Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Asom Sahitya Sabha Awards:অসম সাহিত্য সভাত বঁটাৰ নামত চূড়ান্ত ভণ্ডামিত অসন্তুষ্টি

শিশু সাহিত্যৰ শ্ৰেষ্ঠ পাণ্ডুলিপি বঁটা শিশুৰ উপযোগীনোহোৱা গ্রন্থলৈ, তীব্র ক্ষোভ প্রকাশ লেখিকাৰ

publisher by publisher
February 4, 2025
in India, Assam, News
Reading Time: 1 min read
0
Asom Sahitya Sabha Awards:অসম সাহিত্য সভাত বঁটাৰ নামত চূড়ান্ত ভণ্ডামিত অসন্তুষ্টি
6
SHARES
55
VIEWS
ShareShareShareShare

RelatedPosts

Asom Sahitya Sabha:হাৱাজানত অসম সাহিত্য সভাৰ ‘কেন্দ্ৰীয় সাহিত্য দিৱস’ উদযাপন

Asom sahitya Sabha:অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি

Asom Sahitya Sabha: জুবিন গাৰ্গলৈ মৰণোত্তৰভাবে ভাৰত ৰত্ন প্ৰদানৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসম সাহিত্য সভাৰ

Asom Sahitya Sabha Awards:

এইবাৰ বঁটা প্ৰদানৰ নামত ভণ্ডামিৰ আশ্ৰয় লৈ বিতৰ্কত সোমাই পৰিল অসম সাহিত্য সভা। সোমবাৰে সভাৰ বিদায়ী কাৰ্যনিৰ্বাহকৰ শীর্ষ নেতৃত্বই পাঠশালাৰ অধিবেশনৰ আদৰণি সমিতিৰ কাৰ্যালয়ত সভাৰ বিদায়ী নেতৃত্বই এক সংবাদমেলযোগে বিভিন্ন বঁটাসমূহ ঘোষণা কৰে। ইয়াৰে এটা বঁটা হ’ল নকুল চন্দ্র সভাপণ্ডিত সোঁৱৰণী বঁটা। এই বঁটাটো শিশু উপযোগী শ্রেষ্ঠ সাহিত্য পাণ্ডুলিপিৰ বাবে প্ৰদান কৰা হয়। ঘোষিত তালিকা অনুসৰি, বঁটাটো আগবঢ়োৱা হৈছে ‘পান্থশালা’ নামৰ গ্ৰন্থৰ বাবে চন্দনা পাঠকলৈ; অথচ সভাৰ নেতৃবৰ্গৰ এই কথা অনুভব নকৰিলে যে পান্থশালা নামটোৱেই শিশু উপযোগী নহয়।

আনহাতে, বঁটা লাভৰ বিষয়ে অৱগত হৈ আশ্চর্য প্রকাশ কৰে লেখিকা গৰাকীয়ে। ‘দৈনিক অগ্রদূত’ক চন্দনা পাঠকে কয় যে তেওঁৰ গ্ৰন্থখন শিশু উপযোগী নহয়, তাৰ নামটোৱে প্রমাণ। তদুপৰি, ডাঙৰৰ বাবে লিখা এই উপন্যাসখন ২০২২তে প্রকাশ হৈছিল। গতিকে পাণ্ডুলিপিৰ কথাই নাহে। সর্বোপৰি কিতাপখন শিশুৰ বাবেই নহয়েই। আকৌ সাহিত্য সভাৰ কোনো প্রতিযোগিতাৰ বাবে তেওঁ গ্রন্থখন তেওঁ অথবা প্রকাশকে জমা দিয়াই নাছিল। এনে ক্ষেত্রত এনে কাণ্ড কিদৰে সংঘটিত হ’ল তাকে লৈ তেওঁ নিজেই আশ্চর্যবোধ কৰিছে।

