Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

Home Remedies for Menstrual Problems:অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ

publisher by publisher
January 22, 2025
in Health
Reading Time: 1 min read
0
Home Remedies for Menstrual Problems:অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Home Remedies for Menstrual Problems:

অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা যিকোনো মহিলাৰ মাজতে দেখা যায়। বিশেষকৈ অবিবাহিতাসকলক এই সমস্যাই বেছিকৈ ভোগায়। অনিয়মিত ঋতুস্ৰাৱৰ কাৰণে সন্তান ধাৰণৰ সমস্যাকে ধৰি নানা ধৰণৰ শাৰীৰিক সমস্যাই জৰ্জৰিত কৰিব পাৰে। অৱশ্যে ইয়াৰ ঘৰুৱা প্ৰতিকাৰো আছে। যিকোনো এটা উপায় কমেও এমাহলৈ মানি চলিলেই অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা চিৰকাললৈ দূৰ হ’ব।

ADVERTISEMENT

🔷 প্ৰথম প্ৰতিকাৰ

ঋতুস্ৰাৱ নিয়মিত কৰাৰ বাবে অতি কার্যকৰী উপাদান হৈছে দালচিনি। এই দালচিনি ব্যৱহাৰ কৰি অনিয়মিত ঋতুস্ৰাৱৰ পৰা চিৰকাললৈ মুক্তি পোৱাৰ সমান্তৰালকৈ ঋতুকালীন যন্ত্ৰণাৰ পৰাও ৰেহাই পোৱা যায়। এগিলাচ গাখীৰক আধা চামুচ দালচিনিৰ গুড়ি মিহলাব। লগত মৌও দিব পাৰে। এই মিশ্ৰণটো নিয়মিতৰূপে চাৰিৰ পৰা পাঁচ সপ্তাহলৈ পান কৰিব। দেখিব অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা দূৰ হৈছে। ইয়াৰ উপৰি দালচিনিৰ চাহ বা প্রতিদিনে এটুকুৰা দালচিনি চোবাই খালেও উপকাৰ পাব।

RelatedPosts

পাৰ্লাৰলৈ যাবলৈ সময় নাই? ঘৰতে তৈয়াৰ কৰক কফি আৰু বিলাহীৰ এই ফে’চ পেক

Home Remedies for Menstrual Problems: অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ

How do you know if you don’t have iron:আয়ৰন নাই বুলি কিদৰে বুজিব ?

🔷 দ্বিতীয় প্ৰতিকাৰ

বহুগুণসম্পন্ন আদাই চর্দি-কাহৰ সমস্যাৰ পৰা মানুহক সকাহ দিয়ে বুলি আমি জানো। লগতে ঋতুস্ৰাৱৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ ক্ষেত্ৰতো আদা বিকল্পহীন। একাপ পানীত মিহিকৈ কুটি লোৱা এচামুচ আদা দি চাৰি-পাঁচ মিনিট সময় উতলাওক। লগত সামান্য চেনি বা মৌ মিহলাই লওক। এই পানীয় খাদ্য গ্ৰহণৰ পাছত দিনে তিনিবাৰকৈ পান কৰিব। এই মিশ্রণ এমাহ নিয়মিতৰূপে পান কৰিলে অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা সহজে দূৰ হ’ব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FOR HEALTHHome RemediesMenstrual Problems
publisher

publisher

Related Posts

ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ
Health

ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ

April 8, 2025
Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !
Health

Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !

February 26, 2025
HKU5-CoV-2:চীনত বাদুলিৰ দেহত সন্ধান পোৱা গ’ল নতুন ক’ৰনা ভাইৰাছ
International

HKU5-CoV-2:চীনত বাদুলিৰ দেহত সন্ধান পোৱা গ’ল নতুন ক’ৰনা ভাইৰাছ

February 22, 2025
Beans for Child’s Brain Development  শীতকালীন শাক-পাচলিৰ বীন মগজুৰ চলাচলত সহায়ক!

February 17, 2025
BREAST CANCER: স্তনৰ কৰ্কট ৰোগ কিয় ঘূৰি আহে? ৰহস্যজনক দাবী

February 12, 2025
Maharashtra:মহাৰাষ্ট্ৰত গুলেইন-বাৰী চিণ্ড্ৰোমত আক্ৰান্ত ১৬৭ জন লোক
National

Maharashtra:মহাৰাষ্ট্ৰত গুলেইন-বাৰী চিণ্ড্ৰোমত আক্ৰান্ত ১৬৭ জন লোক

February 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d