Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

    বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

    আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

    ‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

    Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি

    Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন

    Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

    পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Trump warns China and India over import tariffs on US goods: মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধিক লৈ চীন-ভাৰতলৈ সকীয়নি জাৰি ট্ৰাম্পৰ

ৰাষ্ট্ৰপতিৰ নিৰ্দেশ ব্যৰ্থ কৰিব বিচৰা অর্ধশতাধিক বিষয়াক বাধ্যতামূলক ছুটী

publisher by publisher
January 29, 2025
in News, International
Reading Time: 3 mins read
0
Trump warns China and India over import tariffs on US goods: মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধিক লৈ চীন-ভাৰতলৈ সকীয়নি জাৰি ট্ৰাম্পৰ
0
SHARES
4
VIEWS
ShareShareShareShare

Trump warns China and India over import tariffs on US goods:

আগ্রাসী মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এইবাৰ মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধিৰ অজুহাত দি চীন, ভাৰত আৰু ব্রাজিললৈ সকীয়নি জাৰি কৰিলে।

ADVERTISEMENT

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্রাম্প প্রশাসনৰ স’তে সম্পৰ্ক দৃঢ় কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰখাৰ সময়তে মঙলবাৰে মার্কিন ৰাষ্ট্ৰপতিজন চীন, ভাৰত আৰু ব্রাজিলৰ বিৰুদ্ধে সৰৱ হৈ উঠে। আনকি শেহতীয়া চর্চা অনুসৰি অহা মাহত ৱাশিংটনত ট্রাম্পৰ স’তে আলোচনাত মিলিত হ’ব প্রধানমন্ত্রী মোদী।

RelatedPosts

Trump warns China and India over import tariffs on US goods: মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধিক লৈ চীন-ভাৰতলৈ সকীয়নি জাৰি ট্ৰাম্পৰ

মোদী-ট্রাম্পৰ আগন্তুক এই আলোচনাক লৈ চৰ্চা আৰম্ভ হোৱাৰ সময়তে ফ্ল’ৰিডাত এক অনুষ্ঠানত ভাষণ দি নৱনিযুক্ত মার্কিন ৰাষ্ট্ৰপতিজনে লগতে কয়, ‘চীন-ভাৰত আৰু ব্রাজিলে শুল্ক বৃহৎ হাৰত বৃদ্ধি কৰিছে। মোৰ চৰকাৰে এয়া অব্যাহত থাকিবলৈ নিদিয়ে। আমি আমেৰিকাক প্রথম স্থানত উপনীত কৰিবলৈ গৈ আছো।’

লক্ষ্যণীয় যে শেহতীয়াভাৱে বিশ্বত পাঁচ দেশীয় সংস্থা ‘ব্রিকছ‘ৰ প্ৰভাৱ বৃদ্ধি পাইছে ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰে গঠিত সংস্থাটোৰ যে দৰাচলতে বিশ্বত গুৰুত্ব বৃদ্ধি পাইছে সেয়া মার্কিন ৰাষ্ট্ৰপতিজনৰ এনে মন্তব্যই প্রমাণ কৰে বুলি চর্চা হৈছে।

উল্লেখ্য যে যোৱা ২০ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে মার্কিন ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰাৰ পাছতে ট্রাম্পে কেতবোৰ অত্যন্ত কঠোৰ কাৰ্যবাহী নির্দেশ জাৰি কৰে। ইয়াৰে অন্যতম হৈছে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তেওঁ জাৰি কৰা নিৰ্দেশ। এই নির্দেশে সমগ্র বিশ্বতে জোঁকাৰণিৰ সৃষ্টি কৰি আছে। এনে অৱস্থাতে মার্কিন সামগ্ৰীত চীন, ভাৰত আৰু ব্রাজিলে অত্যধিক আমদানি শুল্ক আৰোপ কৰা বুলি সৰৱ হৈ উঠে ৰাষ্ট্ৰপতিজন।

অৱশ্যে তেওঁ যোৱা বছৰ ৰাষ্ট্ৰপতি নির্বাচনত বিজয়ী ঘোষিত হোৱাৰ পাছতো উক্ত তিনি দেশৰ বিৰুদ্ধে মার্কিন সামগ্রীত আমদানি শুল্ক বৃদ্ধিৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈছিল। মঙলবাৰে তেওঁ কয়, ‘বিদেশী ৰাষ্ট্ৰসমূহ আৰু যিসমূহ দেশৰ লোকে আমাৰ ক্ষতি কৰে সেইসকলৰ দেশত উৎপাদিত তথা আমাৰ ইয়ালৈ ৰপ্তানি হোৱা সামগ্ৰীৰ ওপৰত আমি শুল্ক আৰোপ কৰিবলৈ গৈ আছো। এনে লোকে নিজৰ দেশক ভাল কৰিবলৈ বিচাৰে।

চীন, ভাৰত, ব্রাজিল আদি বহুসংখ্যক দেশে বৃহৎ হাৰত শুল্ক আৰোপ কৰিছে। এনে ঘটনা অধিক দিন অব্যাহত থাকিবলৈ আমি নিদিওঁ। কাৰণ আমি আমেৰিকাক প্ৰথম স্থানত উপনীত কৰিবলৈ গৈ আছো।’ তেওঁ চীন, ভাৰত আৰু ব্রাজিললৈ এই সকীয়নি জাৰি কৰাৰ লগে লগে অনুষ্ঠানত সমবেতসকলে উছাহ প্রদর্শন কৰে।

