Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Security forces continue to launch operations against Maoists: মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত

অহৰত অভিযানত অৱস হৈ পৰিছে নিৰাপত্তা বাহিনীৰ জোৱান, মাওবাদীৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযান সন্দৰ্ভত ৰায়পুৰৰ মহাপৰিদৰ্শক (আই জি) অমৰেশ মিশ্ৰ ,ক্ৰমাৎ শেষ হৈ আহিছে ৰছদপাতিও !

publisher by publisher
January 24, 2025
in India, News
Reading Time: 3 mins read
0
Security forces continue to launch operations against Maoists: মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

Security forces continue to launch operations against Maoists:

ওড়িশা আৰু ছত্তীশগড়ৰ সীমান্তৰ গৰিয়াবন্দত চিপিআই (মাওবাদী)ৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে শীৰ্ষ মাওবাদী নেতা সহ কুৰিৰো অধিক মাওবাদীক ধৰাশায়ী কৰা নিৰাপত্তা বাহিনীয়ে শেহতীয়াকৈ অবিৰত অভিযানত অৱস হৈ পৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ মহাপৰিদৰ্শক (আই জি) অমৰেশ মিশ্ৰই ৷

ADVERTISEMENT

শীৰ্ষ আৰক্ষী বিষয়াজনে উল্লেখ কৰা মতে, নিৰাপত্তা বাহিনীয়ে ভাবিছিল যে ডেৰ দিনৰ পাছত মাওবাদীৰ বিৰুদ্ধে অভিযান শেষ হ’ব। কিন্ত মাওবাদী কেডাৰে ঘন অৰণ্য মাজৰ পৰা অবিৰতভাবে গুলীবৰ্ষণ অব্যাহত ৰখাত এই অভিযান পুনৰ আগন্তুক তিনিদিনলৈ সম্প্ৰসাৰণ কৰিবলৈ বাধ্য হৈছে নিৰাপত্তা বাহিনী ৷

উল্লেখ্য যে নিৰাপত্তা বাহিনীৰ অভিযানৰ প্ৰথম বাধা আছিল দুৰ্গম অঞ্চলটো। দ্বিতীয়টো বাধা হৈ পৰিছিল লজিষ্টিক। লজিষ্টিক কামত প্ৰায় ডেৰ দিন সময় লাগিল। কিন্তু মাওবাদীৰ বিৰুদ্ধে অভিযান দীঘলীয়া হোৱাৰ লগে লগে ৰছদপাতিৰ সংকটৰ সমান্তৰালভাৱে ভোকত আতুৰ হৈ পৰিবলগীয়া হৈছে নিৰাপত্তা বাহিনী ৷ তথাপিও পিছ হুহুঁকি নাহি মাওবাদীৰ বিৰুদ্ধে গৰিয়াবন্দৰ বনাঞ্চলৰ চাৰিওফালৰ পৰা নিৰাপত্তা বাহিনীয়ে মাৰাথন অভিযান চলাই গৈছে ৷

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ মহাপৰিদৰ্শক অমৰেশ মিশ্ৰই  সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে ওড়িশা আৰু ছত্তীশগড়ৰ সীমান্তৰ গৰিয়াবন্দত যোৱা মঙলবাৰৰ যৌথ অভিযানত ১৬জন মাওবাদী নিহত হৈছিল।  এই অভিযান কিমান  বিপদজনক আছিল, মাওবাদীসকলক কেনেকৈ পৰিকল্পিত আৰু সম্পূৰ্ণ প্ৰস্তুতিৰে আক্ৰমণ কৰা হৈছিল, তাৰ বিৱৰণ দিছিল ৷

দেওবাৰে নিশা চোৰাংচোৱা সূত্ৰৰ খবৰ মতে, ছত্তীশগড়ৰ ২৫-৩০ জনীয়া মাওবাদীৰ এটা দলে কুলহাৰীঘাটত সমবেত হৈছিল।” সেই দলটোত শীৰ্ষ নেতৃত্বও আছিল । একাংশ নেতাৰ মূৰৰ মূল্য কেইবা কোটি টকা ধাৰ্যও আছিল ৷ গৰিয়াবন্দৰ অৰণ্যত মাওবাদীয়ে কেনেকৈ ধন সংগ্ৰহ কৰিব, ক’ত নিৰাপদ আশ্ৰয় ল’ব, পঞ্চায়ত নিৰ্বাচন ইত্যাদি আলোচনা কৰিবলৈ উপস্থিত হয় নেতা- কেডাৰ সকল ।

