Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

8th Pay Commission:কেন্দ্ৰীয় চৰকাৰৰ কোটি কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে বেয়া খবৰ !

গঠন নহ'ব পাৰে অষ্টম দৰমহা আয়োগ

publisher by publisher
January 16, 2025
in India, News
Reading Time: 2 mins read
0
8th Pay Commission:কেন্দ্ৰীয় চৰকাৰৰ কোটি কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে বেয়া খবৰ !
1
SHARES
14
VIEWS
ShareShareShareShare

8th Pay Commission:

কেন্দ্ৰীয় চৰকাৰৰ কোটি কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে বেয়া খবৰ ৷ কেন্দ্ৰই হয়তো হয়তো গঠন নকৰিব পাৰে অষ্টম দৰমহা আয়োগ ৷ ফলত স্বতঃস্ফূৰ্ত ভাৱে সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ সম্ভাৱনা আছে পে পেনেল ব্যৱস্থা ৷

ADVERTISEMENT

অৱশ্যে কেন্দ্ৰই কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনৰ বাবে নতুন ব্যৱস্থাৰ কথা চিন্তা কৰিছে। আগন্তুক সময়ত নতুন সূত্ৰৰ সৈতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন নকৰাৰ ইংগিতৰ খবৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।

RelatedPosts

India will develop AI models:চীনৰ দৰেই ১০ মাহৰ ভিতৰত এআই মডেল তৈয়াৰ কৰিব ভাৰতে

GDP:জিডিপি নিম্নমুখী, কিন্তু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থাকিব! অৰ্থনৈতিক জৰীপত ইংগিত

Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

উল্লেখ্য যে ,কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ জানুৱাৰী মাহৰ পৰা ৭ম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰিছিল। এই দৰমহা আয়োগৰ কাৰ্যকাল ১০ বছৰ আৰু ২০২৫ চনৰ ৩১ ডিচেম্বৰত ৭ম দৰমহা আয়োগৰ কাৰ্যকাল অন্ত পৰিব। ৭ম দৰমহা আয়োগৰ পূৰ্বে ৪ৰ্থ, ৫ম আৰু ৬ষ্ঠ দৰমহা আয়োগৰো কাৰ্যকাল আছিল ১০ বছৰকৈ। ইয়াৰ বাবেই কৰ্মচাৰী আৰু তেওঁলোকৰ সংঘই অষ্টম দৰমহা আয়োগক অহৰহ দাবী জনাই আহিছে। কিন্তু চৰকাৰে কৈছে যে পূৰ্বে বিশ্বাস কৰা ধৰণে পে পেনেলৰ কাৰ্যকাল নিৰ্দিষ্ট নহয়। আৰু এতিয়া নতুন ব্যৱস্থা ৰূপায়ণৰ কথাই কৰ্মচাৰীসকলৰ মাজত অস্থিৰতাৰ সৃষ্টি কৰিছে।

# কিয় গঠন নহ’ব ৮ম দৰমহা আয়োগ?

প্ৰাপ্ত খবৰ অনুসৰি, পুৰণি পে কমিছনৰ ঠাইত নতুন পদ্ধতিৰে চৰকাৰে চিন্তা-চৰ্চা কৰিছে, য’ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চনৰ পুনৰ সংশোধন কৰা হ’ব। ইয়াৰ পূৰ্বেও খবৰ ওলাইছিল যে কেন্দ্ৰীয় চৰকাৰে পে কমিছনৰ ঠাইত নতুন ব্যৱস্থা অনাৰ কথা চিন্তা কৰিছে, যাতে সময়ে সময়ে দৰমহা আৰু পেঞ্চনৰ পৰিৱৰ্তন হ’ব পাৰে।
সংসদত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে স্পষ্টকৈ কয় যে বৰ্তমান সময়ত অষ্টম দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ নাই, আৰু ইয়াৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয়।

#কেন্দ্রীয় কর্মচাৰীসকলে এতিয়া কি কৰিব লাগিব?

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী দৰমহা আয়োগ গঠন নকৰাৰ কথা স্পষ্ট কৰি দিয়াৰ পিছৰে পৰা কেন্দ্ৰীয় কৰ্মচাৰী আৰু তেওঁলোকৰ সংগঠনৰ মাজত ক্ষোভ আৰু অস্থিৰতাৰ সৃষ্টি হৈছে। যোৱা মাহত কৰ্মচাৰী সকলৰ যৌথ মঞ্চ’এন চিএছএছ- এ ঘোষণা কৰিছিল যে যদিহে তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে অহা বছৰৰ পৰা সমগ্ৰ দেশতে এক বৃহৎ আন্দোলন আৰম্ভ কৰিব। কিন্তু, ইয়াৰ পিছত কি হ’ব সেয়া কোৱা টান। কাৰণ চৰকাৰে নিজৰ পর্যায়ত স্পষ্টকৈ কৈছে যে অষ্টম দৰমহা আয়োগ গঠন নকৰে৷

#কেবিনেট সচিবৰ সন্মুখত দাবী উত্থাপন:

এন চি এছএছ (নেচনেল কাউন্সিল-ষ্টাফ চাইড)য়েও চৰকাৰক শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছে। এন চি এছএছ ৰ কৰ্মচাৰী সংঘই যোৱা ৩ ডিচেম্বৰত কেন্দ্ৰীয় কেবিনেট সচিবলৈ এখন পত্ৰ লিখি এই বিষয়ত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। পত্ৰখনত কোৱা হৈছে যে ৭ম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ ৯ বছৰ হ’ল, এতিয়া ২০২৬ চনৰ পৰা দৰমহা আৰু পেঞ্চনৰ সংশোধনৰ প্ৰয়োজন হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 8th Pay CommissionMinistry of Financeunion govtUNION STATE Minister Pankaj Choudhary
publisher

publisher

Related Posts

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d