Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Two youths killed in road accident abroad:ব’হাগত ঘৰলৈ অহাৰ কথা আছিল দুয়োৰে !

কিন্তু মাঘৰ ঘাটতেই অন্তৰ্দ্ধান হ'ল তেওঁলোকৰ ভাৱনাৰ নাও, ৰহঢলাত একেলগে জ্বলিল দুখনকৈ চিতা

publisher by publisher
February 3, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Two youths killed in road accident abroad:ব’হাগত ঘৰলৈ অহাৰ কথা আছিল দুয়োৰে !
2
SHARES
16
VIEWS
ShareShareShareShare

Two youths killed in road accident abroad:

এইবেলি ব’হাগত ঘৰলৈ অহাৰ কথা আছিল দুয়ো । আপোনভূমিৰ ঘৰ দুখনতো কিছু উন্নয়নৰ পৰশ দিয়াৰ কথা আছিল । পৰিয়ালৰ জ্যেষ্ঠ সকলক ন-বস্ত্ৰ দান কৰি বিহুৰ সেৱা জনোৱাৰ পৰিকল্পনা আছিল দুয়োৰে । ভাবিছিল সাত বিহুৰ ভিতৰতে ঘৰৰ সকলোকে কথাষাৰ কাণচোৱাই পিছৰটো ব’হাগলৈ তহঁতৰ লগ এগৰাকী বাঢ়িব বুলি মনৰ সাঁচতীয়া কথাবোৰ দুয়োৱে পৃথককৈ প্ৰকাশ কৰিব । কিন্তু সেয়া নহ’ল ।

ADVERTISEMENT

ভাৱনাৰ নাওখন আহি চ’তৰ ঘাট নৌপাওঁতেই মাঘৰ ঘাটতেই কাললৈ অন্তৰ্দ্ধান হ’ল । নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে দুয়োৰে প্ৰাণ । ঘৰৰ পৰা ২,৩৮০ কিলোমিটাৰ (পথ দৈৰ্ঘ্য) নিলগৰ ৰাজস্থানৰ উদয়পুৰৰ এক ব্যস্ত পথত শিল হ’ল দুয়োৰে শৰীৰ । এক শোকাৱহ পথ দুৰ্ঘটনাত অতীত হ’ল একে গাঁৱৰে প্ৰায় সমবয়সীয়া দুই পৰিশ্ৰমী যুৱক । তেওঁলোক দুয়ো হৈছে বিদ্যুত বৰদলৈ (২৯) আৰু কণ্টক বৰদলৈ (৩১) ।

RelatedPosts

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

Road Accident in Bokajan:বোকাজানত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল চাৰিগৰাকী মহিলা, শিশু সহ দহগৰাকী আহত

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত গোঁসাইবৰি ডাকঘৰৰ এলেকাধীন ৰহঢলা গাঁৱৰ এই দুই যুৱকে দহ বছৰ পূৰ্বেই সংস্থাপনৰ বাবে ঢাপলি মেলিছিল ৰাজস্থানলৈ । এক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল দুয়ো । যোৱা ৩০ জানুৱাৰীত কৰ্মস্থলীৰ সমীপতে বন্ধু এগৰাকীৰ মটৰ চাইকেল লৈ দুয়ো বজাৰ কৰিবলৈ ওলাই গৈছিল । কিন্তু সেই যে গ’ল তেওঁলোক আৰু সোঁশৰীৰে ঘূৰি নাহিল ।

ইয়াৰ পৰিৱৰ্তে আজি পুৱা ঘটনাৰ পঞ্চমটো দিনত জন্মভূমিলৈ ঘূৰি আহিল দুয়োৰে নিথৰ দেহ । এখন পানীভৰ্ত্তি টেংকাৰত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় একে গাঁৱৰে দুই যুৱক । তেওঁলোকৰ কৰ্মৰত উদ্যোগ গোষ্ঠীৰ তৎপৰতাত আজি এখন বগা ৰঙৰ এম্বুলেন্সত লৈ অনা হয় দুয়োৰে অপাৰ্থিৱ দেহ ।

সেমেকা শোকাচ্ছন্ন পৰিৱেশত দাউ দাউকৈ জ্বলি উঠে দুখনকৈ চিতা । আজি পুৱা ৯ বজাত শতাধিক লোকৰ উপস্থিতিত ৰহঢলাৰ জনজাতি শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় দুয়োৰে । দহ ফুট ব্যৱধানৰ দুখনকৈ চিতাৰ জুয়ে গ্ৰাস কৰে তেওঁলোকৰ অৱয়ব । কাৰণ জুয়ে নুবুজে মৰম, দয়া । নকৰে কাকো ক্ষমা । দুখনকৈ চিতাৰ জুই একেলগে জ্বলিছিল যদিও আজি সমগ্ৰ দিনটো আন্ধাৰ সদৃশ হৈ আছিল গাঁওখনি । বহুতৰে আখলৰ পৰা ওলোৱা নাছিল ধোঁৱা । এয়াই হয়তো অনাকাংক্ষিত সেই ঘটনাৰ অন্য এক পৰিঘটনা …।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: RajasthanRoad AccidentTwo youths killed
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d