আই জি পি গৰাকীয়ে আৰু কয় যে, নিৰাপত্তা বাহিনীৰ এই অভিযানক তিনিটা পৰ্যায়ত বিভক্ত কৰা হৈছিল ৷ পৰিকল্পনা, কৌশল আৰু নিৰীক্ষণ। এই যৌথ অভিযানৰ অংশীদাৰ আছিল ই-৩০, কোব্ৰা ২০৭, চি আৰ পি এফৰ ৬৫, ২১১ বেটেলিয়ন আৰু ওড়িশাৰ স্পেচিয়েল অপাৰেচন গ্ৰুপ ৷ এছ অ’ জি’য়ে একেলগে এই অভিযান আৰম্ভ কৰে। কুলহাৰীঘাট পাহাৰীয়া অঞ্চললৈ যোৱাৰ সময়তেই আৰম্ভ হয় মাওবাদীৰ স’তে মুখামুখি সংঘৰ্ষ। আনকি মাওবাদীয়ে ড্ৰোন ব্যৱহাৰ কৰি বাহিনীৰ গতিবিধি নিৰীক্ষণ কৰিছিল। কিন্তু সেই ড্ৰ’নৰ চোৰাংচোৱাগিৰি নস্যাৎ কৰি নিৰাপত্তা বাহিনী মাওবাদীৰ ফালে ক্ৰমাৎ অগ্ৰসৰ হৈছিল ৷

নিৰাপত্তা বাহিনীয়ে তিনিফালৰ পৰা মাওবাদী দলটোক ঘেৰাও কৰে। মাওবাদীসকলৰ পলায়নৰ সকলো পথ বন্ধ কৰি দিয়ে। আনহাতে, ছত্তীশগড়ৰ নিৰাপত্তা বাহিনীয়ে বাকী বিষয়টো নিৰীক্ষণ কৰি আছিল।

আই জি গৰাকীয়ে আৰু কয় যে কুলহাৰীঘাট জনজাতীয় অঞ্চলটো অতি স্পৰ্শকাতৰ এলেকা হিচাপে চিহ্নিত আছিল ৷ আনকি এই অঞ্চলটো ৭৫ কিলোমিটাৰ দূৰত্বত পাহাৰ আৰু অৰণ্যৰে আগুৰি থকা সাতখন গাঁৱৰে গঠিত। এইটোৱেই হৈছে ‘ন’-নেটৱৰ্ক জ’ন’। এই কুলহাৰীঘাটত ১৫০০ লোক বাস কৰে। সাতখন গাঁৱৰ চাৰিখন আকৌ পাহাৰৰ ওপৰৰ ফালে। যিটো অতি দুৰ্গম। ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু ছত্তীশগড়ৰ মাওবাদীসকলে এই অঞ্চলটোক নিজৰ কেন্দ্ৰবিন্দু কৰি লৈছিল।

পাহাৰ, ডাঠ অৰণ্য আৰু দুৰ্গম পথ আৱৰি থকা এই অঞ্চলটো আছিল দুৰ্ধষ মাওবাদী নেতা চলপতিৰ দৰে মাওবাদী নেতাৰ মুক্ত বিচৰণস্থলী  ৷ গাঁৱৰ মানুহে স্থানীয় এই অঞ্চলটোলৈ বৰ বেছিকৈ নাহে। সপ্তাহত এবাৰ ৰেচন সংগ্ৰহ কৰেহি ৷ ফলত মাওবাদীয়ে কুলহাৰীঘাটৰ এই সাতখন গাঁও আৰু পাহাৰৰ ওপৰত থকা চাৰিখন গাঁৱক নিজৰ শিবিৰ হিচাপে বাছি লৈছিল।

স্মতৰ্ৱ্য যে,নিৰাপত্তা বাহিনীৰ যৌথ অভিযানত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য চলপতিকে ধৰি ১৬জন মাওবাদী নিহত হয়। চলপতিৰ মূৰৰ মূল্য ধাৰ্য আছিল এক কোটি টকা। ইয়াৰ বাহিৰেও সেই গোটৰ আন কেইবাজনো শীৰ্ষ নেতা আছিল, যাৰ কিছুমানৰ মূৰৰ মূল্য ৫ কোটি টকা। আৰক্ষীয়ে দাবী কৰা মতে, অভিযানত ১৬ জন নহয় অধিক মাওবাদীৰ মৃত্যু হৈছে। কিন্তু আন মাওবাদী কেডাৰে সংঘৰ্ষৰ পিছত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যু হোৱা সতীৰ্থ মাওবাদীৰ মৃতদেহ লগত লৈ ঘন জংঘললৈ পলায়ন কৰে ৷  ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: against MaoistsChhatishgarhlaunch operationsOdishaSecurity forces raid
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d