Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Two health office in Nagaon have been rente for many years: বিকল্প ব্যৱস্থা থকা সত্ত্বেও বছৰ বছৰ ধৰি ভাড়াঘৰতে নগাঁৱৰ দুই স্বাস্থ্য বিষয়াৰ কাৰ্যালয়

publisher by publisher
January 21, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Two health office in Nagaon have been rente for many years: বিকল্প ব্যৱস্থা থকা সত্ত্বেও বছৰ বছৰ ধৰি ভাড়াঘৰতে নগাঁৱৰ দুই স্বাস্থ্য বিষয়াৰ কাৰ্যালয়
1
SHARES
7
VIEWS
ShareShareShareShare

Two health office in Nagaon have been rente for many years:

বিকল্প ব্যৱস্থা থকা সত্ত্বেও নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ একাধিক গুৰুত্বপূর্ণ কাৰ্যালয় বছৰ বছৰ ধৰি ভাড়াঘৰতে চলাই থকা পৰিলক্ষিত হৈছে। এনেদৰে বছৰ বছৰ ধৰি চহৰখনত ভাড়া ঘৰত চলাই থকা হৈছে নগাঁৱৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়াৰ কার্যালয় আৰু জিলা মেলেৰিয়া বিষয়াৰ কার্যালয়।

ADVERTISEMENT

এই কার্যালয়সমূহৰ ভাড়াৰ বাবদ চৰকাৰে প্রতি মাহে এক মোটা অংকৰ ধন ব্যয় কৰি থাকিবলগীয়া হৈছে। অথচ এই চৰকাৰী কার্যালয়সমূহ স্বাস্থ্য বিভাগৰ নিজা ভৱনত চলোৱাৰ বিকল্প ব্যৱস্থা আছে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰায়বোৰ বিভাগেই নগাঁও মেডিকেল কলেজ হাস্পতাললৈ ইতিমধ্যে স্থানান্তৰ কৰা হৈছে।

RelatedPosts

Maha Shivrati Celebration In Mahamrityunjaya Mandir:নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত দেৱাদিদেৱ মহাদেৱক আৰাধনা ভক্তৰ

Condemnation by various people: সাংসদ ৰকিবুল হুছেইনক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল- সংগঠনৰ

Hired workers in Nagaon FCI:নগাঁও এফচিআইত ভাড়াতীয়া শ্রমিকৰ পয়োভৰ

ফলত চিকিৎসালয়খনত বহু ঘৰ খালী হৈ আছে। ইচ্ছা কৰিলে স্বাস্থ্য বিভাগে বিভাগটোৰ সেই কার্যালয় সমূহ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লত খালী হৈ থকা ভৱন সমূহলৈ স্থানান্তৰ কৰিব পাৰে।

ইপিনে, নগাঁও চহৰৰ কলঙৰ পাৰত ব্ৰিটিছ চৰকাৰৰ আমোলতে বিগত ১৮৫৪তে অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল তেতিয়াৰ নগাঁৱৰ চিভিল ছাৰ্জনৰ চৰকাৰী আৱাসগৃহটো। চহৰখনৰ মাজমজিয়াতে এক বৃহৎ অঞ্চলত চাংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা চিভিল ছাৰ্জনৰ চৰকাৰী আৱাস গ্ৰহটোত কে’বাটাও আহল বহল কোঠা আছে।

২০০০ ৰ আগলৈকে জিলা যুটীয়া স্বাস্থ্য সেবা সঞ্চালকজনে এই বাংলোটোকেই নিজা চৰকাৰী আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰিছিল। এই বাংলোটোক চৰকাৰী আৱাসগৃহ ৰূপে ব্যৱহাৰ কৰা অন্তিমজন নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আছিল ডাঃ আনন্দৰাম বৰুৱা। ২০০০ৰ পাছৰ পৰা নগাঁও জিলাৰ কোনো এজন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকেই এই ইতিহাস প্রসিদ্ধ বাংলোটোক চৰকাৰী আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰা নাই।

সকলোৱে নিজা গৃহ অথবা চহৰৰ ভাড়া ঘৰতহে থকা পৰিলক্ষিত হৈছে। ২০০১-২০০২ৰ পৰা এই পৰিত্যক্ত বাংলোটো সম্পূর্ণ পৰিত্যক্ত অৱস্থাত আছে। চৰকাৰে ইচ্ছা কৰিলে সেইটো গৃহ মেৰামতি কৰি তাতো স্বাস্থ্য বিভাগৰ এটা কার্যালয় স্থাপন কৰিব পাৰে। যিহেতু এই আৱাস গৃহটোৰ চৌহদটোও প্রকাণ্ড সেয়েহে চৰকাৰে ইচ্ছা কৰিলে সেইটো চৌহদতেই নগাঁৱৰ স্বাস্থ্য বিভাগৰ কাৰ্যালয় গৃহ নির্মাণ কৰি ভাড়াঘৰত চলাই থকা কার্যালয়সমূহ স্থানান্তৰ কৰিব পাৰে। কিন্তু তাকে নকৰি কাৰ্যালয় গৃহৰ ভাড়াৰ নামতেই মাহে হেজাৰ হেজাৰ টকা অযথা ব্যয় কৰি থকা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NagaonRented HouseTwo health office
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d