Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Security forces continue to launch operations against Maoists: মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত

অহৰত অভিযানত অৱস হৈ পৰিছে নিৰাপত্তা বাহিনীৰ জোৱান, মাওবাদীৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযান সন্দৰ্ভত ৰায়পুৰৰ মহাপৰিদৰ্শক (আই জি) অমৰেশ মিশ্ৰ ,ক্ৰমাৎ শেষ হৈ আহিছে ৰছদপাতিও !

publisher by publisher
January 24, 2025
in India, News
Reading Time: 3 mins read
0
Security forces continue to launch operations against Maoists: মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত
1
SHARES
12
VIEWS
ShareShareShareShare

Security forces continue to launch operations against Maoists:

ওড়িশা আৰু ছত্তীশগড়ৰ সীমান্তৰ গৰিয়াবন্দত চিপিআই (মাওবাদী)ৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে শীৰ্ষ মাওবাদী নেতা সহ কুৰিৰো অধিক মাওবাদীক ধৰাশায়ী কৰা নিৰাপত্তা বাহিনীয়ে শেহতীয়াকৈ অবিৰত অভিযানত অৱস হৈ পৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ মহাপৰিদৰ্শক (আই জি) অমৰেশ মিশ্ৰই ৷

ADVERTISEMENT

শীৰ্ষ আৰক্ষী বিষয়াজনে উল্লেখ কৰা মতে, নিৰাপত্তা বাহিনীয়ে ভাবিছিল যে ডেৰ দিনৰ পাছত মাওবাদীৰ বিৰুদ্ধে অভিযান শেষ হ’ব। কিন্ত মাওবাদী কেডাৰে ঘন অৰণ্য মাজৰ পৰা অবিৰতভাবে গুলীবৰ্ষণ অব্যাহত ৰখাত এই অভিযান পুনৰ আগন্তুক তিনিদিনলৈ সম্প্ৰসাৰণ কৰিবলৈ বাধ্য হৈছে নিৰাপত্তা বাহিনী ৷

RelatedPosts

বিজাপুৰ জংঘলত যৌথ বাহিনীৰ গুলীচালনাত তিনি মাওবাদী নিহত

Odisha Hirakud Dam: বিশ্বৰ দীৰ্ঘতম নদী বান্ধ

Senior Maoist leader with Rs 1 cr bounty among 14 gunned down in encounter: এজন এজনকৈ শীৰ্ষ মাওবাদী ধৰাশায়ী

bhupen 3উল্লেখ্য যে নিৰাপত্তা বাহিনীৰ অভিযানৰ প্ৰথম বাধা আছিল দুৰ্গম অঞ্চলটো। দ্বিতীয়টো বাধা হৈ পৰিছিল লজিষ্টিক। লজিষ্টিক কামত প্ৰায় ডেৰ দিন সময় লাগিল। কিন্তু মাওবাদীৰ বিৰুদ্ধে অভিযান দীঘলীয়া হোৱাৰ লগে লগে ৰছদপাতিৰ সংকটৰ সমান্তৰালভাৱে ভোকত আতুৰ হৈ পৰিবলগীয়া হৈছে নিৰাপত্তা বাহিনী ৷ তথাপিও পিছ হুহুঁকি নাহি মাওবাদীৰ বিৰুদ্ধে গৰিয়াবন্দৰ বনাঞ্চলৰ চাৰিওফালৰ পৰা নিৰাপত্তা বাহিনীয়ে মাৰাথন অভিযান চলাই গৈছে ৷

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ মহাপৰিদৰ্শক অমৰেশ মিশ্ৰই  সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে ওড়িশা আৰু ছত্তীশগড়ৰ সীমান্তৰ গৰিয়াবন্দত যোৱা মঙলবাৰৰ যৌথ অভিযানত ১৬জন মাওবাদী নিহত হৈছিল।  এই অভিযান কিমান  বিপদজনক আছিল, মাওবাদীসকলক কেনেকৈ পৰিকল্পিত আৰু সম্পূৰ্ণ প্ৰস্তুতিৰে আক্ৰমণ কৰা হৈছিল, তাৰ বিৱৰণ দিছিল ৷

দেওবাৰে নিশা চোৰাংচোৱা সূত্ৰৰ খবৰ মতে, ছত্তীশগড়ৰ ২৫-৩০ জনীয়া মাওবাদীৰ এটা দলে কুলহাৰীঘাটত সমবেত হৈছিল।” সেই দলটোত শীৰ্ষ নেতৃত্বও আছিল । একাংশ নেতাৰ মূৰৰ মূল্য কেইবা কোটি টকা ধাৰ্যও আছিল ৷ গৰিয়াবন্দৰ অৰণ্যত মাওবাদীয়ে কেনেকৈ ধন সংগ্ৰহ কৰিব, ক’ত নিৰাপদ আশ্ৰয় ল’ব, পঞ্চায়ত নিৰ্বাচন ইত্যাদি আলোচনা কৰিবলৈ উপস্থিত হয় নেতা- কেডাৰ সকল ।