ইপিনে, সভাৰ নতুন নেতৃত্বৰ শীৰ্ষ বিষয়ববীয়াৰ সূত্রই জনায় যে শ্রেষ্ঠ শিশু সাহিত্য পাণ্ডুলিপি বঁটা গ্রহণ কৰিবলৈ সোমবাৰে বিয়লি বিদায়ী প্রধান সম্পাদক উপেন্দ্রজিৎ শর্মাই ভট্টাচার্য উপাধিৰ এগৰাকী লেখিকাৰ লগত যোগাযোগ কৰে। কিন্তু লেখিকা গৰাকীয়ে পাছত গম পায় যে বঁটাটোৰ বাবে চন্দনা পাঠকৰ নামহে বাছনি কৰা হৈছে । এনে ব্যাপক বিসংগতিক লৈ লেখিকাগৰাকী চৰম অস্বস্তি তথা বিভ্রান্তিত পৰিছে। সামগ্রিকভাৱে বঁটাৰ বাবে গ্রন্থ বাছনি সন্দর্ভত সভাৰ শীৰ্ষ বিষয়ববীয়াৰ সূত্রই ‘দৈনিক অগ্রদূত’ক কয় যে মাত্ৰ তিনিদিনৰ ভিতৰতে ঢৌতে খৰ মাৰি কে’বাখনো গ্রন্থক বঁটাৰ বাবে বাছনি কৰা হয়। বহু সময়ত লেখকৰ নামৰ ভিত্তিতে কে’বাটাও বঁটাৰ বাবে বাছনি কৰা হৈছে। সম্পূৰ্ণৰূপে দায়বদ্ধহীন মনোভাৱেৰে এই কাণ্ড সংঘটিত কৰি কেৱল দায়িত্ব পালন কৰা বুলি দেখুৱাবলৈকে এনে কৰা হৈছে।

$ অসম সাহিত্য সভাৰ সাহিত্য-সাংগঠনিক বঁটা ঘোষণা

অসম সাহিত্য সভাৰ বিভিন্ন বঁটাসমূহ সোমবাৰে ঘোষণা কৰা হয়। পাঠশালা অধিবেশনৰ আদৰণি সমিতিৰ কার্যালয়ত আয়োজিত এক সংবাদমেলত বিদায়ী সভাপতি ড° সূর্য কান্ত হাজৰিকাই ঘোষণা কৰা অনুসৰি, অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা ‘অসমীয়া ভাষাৰ আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰামৰ ইতিহাস আৰু অন্যান্য প্রসংগ’ গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে নীলমণি সেন ডেকালৈ। বাসন্তী বৰদলৈ বঁটা আগবঢ়োৱা হৈছে ৰচনা সম্ভাৰ গ্ৰন্থৰ বাবে যোৰহাটৰ নলিনী বালা হাজৰিকাক।

সীতাৰাম ব্ৰহ্মচৌধুৰী সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে ‘অসমৰ আদিৰূপ প্রাগজ্যোতিষপুৰ, লোহিত্য আৰু কামৰূপ কমতা’ গ্ৰন্থৰ বাবে পাচুগোপাল চক্ৰৱৰ্তীক। ভৰত চন্দ্ৰ বঁটা আগবঢ়োৱা হৈছে ‘গান্ধীৰ দুখৰ দিনবোৰ, গান্ধীৰ পৰা শাস্তিলৈ’ গ্ৰন্থৰ বাবে জয়কান্ত শর্মাক। তেনেদৰে ‘উৰি গ’ল ৰাজহংস’ উপন্যাসৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা আগবঢ়োৱা হৈছে প্রমোদ কলিতাক। দেশ-দ্বীপান্তৰে নানা কথা গ্ৰন্থৰ বাবে হেম বৰুৱা সাহিত্য বঁটা আগবঢ়োৱা হৈছে সুমিত্রা হাজৰিকাক।

ন লেখকৰ দ্বাৰা ৰচিত উপন্যাস শিতানত গিৰিধৰ শৰ্মা বঁটা আগবঢ়োৱা হৈছে ‘মদাৰ ফুলৰ জুই’ নামৰ উপন্যাসৰ বাবে অপৰাজিতা পূজাৰীক। শ্রেষ্ঠ শিশু পুথিৰ প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে অদিতি খাউগুক।নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা ‘পান্থশালা গ্রন্থ’ চন্দনা পাঠকক। দুর্গাধৰ বৰকটকী সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে ‘অসমৰ কিংবদন্তি’ গ্ৰন্থৰ বাবে হৰিন্দ্ৰ মোহন নাথক। গোপাল চন্দ্র সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে ‘বার্ধক্যও সুন্দৰ হ’ব পাৰে’ গ্ৰন্থৰ বাবে ডাঃ শংকৰ কুমাৰ দাসক। ড° হাজৰিকাই সদৰী কৰা অনুসৰি হৰিপ্ৰসাদ নেওগ মুদ্রণ, অলংকৰণ বঁটা লাভ কৰিছে, ‘অর্কিড অর আছাম’ নামৰ গ্ৰন্থখনে।

