Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Bjp comittee:আজিৰে পৰা বিজেপিৰ ৪৩৩ টা মণ্ডল সমিতিৰ কাৰ্য্যনির্বাহক সভা

ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে জীৱনৰ সৰ্বশ্রেষ্ঠ অৱদান আগবঢ়াবলৈ সংকল্প গ্রহণ ভাৰতীয় জনতা পার্টিৰ কৰ্মকৰ্তাৰ

publisher by publisher
June 15, 2025
in Assam, News
Reading Time: 1 min read
0
Assam State Bjp comittee:আজিৰে পৰা বিজেপিৰ ৪৩৩ টা মণ্ডল সমিতিৰ কাৰ্য্যনির্বাহক সভা
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

Assam State Bjp comittee:

এগৰাকী দায়িত্বশীল আৰু দেশপ্রেমিক নাগৰিক হিচাপে ৰাষ্ট্র সর্বোপৰি মনোভাৱেৰে “বিকশিত ভাৰত ২০৪৭”ৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে শৰীৰ, মন-মস্তিস্ক, সা-সম্পত্তি আদি সকলো আন্তৰিকতাৰে উৎসৰ্গা কৰি জীৱনৰ সৰ্বশ্রেষ্ঠ অৱদান আগবঢ়াবলৈ সংকল্প গ্রহণ কৰিছে ভাৰতীয় জনতা পার্টিৰ সকলো কার্যকর্তাই।

ADVERTISEMENT

ভাৰতৰ সংবিধানে দিয়া ভোটাধিকাৰ নিজে সাব্যস্ত কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক ভোট দানৰ বাবে অনুপ্রাণিত কৰি গণতান্ত্রিক প্রমূল্যবোধক শক্তিশালী কৰাৰ জড়িয়তে “বিকশিত ভাৰত ২০৪৭” ৰ ভেটি গঢ়ি তোলাৰ বাবে সাজু হৈছে দলৰ কার্যকর্তা” এনে সংকল্পৰে উদ্বুদ্ধহৈ ভাৰতীয় জনতা পার্টিৰ, অসম প্রদেশৰ ৬৫ লাখতকৈ অধিক কার্যকর্তা ৰাজনৈতিক ক্ষেত্রত সক্রিয় হৈ আছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত দলৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এনেদৰে মতপোষণ কৰে।

ৰাজ্যিক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ ৪৩৩ টা মণ্ডল সমিতিৰ কাৰ্য্যনির্বাহক সভা আজিৰে পৰা আৰম্ভ হৈছে। এই সভাত উপস্থিত থকা সকলো কাৰ্যকৰ্তাই জীৱনৰ সৰ্বশ্রেষ্ঠ অবদানেৰে ৰাষ্ট্ৰ নির্মাণত বিশেষ ভূমিকা পালন কৰাৰ বাবে সংকল্প গ্রহণ কৰিব বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র শৰ্মাই বিবৃতিত উল্লেখ কৰিছে। উল্লেখযোগ্য যে বিজেপি দলৰ সকলো কাৰ্যকৰ্তাই “সংকল্প পত্র”ত স্বাক্ষৰ কৰি ৰাষ্ট্ৰীয় একতা, সংহতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ বাবে জাতি, বর্ণ, ধর্ম, লিংগ আৰু অঞ্চল ভিত্তিত ভেদাভেদ পৰিহাৰ কৰি আগবাঢ়ি যোৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈছে।

সমন্বয় আৰু ঐক্যবদ্ধতাৰ জৰিয়তে দুর্নীতি মুক্ত সমাজ গঢ়ি তোলাৰ বাবে দলৰ সকলো কার্যকর্তাই সদায় সহযোগীতাৰ মনোভাৱেৰে কাম কৰি আহিছে। শর্মাই উল্লেখ কৰা মতে ঔপেনিৱেশিক মানসিকতা আৰু পৰিয়াল কেন্দ্রীক ৰাজনীতিৰ বিৰুদ্ধেও সদায় সৰৱ ভূমিকা পালন কৰি যাব বিজেপিৰ সকলো কার্যকর্তাই। ৰাজহুৱা সম্পদৰ সুৰক্ষা সু-নিশ্চিত কৰাৰ লগতে স্বচ্ছতা বর্তাই ৰখাৰ ক্ষেত্ৰত সর্বোচ্চ সহযোগিতা আগবঢ়াবলৈ দলীয় কার্যকৰ্তাৰ লগতে সমাজৰ সকলো স্তৰৰ নাগৰিককো অনুপ্রাণিত কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হয়।

যোৱা ২১ মে’ৰ দিনা যোৰহাটত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ বৰ্দ্ধিত কাৰ্য্যনির্বাহক সভাৰ পিছতেই জিলা আৰু মণ্ডল পৰ্য্যায়তো ৰাজ্যিকৰ পৰা নিযুক্তি দিয়া প্রভাৰীৰ উপস্থিতিত কার্য্যনির্বাহক সভা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। এই সিদ্ধান্তৰ অংশ হিচাপে জিলা কাৰ্য্যনির্বাহকৰ সভা ২৮ মে’ৰ পৰা ১৭ জুনৰ ভিতৰত আৰু ১৫ জুনৰ পৰা ২৫ জুনৰ ভিতৰত মণ্ডল কাৰ্য্যনির্বাহক সভা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। ইতিমধ্যে অধিকাংশ জিলাৰে কাৰ্য্যনির্বাহক সভা অনুষ্ঠিত হৈ গৈছে।

উল্লেখযোগ্য যে দলৰ ৰাজ্যিক সভাপতি সাংসদ দিলীপ শইকীয়াই চৰাইদেউ, ওদালগুৰি, শিৱসাগৰ, তামুলপুৰ, উত্তৰ কামৰূপ আৰু দৰং জিলাৰ কাৰ্য্যনির্বাহক সভা সমূহত উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State BjpBajpai BhawanGuwahatimandal Bjp CommitteeSporkperson Ranjib Sarma
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d