষা কোৱা বা দৈনন্দিন কাম-কাজত ইয়াক ব্যৱহাৰ কৰা লোকৰ সংখ্যা ১১০ কোটি। লক্ষ্যণীয়ভাৱে মাণ্ডাৰিনেই হৈছে স্বদেশত বহুলভাবে ব্যৱহৃত বিশ্বৰ একমাত্র ভাষা। চীনৰ ৯০ কোটি লোকে এই ভাষা কয়।

শেহতীয়াকৈ আন্তর্জাতিক বাণিজ্য আৰু সাংস্কৃতিক বিনিময়তো মাণ্ডাৰিন ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ লৈছে। লক্ষ্যণীয় যে মাণ্ডাৰিন ভাষাৰ জৰিয়তে চীনৰ চহকী সাংস্কৃতিক ঐতিহ্যও প্রতিফলিত হয়। অৱশ্যে এই ভাষা আয়ত্ব কৰাটো এক অতি কঠিন কার্য। ইয়াৰ কাৰণ হৈছে ভাষাৰ সুৰ আৰু এটা আখৰ বা প্রতীকেৰে একোটা শব্দ বুজায়।

আনহাতে, বিশ্বৰ তৃতীয় স্থানৰ সৰ্বাধিক কথিত ভাষাৰ স্বীকৃতি অৰ্জন কৰা হিন্দী মূলতঃ ভাৰতত ব্যৱহৃত হয়। দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ মাজত ই সংযোগী ভাষাৰ ভূমিকাও পালন কৰি আহিছে। আনহাতে, বিশ্বৰ সৰ্বাধিক ১০টা কথিত ভাষাৰ তালিকাত বাংলাও স্থান লাভ কৰিছে। সমীক্ষা অনুসৰি, ২৭.৩ কোটি লোকে বাংলা ভাষা কয় । পশ্চিমবংগ, ত্ৰিপুৰাকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বাংলাদেশতো বাংলা ভাষা প্ৰচলন আছে ।

বিশ্বৰ ১০ টা সৰ্বাধিক কথিত ভাষাৰ মাজত স্থান লাভ কৰা আন ছয়টা ভাষা হৈছে স্পেনিচ (৫৫.৯ কোটি ব্যৱহাৰকাৰী), ফৰাচী (৩১.০ কোটি ব্যৱহাৰকাৰী), আৰবী (মানক, ২৭.৪ কোটি), পৰ্তুগীজ(২৬.৪ কোটি), ৰাছিয়ান (২৫.৫ কোটি) আৰু উৰ্দু (২৩.২ কোটি) । উৰ্দু ভাষাৰ ব্যৱহাৰকাৰী ভাৰতৰ উপৰি পাকিস্তানটো আছে ।

লক্ষ্যণীয় যে ব্ৰিটিছ, ফৰাচী, পৰ্তুগীজ আৰু স্পেনিছসকলে একালত বিভিন্ন স্থানত উপনিৱেশ প্ৰতিষ্ঠা কৰাৰ বাবে এই দেশসমূহৰ ভাষাই ব্যাপক প্ৰচাৰ লাভ কৰে । সেয়েহে এই ভাষাসমূহৰ বুজনসংখ্যক ব্যৱহাৰকাৰী আছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: হিন্দী ভাষা
Editor

Editor

Related Posts

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d