লক্ষ্যণীয়ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহত্তম বাণিজ্যিক সহযোগী হৈছে ভাৰত। তৎসত্ত্বেও ট্রাম্পে বিগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ভাৰতক অতি ডাঙৰ উৎপীড়নকাৰী আখ্যা দিছিল। তদুপৰি তেওঁ হুংকাৰ দিছিল যে ভাৰতকে ধৰি ‘ব্ৰিকছ’ ৰাষ্ট্ৰসমূহৰ পৰা আমেৰিকালৈ ৰপ্তানি হোৱা সামগ্রীসমূহত এশ শতাংশ শুল্ক আৰোপ কৰিব।

🔷 কাৰ্যবাহী নির্দেশ ব্যর্থ কৰিব বিচৰা অর্ধশতাধিক জ্যেষ্ঠ চৰকাৰী বিষয়াক বাধ্যতামূলক ছুটী

ৰাষ্ট্ৰপতি ট্রাম্পৰ ৰোষত পৰি বাধ্যতামূলক ছুটীত যাবলগীয়া হ’ল মার্কিন প্রশাসনৰ ৫৬জন জ্যেষ্ঠ বিষয়া। আন্তর্জাতিক উন্নয়নৰ মার্কিন সংস্থা (ইউএছএইড) ত কৰ্মৰত একাংশ বিষয়াই ৰাষ্ট্ৰপতি ট্রাম্পৰ কাৰ্যবাহী নির্দেশ ব্যর্থ কৰাৰ ষড়যন্ত্রত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

এই বিষয়াবৰ্গৰ এনে স্থিতিৰ কথা পোহৰলৈ অহাৰ পাছতে ইউএছ এইডৰ কমেও ৫৬জন বিষয়াক বাধ্যতামূলক ছুটী প্ৰদান কৰা হৈছে। এই ৫৬ বিষয়াৰ এনে অবাধ্য আচৰণ ধৰা পেলায় ইউএছএইডৰ প্রশাসক জেছন গ্রেই।

আনহাতে, এই বৃহৎসংখ্যক বিষয়াক ট্রাম্প প্রশাসনে বাধ্যতামূলক ছুটী দিয়াত ইউএছএইডৰ কাম-কাজত ব্যাঘাত জন্মোৱাৰ আশংকা প্রৱল হৈছে। ইতিমধ্যে ট্রাম্পে আন এক কার্যবাহী নির্দেশৰ জৰিয়তে ইউএছএইডলে পুঁজি যোগান ৯০ দিনৰ বাবে স্থগিত কৰিছে। ইউএছএইডে বিভিন্ন দেশক সাহায্য প্রদান কৰে। এই কাম সংস্থাটোরে মার্কিন বৈদেশিক দপ্তৰৰ জৰিয়তে কৰে।

donaldyyyএনেদৰে সংস্থাটোৱে বিশ্বৰ বিভিন্ন দেশত মানৱসেৱামূলক কাম-কাজ কৰে। আনহাতে, ইউএছএইডৰ অর্ধশতাধিক জ্যেষ্ঠ বিষয়াক বাধ্যতামূলক ছুটী দিয়া সম্পৰ্কত সংস্থাটোৰ প্ৰশাসক গ্রেই এক জাননীত কয়, ‘পৰৱৰ্তী জাননী জাৰি নকৰালৈকে সম্পূৰ্ণ দৰমহা আৰু অন্যান্য সা-সুবিধাসহ ইউএছএইডৰ একাংশ বিষয়াক বাধ্যতামূলক ছুটী দিয়া হৈছে।

অৱশ্যে সংস্থাটোৰ কোনসকল বিষয়াই ৰাষ্ট্ৰপতিৰ কাৰ্যবাহী নিৰ্দেশ ব্যর্থ কৰাৰ অপচেষ্টা চলায় সেইসকলৰ বিষয়ে সবিশেষ তথ্য প্রকাশৰ পৰা গ্ৰে বিৰত আছে।

আনহাতে, মার্কিন বৈদেশিক সচিব মার্ক’ ৰুবিঅ’ই সংবাদ মাধ্যমৰ আগত কয় যে সম্প্রতি মার্কিন প্রশাসনে কেৱল ইজৰাইল আৰু ইজিপ্তলৈহে জৰুৰী খাদ্য আৰু সামৰিক সাহায্য যোগান অব্যাহত ৰাখিছে। আন সকলো দেশলৈ মার্কিন প্রশাসনে আগবঢ়াই অহা সাহায্য বাতিল কৰিছে বুলি বৈদেশিক সচিব ৰুবিঅ’ই সদৰী কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: China and IndiaDonald Trump warnsover import tariffsUS goods
publisher

publisher

Related Posts

বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া
News

বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া

May 15, 2025
আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা
India

‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

May 15, 2025
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
News

Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি

May 15, 2025
Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন
News

Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন

May 15, 2025
Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
News

Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

May 15, 2025
পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?
India

পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d