Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Paddy and wheat production will fall by 10 per cent:১০ শতাংশ হ্রাস পাব ধান-ঘেঁহুৰ উৎপাদন !

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ , সতৰ্ক কৰিলে বিশেষজ্ঞই

publisher by publisher
January 11, 2025
in India, International, News
Reading Time: 3 mins read
0
Paddy and wheat production will fall by 10 per cent:১০ শতাংশ হ্রাস পাব ধান-ঘেঁহুৰ উৎপাদন !
1
SHARES
7
VIEWS
ShareShareShareShare

Paddy and wheat production will fall by 10 per cent:

যান্ত্রিক সভ্যতাই জীৱন যাত্ৰা সহজ কৰিলেও ইয়াৰ এক অশুভ পৰিণতিৰ সাক্ষী হ’বলৈ দেশ অগ্ৰসৰ হোৱা বুলি সতর্কবাণী প্ৰেৰণ কৰিছে বতৰ বিশেষজ্ঞই। গোলকীয় উষ্ণতা বৃদ্ধিয়ে মূলতঃ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বৰঙণি যোগাইছে। সম্প্রতি বহুতকে উদ্বিগ্ন কৰি ৰখা জলবায়ু পৰিৱৰ্তনৰ ফলত দেশত আগন্তুক সময়ত চাউল আৰু ঘেঁহুঁৰ উৎপাদন ছয়ৰ পৰা ১০ শতাংশ পর্যন্ত হ্রাস পাব বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে ২০২৩-২৪ শস্য বৰ্ষত ভাৰতত ১১৩.২৯ নিযুত টন ঘেঁহু আৰু ১৩৭ নিযুত টন চাউল উৎপাদন হয়। বৰ্ষটোত ভাৰতত উৎপাদন হোৱা ঘেঁহুৰ পৰিমাণ সমগ্র বিশ্বত উৎপাদিত ঘেঁহুৰ ১৪ শতাংশ আছিল। লক্ষ্যণীয় যে দেশৰ ১৪০ কোটি লোকৰ অধিকাংশই প্রধান আহাৰৰূপে চাউল বা ঘেঁহু গ্রহণ কৰে।

RelatedPosts

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

Severe heat waves in five cities:গুৱাহাটীকে ধৰি পাঁচখন মহানগৰত স্বাভাৱিকতকৈ অধিক তাপমাত্রা

Thick Fog:প্রচণ্ড শীতে কঁপাইছে ৰাজ্য

তদুপৰি দেশৰ মুঠ জনসংখ্যাৰ ৮০ শতাংশ লোকক বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে বিনামূলীয়া বা ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী প্ৰদান কৰা হয়। এনে অৱস্থাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্রধান মৃত্যুঞ্জয় মহাপাত্রই সকলোকে সতৰ্ক কৰি দিছে যে দেশত আগন্তুক সময়ত চাউল আৰু ঘেঁহুৰ উৎপাদন ছয়ৰ পৰা ১০ শতাংশ হ্রাস পোৱাৰ সম্ভাৱনা আছে।

স্বাভাৱিকতে ইয়ে সমস্যাজৰ্জৰ কৃষকসকলক অধিক সমস্যাৰ গৰ্তলৈ ঠেলি দিব পাৰে। একেদৰে চৰকাৰীভাৱে ৰূপায়িত খাদ্য সুৰক্ষা আঁচনিৰ ৰূপায়ণতো ব্যাঘাত জন্মাৰ আশংকা আছে। মহাপাত্ৰৰ মতে, গোলকীয় উষ্ণতাৰ প্ৰভাৱত পছোৱা বতাহৰ শক্তি আৰু এই বতাহ লাৰ সময়ৰ ব্যৱধান হ্রাস পাবলৈ ধৰিছে। পছোৱা বতাহৰ ফলত উত্তৰ পশ্চিম ভাৰতত বৰষুণ হয়।

গতিকে কৃষিৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা থকা এই বতাহৰ শক্তি হ্রাসে উত্তৰ পশ্চিম ভাৰতত বৰষুণৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা আছে। ইয়ে চাউল- ঘেঁহু আদিৰ উৎপাদন হ্রাস কৰিব পাৰে। কাৰণ দেশৰ বিভিন্ন অঞ্চলৰ কৃষকে খেতিপথাৰত পানীৰ বাবে ঘাইকৈ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে।

সেয়েহে বৰষুণৰ পৰিমাণ হ্রাস পালে সমগ্ৰ উত্তৰ পশ্চিম ভাৰতত জলসংকটে তীব্ৰতৰ ৰূপ ল’ব পাৰে। এই সম্পৰ্কত কেন্দ্রীয় ভূ-বিজ্ঞান মন্ত্রণালয়ৰ সচিব এম ৰবিচন্দ্ৰণে কয় যে পশ্চিমীয়া বায়ু দুৰ্বল হ’লে উত্তৰ পশ্চিম ভাৰতত বৰষুণৰ পৰিমাণ হ্রাস পাব। ইয়ে হিমালয়ৰ পৰা সমগ্ৰ উত্তৰ পশ্চিম ভাৰতত ভয়ংকৰ জলসংকট সৃষ্টি কৰাৰ আশংকা আছে।

