Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিৱসাগৰত চৰকাৰী চিকিৎসা বিভাগৰ ফোপোলা স্বৰূপ

চিকিৎসক বিহীনভাৱেই চলিছে অধিকাংশ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

publisher by publisher
October 10, 2022
in Assam, India, News
Reading Time: 1 min read
0
শিৱসাগৰত চৰকাৰী চিকিৎসা বিভাগৰ ফোপোলা স্বৰূপ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Sivsagar:অপৰাধীৰ বিৰুদ্ধে একশ্যন মুডত শিৱসাগৰ আৰক্ষী

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

Sivsagar:শিৱসাগৰৰ বিজেপি প্রার্থী কুশল দুৱৰীক মুকলি সমর্থন দিয়া সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া টাইপাৰ

ৰাজ্য চৰকাৰে ৰাজ্যৰ চিকিৎসা বিভাগটোৰ উত্তৰণৰ কথা কৈ ঢাক-ঢোল বজালেও সেয়া আন্তঃসাৰশূণ্য আস্ফালনৰ বাহিৰে আন একো নহয় । চৰকাৰে বিভিন্ন স্থানত বহুকেইখন চিকিৎসালয় নিৰ্মাণ কৰি স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ জয় ঢোল কোবোৱাৰ সময়তে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বহুকেইটা জনবহুল অঞ্চলৰ ৰাইজে প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা দীৰ্ঘদিনে বঞ্চিত হৈ অহাৰ গুৰুতৰ অভিযোগ উঠিছে ।

ADVERTISEMENT

পৰিতাপৰ বিষয় যে শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমান্তৱৰ্তী খনামুখত বহুকইটা জনবহুল অঞ্চলক সামৰিলৈ ১৯৯২তে ইয়াৰ খনামুখত ৩০খন বিচনাযুক্ত এখন ব্যয়বহুল মডেল চিকিৎসালয় নিৰ্মাণ কৰিছিল । তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই আধাৰশিলা স্থাপন কৰা চিকিৎসালয়খনৰ সময়মতে চিকিৎসা গৃহকে ধৰি পাঁচটাকৈ অসম আৰ্হিৰ আৱাসগৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত সুদীৰ্ঘ ৩০ বছৰৰ পাছতো ৰাজনৈতিক মেৰপেচত চিকিৎসালয়খন মুকলি নোহোৱাকৈয়ে হাবি-জংঘলৰ মাজত জহি-খহি গৈছে ।

অতি পিছপৰা অঞ্চলটোৰ জনসাধাৰণে বুজন অংকৰ গাঠিৰ ধন খৰচ কৰি ৰোগীক শিৱসাগৰ অথবা যোৰহাটৰ নগৰাঞ্চলত অৱস্থিত চিকিৎসালয়লৈ নিব লগা হয় ।

উল্লেখ্যনীয় যে ইয়াৰ গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুজন চিকিৎসকে দিনৰ ভাগত চিকিৎসা সেৱা আগবঢ়ালেও এক/ডেৰ বজাতে চিকিৎসালয় ত্যাগ কৰে । সংশ্লিষ্ট চিকিৎসকে উন্নতমানৰ আৱাসগৃহ নথকাৰ অজুহাতত ইচ্ছামতে গৃহামুখী হোৱাত চিকিৎসালয়ত বিয়লিতে মৰিশালিৰ নিস্তব্ধতাই বিৰাজ কৰে ।

তদুপৰি ঐতিহ্যমণ্ডিত চাৰিং অঞ্চলত স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠিত চাৰিং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো একেই অচলাৱস্থা । দুজন গ্ৰাম্য চিকিৎসকে সপ্তাহতোত তিনি/চাৰিদিন চিকিৎসাসেৱা আগবঢ়ালেও ১২ বজাতে গৃহামুখী হয় । জৰাজীৰ্ণ আৱাসগৃহত কোনো চিকিৎসক নিশা থাকিবলৈ অপৰাগ হোৱাত দৰিদ্ৰ জনসাধাৰণে অনিশ্চিত জীৱন অতিবাহিত কৰিব লগা হৈছে ।

জানিব পৰা মতে, চিকিৎসালয়খনত অদ্যপি এল’পেথিক চিকিৎসকৰ পদ নথকাত আয়ুৰ্বেদিক চিকিৎসকেহে চিকিৎসা সেৱা আগবঢ়ায় আহিছে । ইয়াৰ হাফলুটিং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিয়োজিত এজন ফাৰ্মাচিষ্ট আৰু দুগৰাকী নাৰ্ছৰ ওপৰতে জনসাধাৰণে ভৰসা কৰি চলিব লগা হৈছে । বহু কোটি টকা ব্যয় কৰি আঠটা চিকিৎসকৰ আৱাসগৃহ নিৰ্মাণ কৰিলেও ব্যৱহাৰ নোহোৱাকৈ এৰাবাৰীলৈ পৰিণত হৈছে ।

ইফালে, নৈপৰীয়া দিখৌমুখৰ ৰূপহীমুখ, মুকালনি, স’ৰাগুৰি, চিন্তামণিগড়, গটঙা, গোপালপুৰ, ভাচেলিমাৰী, খনাখোকোৰা আদি প্ৰায় ৪০খন গাঁৱৰ চিকিৎসা সেৱাৰ প্ৰাণকেন্দ্ৰ দিখৌমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোনোমতে দুজন চিকিৎসক আছে যদিও আৱাসগৃহৰ অভাৱৰ অজুহাত দেখুৱাই নিশা নাথাকে । বিয়লি দুই বজাৰ পাছত জৰুৰীকালীন ৰোগীক ২০/২২ কিলোমিটাৰ দূৰত্বৰ শিৱসাগৰ নগৰৰ চিকিৎসালয়লৈ নিব লগা হয় ।ভিতৰুৱা অঞ্চলৰ পৰা ৰোগী চিকিৎসালয় পোৱাৰ আগতে অধিক সংকটজনক হৈ পৰে ।

উলেখ্য যে চিকিৎসা সেৱাৰ এনে ফোপোলা অৱস্থাৰ বাবেই যিকোনো সময়তে মাজুলিৰ প্ৰতিভাৱান শিল্পী তেজস্বীতাৰ দৰে আন কোনো লোকেও অকাল মৃত্যুক সাৱটি লোৱাৰ সম্ভাৱনা প্ৰকট |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Health Care CentreSivsagar
publisher

publisher

Related Posts

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d