আই জি পি গৰাকীয়ে আৰু কয় যে, নিৰাপত্তা বাহিনীৰ এই অভিযানক তিনিটা পৰ্যায়ত বিভক্ত কৰা হৈছিল ৷ পৰিকল্পনা, কৌশল আৰু নিৰীক্ষণ। এই যৌথ অভিযানৰ অংশীদাৰ আছিল ই-৩০, কোব্ৰা ২০৭, চি আৰ পি এফৰ ৬৫, ২১১ বেটেলিয়ন আৰু ওড়িশাৰ স্পেচিয়েল অপাৰেচন গ্ৰুপ ৷ এছ অ’ জি’য়ে একেলগে এই অভিযান আৰম্ভ কৰে। কুলহাৰীঘাট পাহাৰীয়া অঞ্চললৈ যোৱাৰ সময়তেই আৰম্ভ হয় মাওবাদীৰ স’তে মুখামুখি সংঘৰ্ষ। আনকি মাওবাদীয়ে ড্ৰোন ব্যৱহাৰ কৰি বাহিনীৰ গতিবিধি নিৰীক্ষণ কৰিছিল। কিন্তু সেই ড্ৰ’নৰ চোৰাংচোৱাগিৰি নস্যাৎ কৰি নিৰাপত্তা বাহিনী মাওবাদীৰ ফালে ক্ৰমাৎ অগ্ৰসৰ হৈছিল ৷

নিৰাপত্তা বাহিনীয়ে তিনিফালৰ পৰা মাওবাদী দলটোক ঘেৰাও কৰে। মাওবাদীসকলৰ পলায়নৰ সকলো পথ বন্ধ কৰি দিয়ে। আনহাতে, ছত্তীশগড়ৰ নিৰাপত্তা বাহিনীয়ে বাকী বিষয়টো নিৰীক্ষণ কৰি আছিল।

আই জি গৰাকীয়ে আৰু কয় যে কুলহাৰীঘাট জনজাতীয় অঞ্চলটো অতি স্পৰ্শকাতৰ এলেকা হিচাপে চিহ্নিত আছিল ৷ আনকি এই অঞ্চলটো ৭৫ কিলোমিটাৰ দূৰত্বত পাহাৰ আৰু অৰণ্যৰে আগুৰি থকা সাতখন গাঁৱৰে গঠিত। এইটোৱেই হৈছে ‘ন’-নেটৱৰ্ক জ’ন’। এই কুলহাৰীঘাটত ১৫০০ লোক বাস কৰে। সাতখন গাঁৱৰ চাৰিখন আকৌ পাহাৰৰ ওপৰৰ ফালে। যিটো অতি দুৰ্গম। ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু ছত্তীশগড়ৰ মাওবাদীসকলে এই অঞ্চলটোক নিজৰ কেন্দ্ৰবিন্দু কৰি লৈছিল।

bhupen 2পাহাৰ, ডাঠ অৰণ্য আৰু দুৰ্গম পথ আৱৰি থকা এই অঞ্চলটো আছিল দুৰ্ধষ মাওবাদী নেতা চলপতিৰ দৰে মাওবাদী নেতাৰ মুক্ত বিচৰণস্থলী  ৷ গাঁৱৰ মানুহে স্থানীয় এই অঞ্চলটোলৈ বৰ বেছিকৈ নাহে। সপ্তাহত এবাৰ ৰেচন সংগ্ৰহ কৰেহি ৷ ফলত মাওবাদীয়ে কুলহাৰীঘাটৰ এই সাতখন গাঁও আৰু পাহাৰৰ ওপৰত থকা চাৰিখন গাঁৱক নিজৰ শিবিৰ হিচাপে বাছি লৈছিল।

স্মতৰ্ৱ্য যে,নিৰাপত্তা বাহিনীৰ যৌথ অভিযানত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য চলপতিকে ধৰি ১৬জন মাওবাদী নিহত হয়। চলপতিৰ মূৰৰ মূল্য ধাৰ্য আছিল এক কোটি টকা। ইয়াৰ বাহিৰেও সেই গোটৰ আন কেইবাজনো শীৰ্ষ নেতা আছিল, যাৰ কিছুমানৰ মূৰৰ মূল্য ৫ কোটি টকা। আৰক্ষীয়ে দাবী কৰা মতে, অভিযানত ১৬ জন নহয় অধিক মাওবাদীৰ মৃত্যু হৈছে। কিন্তু আন মাওবাদী কেডাৰে সংঘৰ্ষৰ পিছত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যু হোৱা সতীৰ্থ মাওবাদীৰ মৃতদেহ লগত লৈ ঘন জংঘললৈ পলায়ন কৰে ৷  ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: against MaoistsChhatishgarhlaunch operationsOdishaSecurity forces raid
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d