এনে পৰিস্থিতিত এই অঞ্চলসমূহত বাস কৰা লোকসকলে খেতি কৰাটো দূৰৈৰে কথা, প্ৰাণৰক্ষাৰ বাবে সংগ্রামত লিপ্ত হ’ব লাগিব। এই ক্ষেত্রত আন এক উদ্বেগজনক তথ্য প্রকাশ কৰিছে জলবায়ু ভেদে শক্তিক্ষম হৈ ৰোৱা কৃষি উদ্ভাৱনৰে জড়িত ৰাষ্ট্ৰীয় সংস্থা ‘নিক্ৰা’ (নেচনেল ইন’ভেছন্স ইন ক্লাইমেট ৰিছাইলিয়েন্ট এগ্রিকালচাৰ)ই।

‘নিক্ৰা’ৰ মতে, আগন্তুক ২১শ বৰ্ষৰ ভিতৰত দেশত ঘেঁহুৰ উৎপাদন ছয়ৰ পৰা ২৫ শতাংশ হ্রাস পোৱাৰ সম্ভাৱনা আছে। একেদৰে ২০৫০ৰ ভিতৰত জলসিঞ্চনযুক্ত চাউলৰ উৎপাদন সাত শতাংশ হ্রাস পাব পাৰে। এই হ্ৰাসৰ পৰিমাণ ২০৮০লৈ ১০ শতাংশ হ’ব পৰে। লক্ষ্যণীয়ভাৱে জলবায়ু পৰিৱৰ্তনৰ ফলত কেৱল খাদ্য শস্যৰ উৎপাদন হ্রাসেই নহয়, মাছৰ ধৰাৰ পৰিমাণ হ্রাসৰো আশংকা ব্যক্ত কৰিছে একাংশ বিশেষজ্ঞই।

এই সম্পর্কত কেন্দ্রীয় ভূ-বিজ্ঞান বিভাগৰ সচিব ৰবিচন্দ্রণে সংবাদ মাধ্যমৰ আগত কয় যে মহাসাগৰৰ তাপমাত্রা বৃদ্ধিৰ ফলত উপকূলীয় অঞ্চলত ধৰা মাছৰ সংখ্যা হ্রাস পাইছে। ‘মানুহৰ দৰে মাছেও শীতল পৰিৱেশ তথা শীতল পানীত থাকিবলৈ বিচাৰে। তাপমাত্রা বৃদ্ধিৰ লগে লগে উপকূলীয় অঞ্চলৰ পৰা মাছে অধিক শীতল পানীলৈ গুচি যায়। ইয়ে মাহমৰীয়া সম্প্রদায়সমূহৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে আৰু তেওঁলোকৰ জীৱন-জীৱিকাত অশুভ প্রভাৱ পেলাইছে।’

জ্যেষ্ঠ চৰকাৰী বিষয়াজনে লগতে কয় যে জলবায়ু পৰিৱৰ্তনে বায়ুমণ্ডলত অস্থিৰতা বৃদ্ধি কৰিছে। ফলত বতৰৰ শুদ্ধ পূর্বানুমান প্ৰকাশ কৰাটো অতি জটিল হৈছে। আনহাতে, বতৰৰ এনে পৰিবৰ্তন সম্পৰ্কত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্রধান মহাপাত্রই কয়, ‘ক্ষন্তেক ব্যৱধানত সৰু সৰু অঞ্চলত একে সময়তে বতৰৰ্জনিত দুর্যোগ সংঘটিত হ’বলৈ ধৰিছে। জলবায়ু পৰিৱৰ্তনে প্রবল বৰষুণৰ আগতীয়া বতৰা দিয়াত জটিলতাৰ সৃষ্টি কৰিছে।’

# আমি ভৱিষ্যতক লৈ সতর্ক হোৱা উচিত !

জলবায়ু পৰিৱৰ্তনে অদূৰ ভৱিষ্যতে জটিল সমস্যাৰ সৃষ্টি কৰাৰ আশংকা কৰিছে কেন্দ্রীয় ভূ-বিজ্ঞান বিভাগৰ সচিব ৰবিচন্দ্রণে। ইয়াক লৈ এতিয়াই সতর্ক হোৱা উচিত বুলি মত পোষণ কৰি তেওঁ লগতে কয়, ‘পানীৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে। ভাৰত-চীনৰ দুশ কোটিতকৈ অধিক লোকে পানীৰ বাবে মূলতঃ বৰফুৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে এই বিষয়টো এটা অতি গুৰুতৰ বিষয়।

আমি ভৱিষ্যতক লৈ সতর্ক হোৱা উচিত।’ লক্ষ্যণীয় যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ১৯০১ৰ পৰা ২০১৮ৰ ভিতৰত ভাৰতত গড় তাপমাত্রা প্রায় ০.৭ শতাংশ বৃদ্ধি পায়। আনকি ১৯০১ৰ পাছত ২০২৪ৰ বছৰটো ভাৰতৰ সবাতোকৈ উষ্ণ বৰ্ষত পৰিণত হয়। উক্ত বছৰত গড় ন্যূনতম তাপমাত্রা পূৰ্বৰ এশ বছৰতকৈ অধিক কালৰ তুলনাত ০.৯০ ডিগ্রী চেলছিয়াচ বৃদ্ধি পায় এনেদৰে তাপমাত্রা বৃদ্ধি মুঠেই শুভ লক্ষণ নহয় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Climate ChangeGlobal WarmingIMD REPORTPaddy and wheat production
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d