Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

    এইবাৰ এয়াৰ ইণ্ডিয়াৰ কলকাতা অভিমুখী বিমানত কাৰিকৰী দোষ!

    David Warner does not travel on Air India flights: এয়াৰ ইণ্ডিয়াৰ বিমানত নুঠে ডেভিদ ৱাৰ্ণাৰ

    What flight attendants do during takeoff and landing: বিমান উঠা-নমাৰ সময়ত কি কৰে বিমানকর্মীয়ে !

    Anand Rashibachia arrested in Meerut:উত্তৰ প্ৰদেশৰ মিৰাটত তিনিচুকীয়া আৰক্ষীৰ সফল অভিযান

    Assam State Bjp comittee:আজিৰে পৰা বিজেপিৰ ৪৩৩ টা মণ্ডল সমিতিৰ কাৰ্য্যনির্বাহক সভা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Union Budget 2025

Union Budget 2025: ১.৭ কোটি কৃষকৰ বাবে ধনধান্য কৃষি যোজনা ঘোষণা

প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনা নিৰ্মলা সীতাৰমণৰ বাজেটত কৃষকসকলৰ বাবে আটাইতকৈ ডাঙৰ ঘোষণা

publisher by publisher
February 1, 2025
in Union Budget 2025
Reading Time: 1 min read
0
Union Budget 2025: ১.৭ কোটি কৃষকৰ বাবে ধনধান্য কৃষি যোজনা ঘোষণা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Tax Reduction: বাজেটত ঔষধৰ ওপৰত শুল্ক হ্ৰাসৰ ঘোষণাই কিবা কামত আহিবনে ?

Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!

GST Collection Has Set a Record:জিএছটি সংগ্ৰহে গঢ়িছে অভিলেখ !

Union Budget 2025: ১.৭ কোটি কৃষকৰ বাবে ধনধান্য কৃষি যোজনা ঘোষণা

ADVERTISEMENT
  • বাজেটত কৃষি, মহিলা আৰু যুৱক-যুৱতীক অধিক গুৰুত্ব দিয়া হ’ব। ভাষণৰ আৰম্ভণিতে কয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কৃষিৰ স’তে বাজেট ভাষণো আৰম্ভ কৰে।
  • স্বাভাৱিকতে, প্ৰত্যাশা বৃদ্ধি পাইছে । হয়তো কৃষি খণ্ডত এটা ডাঙৰ ঘোষণা হ’ব। বিত্ত মন্ত্ৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে, কিন্তু ই সাধাৰণ কৃষকসকলৰ মুখত কিমান হাঁহি আনিব সেয়া সন্দেহজনক।
  • প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনা নিৰ্মলা সীতাৰমণৰ বাজেটত কৃষকসকলৰ বাবে আটাইতকৈ ডাঙৰ ঘোষণা। বিত্ত মন্ত্ৰীয়ে জনাই যে ১০০ খন জিলাৰ ১.৭ কোটি কৃষক এই আঁচনিৰ দ্বাৰা লাভান্বিত হ’ব।
  • কেন্দ্ৰই এই ১০০ খন জিলাত কৃষিৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰৰ স’তে কাম কৰিব। সীতাৰমণে বৰ্ণনা কৰে যে এনে ধৰণৰ মুঠ ১০০ খন জিলা চিনাক্ত কৰা হ’ব য’ত উৎপাদনৰ হাৰ কম।nirmala 3
  • এই জিলাবোৰৰ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি, বিভিন্ন শস্য চিনাক্ত কৰা হ’ব। কৃষকসকলক প্ৰশিক্ষণ দিয়া হ’ব। শস্য বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ’ব। এই জিলাসমূহতো প্ৰক্ৰিয়াকৰণ কৰা হ’ব।
  • বিত্ত মন্ত্ৰীয়ে দাবী কৰে যে আঁচনিখনে ১.৭ কোটি কৃষকৰ জীৱন সলনি কৰিব।
  • ইয়াৰ উপৰিও, কৃষি খণ্ডৰ অন্যান্য ঘোষণাত, কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে সৰ্বাধিক ঋণৰ সীমা তিনি লাখ টকাৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
  • দুগ্ধজাত আৰু মীন পালন উদ্যোগসমূহৰ বাবে পাঁচ লাখ টকালৈকে ঋণ দিয়া হ’ব। বিত্ত মন্ত্ৰীয়ে কপাহ খেতিয়কসকলৰ বাবে এটা পৃথক কপাহ উৎপাদন অভিযান আৰু মাছমৰীয়াসকলৰ বাবে এক বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ কথাও ঘোষণা কৰে।
  • প্ৰত্যাশিতভাৱে, নিৰ্মলাই নিৰ্বাচনমুখী বিহাৰৰ প্ৰতি অতিৰিক্ত মনোযোগ দিছে। বিহাৰৰ বাবে এখন পৃথক মাখনা বোৰ্ড ঘোষণা কৰা হৈছে। দীৰ্ঘদিন ধৰি কিষাণ সন্মান নিধি বৃদ্ধি কৰাৰ দাবী চলি আহিছে। কিন্তু বাজেটত তেনে কোনো ঘোষণা নাই। কৃষিক্ষেত্ৰত নিম্নতম সমৰ্থন মূল্য বা এমএছপিৰ আইনী গেৰাণ্টিদাবী কৰি দীৰ্ঘদিনধৰি আন্দোলন চলি আহিছে।
  • সাৰ আৰু কীটনাশকৰ ওপৰত ৰাজসাহায্য বৃদ্ধি কৰাৰ বাবে দীৰ্ঘদিনধৰি দাবী কৰি আহিছে। কিন্তু নিৰ্মলাৰ বাজেটত তেনে কোনো ঘোষণা নাই।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nirmala Sitaramanunion budget
publisher

publisher

Related Posts

Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ
Union Budget 2025

Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ

February 1, 2025
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
Union Budget 2025

Union Budget 2025 Updates: এঘণ্টা ১৬ মিনিটত ভাষণ শেষ, কি কি ঘোষণা নির্মলাৰ ?

February 1, 2025
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
Union Budget 2025

Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!

February 1, 2025
Union Budget 2025 Updates:দাম কমিব

Union Budget 2025 Updates:অষ্টমবাৰ বাজেট উপস্থাপন কৰে নির্মলা সীতাৰমণে

February 1, 2025
Union Budget 2025 Updates:আয়কৰৰ ক্ষেত্ৰত কেতবোৰ ৰেহাই 
Union Budget 2025

Union Budget 2025 Updates:আয়কৰৰ ক্ষেত্ৰত কেতবোৰ ৰেহাই 

February 1, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d