Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Union Budget 2025

Union Budget 2025 Updates:অষ্টমবাৰ বাজেট উপস্থাপন কৰে নির্মলা সীতাৰমণে

নিৰ্মলাৰ বাজেটৰ লক্ষ্য হৈছে 'শূন্য দৰিদ্ৰতা'। মেক ইন ইণ্ডিয়াত অতিৰিক্ত গুৰুত্ব। বাজেটত সীতাৰমণে গৱেষণা আৰু উন্নয়ন, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ভূমিহীন কৃষকসকলৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে

publisher by publisher
February 1, 2025
in Union Budget 2025
Reading Time: 1 min read
0
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Tax Reduction: বাজেটত ঔষধৰ ওপৰত শুল্ক হ্ৰাসৰ ঘোষণাই কিবা কামত আহিবনে ?

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Union Finance Minister Nirmala Sitharaman:বুদ্ধ স্মৃতিসৌধৰ ওপৰত বিশেষ গুৰুত্ব, দেশৰ ৫০টা পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰকল্প

Union Budget 2025 Updates:অষ্টমবাৰ বাজেট উপস্থাপন কৰে নির্মলা সীতাৰমণে, ৰাষ্ট্ৰপতিৰ স’তে সাক্ষাৎ

ADVERTISEMENT

তৃতীয় পৰ্যায়ত নৰেন্দ্ৰ মোডী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে বাজেট।

বাজেটত কি কি কৰ ৰেহাই পোৱা যাব? হ্ৰাস হ’ব বীমাৰ খৰচ ?দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ দাবী কৰিব নিৰ্মলাই ।

দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ দাবী কৰিব নিৰ্মলাই? পঢ়ক বাজেটৰ প্ৰতিটো মুহূৰ্তৰ লাইভ আপডেট ।

  • ৰাষ্ট্ৰপতি ভৱনৰ পৰা সংসদত উপস্থিত হয় বিত্ত মন্ত্ৰী । পুৱা ১১ বজাৰ পৰা তেওঁ বাজেট উপস্থাপন কৰে ।
  • পুৱা ৯:১৫ বজাতঃ ৰাষ্ট্ৰপতি ভৱনত দ্ৰৌপাদি মুৰ্মুক সাক্ষাৎ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।
  • বিত্ত মন্ত্ৰীয়ে এইবাৰ পৰম্পৰাগত ‘বহি-খাতা’ নহয়, ৰঙা ৰঙৰ টেব’ৰ পৰা বাজেট উপস্থাপন কৰিছে ।
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিবলৈ বিহাৰৰ এগৰাকী পদ্মশ্ৰী প্ৰাপ্তকৰ্তাই তৈয়াৰ কৰা মধুবনী শাৰী পৰিধান কৰি আহে ।

  বাজেটৰ প্ৰতিটো মুহূৰ্তৰ লাইভ আপডেট !

  • বিহাৰৰ বাবে খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰতিষ্ঠানটো প্ৰথম । এমএছএমই (ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ) ক বিকাশৰ বাবে নতুন ঋণ আঁচনি ঘোষণা। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি উপকৃত হ’ব। ঋণ প্ৰক্ৰিয়া সহজ চৰ্তাৱলীত আৰম্ভ হ’ব। ঋণৰ পৰিমাণ পাঁচ কোটি টকাৰ পৰা ১০ কোটি টকালৈ বৃদ্ধি ।
  • বিত্তমন্ত্ৰীয়ে টয় হাব তৈয়াৰ কৰা কথা ঘোষণা কৰে। আই আই টিত ছাত্ৰ-ছাত্ৰীৰ আসন বৃদ্ধি। গাঁৱৰ সকলো চৰকাৰী বিদ্যালয়ত ব্ৰডবেণ্ড।
  • ভাৰতীয় ডাক বিভাগৰ উন্নতিৰ ওপৰত বিশেষ গুৰুত্ব। বাজেট ভাষণৰ আৰম্ভণিতে বিৰোধী সাংসদৰ এটা অংশই ৱাকআউট কৰে। পৰৱৰ্তী ছয় বছৰত দালি উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ ‘মিছন’ বাজেটত আছে। ষ্টাৰ্টআপৰ ক্ষেত্ৰত, ঋণৰ পৰিমাণ ২০ কোটিলৈ বৃদ্ধি হৈছে।
  • বজাৰৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে বাজেটৰ ওপৰত মনোযোগ বৃদ্ধি হয়। বিহাৰৰ বাবে মাখানা বোৰ্ড। মাখনা উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ৰাজ্যখনৰ কৃষকসকলৰ বৃদ্ধি পাব সুবিধা। কৃষিক্ষেত্ৰত স্বাৱলম্বী ভাৰতৰ ওপৰত গুৰুত্ব দিয়া হ’ব। কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণৰ পৰিমাণ তিনি লাখ টকাৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি পাইছে।
  • আন্তঃগাঁথনি উন্নয়ন, মধ্যবিত্ত শ্ৰেণী, কৃষি, উৎপাদন উদ্যোগ, কৃষি খণ্ডৰ ওপৰত গুৰুত্ব দিয়াত অগ্ৰাধিকাৰ দিয়া হয়।
  • নিৰ্মলাৰ বাজেটৰ লক্ষ্য হৈছে ‘শূন্য দৰিদ্ৰতা’। মেক ইন ইণ্ডিয়াত অতিৰিক্ত গুৰুত্ব। বাজেটত সীতাৰমণে গৱেষণা আৰু উন্নয়ন, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ভূমিহীন কৃষকসকলৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
  • ধনধান্য কৃষি যোজনাৰ ফলত ১.৭০ কোটি কৃষক উপকৃত হ’ব। যুৱ আৰু মহিলাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ৭০ শতাংশত ।
  • বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অষ্টমবাৰৰ বাবে ২০২০-২০ চনৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে কেন্দ্ৰীয় বাজেটৰ পূৰ্বে সংসদত উপস্থিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Union Budget 2025নৰেন্দ্ৰ মোডী
publisher

publisher

Related Posts

Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ
Union Budget 2025

Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ

February 1, 2025
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
Union Budget 2025

Union Budget 2025 Updates: এঘণ্টা ১৬ মিনিটত ভাষণ শেষ, কি কি ঘোষণা নির্মলাৰ ?

February 1, 2025
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
Union Budget 2025

Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!

February 1, 2025
Union Budget 2025: ১.৭ কোটি কৃষকৰ বাবে ধনধান্য কৃষি যোজনা ঘোষণা
Union Budget 2025

Union Budget 2025: ১.৭ কোটি কৃষকৰ বাবে ধনধান্য কৃষি যোজনা ঘোষণা

February 1, 2025
Union Budget 2025 Updates:দাম কমিব
Union Budget 2025

Union Budget 2025 Updates:দাম কমিব

February 1, 2025
Union Budget 2025 Updates:আয়কৰৰ ক্ষেত্ৰত কেতবোৰ ৰেহাই 
Union Budget 2025

Union Budget 2025 Updates:আয়কৰৰ ক্ষেত্ৰত কেতবোৰ ৰেহাই 

February 1, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d