ইয়াৰ উপৰি উগ্ৰতাৰা ন্যাস বঁটা ড° নিলোৎপল শর্মা, ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা বেদব্রত মিশ্রক, উত্তম চন্দ্ৰ সোঁৱৰণী বঁটা চন্দনা বেজবৰুৱাক, অনিল কুমাৰ শৰ্মা সোঁৱৰণী বিজ্ঞান সাহিত্য বঁটা জ্যোতি কুমাৰী শৰ্মাক আৰু কুমাৰ কিশোৰ সোঁৱৰণী বঁটা ভৰত ৰাজখোৱালৈ আগবঢ়োৱা হৈছে।ইয়াৰ উপৰি অসম সংঘ আমেৰিকা বঁটা লখিমপুৰৰ আকাংক্ষা তামুলী আৰু কাব্যশ্রী হাজৰিকা ন্যাস বঁটা ডিমৌৰ অভিজিত গগৈলৈ আগবঢ়োৱা হৈছে বুলি জনায়। ইপিনে, অসম সাহিত্য সভাৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে ময়ূৰ বৰা, ভৱানী প্রসাদ অধিকাৰী, শান্তনু কৌশিক বৰুৱা, হিৰেন শৰ্মা, ড° সীমা বৰা, সোণমণি দাস আৰু বৰ্ণালী শইকীয়াক।

সংবাদমেলত অসম সাহিত্য সভাৰ বিদায়ী উপ-সভাপতি গিৰিশ সন্দিকৈয়ে সদৰী কৰে যে ওদালগুৰি জিলা সাহিত্য সভালৈ সর্বশ্রেষ্ঠ জিলা সাহিত্য সভা আৰু গোবিন্দ মিশ্র শাখা সাহিত্য সভাক সর্বশ্রেষ্ঠ শাখা সাহিত্য সভা বঁটা আগবঢ়োৱা হৈছে।

$ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা ঘোষণা

২০২৩-২৫ৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা ঘোষণা কৰা হৈছে। সেই অনুযায়ী আঠ গৰাকী বিশিষ্ট সাহিত্যিক সমালোচকলৈ এই বঁটা ঘোষণা কৰা হৈছে। ময়ুৰ বৰাক সমালোচনা সাহিত্য ‘চিৰদিন অসমীয়া’, ভবানী প্রসাদ অধিকাৰীক ‘অ’ মোৰ সুৱদি মাত’, শান্তনু কৌশিক বৰুৱাক ‘অসমৰ ঐতিহ্য’, ধীৰেণ শর্মালৈ গবেষণাধর্মী ‘অসমৰ যাত্রা অভিনয়ৰ ইতিহাস’, ড° সীমা বৰাক প্ৰবন্ধ সংকলন ‘ভাষাৰ মৰণযাত্রা’ আৰু সোণমনি দাসক উপন্যাস ‘সোমদিৰি জীৱনঘাট’ৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।

তদুপৰি গহপুৰৰ বৰ্ণালী শইকীয়া ‘ছহিদ কনকলতা বৰুৱা অন্যান্য’ শীর্ষক গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে বুলি এক বিবৃতিত সাহিত্য সভাৰ বিদায়ী সভাপতি ড° সূর্যকান্ত হাজৰিকাই সদৰী কৰিছে। উল্লেখ্য যে অসম সাহিত্য সভাৰ সংবিধানৰ অধিনিয়ম ৭, ২০১৮ৰ অনুচ্ছেদ ৩ (ঘ)ৰ দফাৰ দ্বাৰা প্ৰদত্ত ধাৰাত উল্লেখ থকা ‘সৃষ্টিশীল গৱেষণাধর্মী আৰু বিশ্লেষণাত্মক সাহিত্য সাধকক অনুপ্রাণিত কৰিবৰ বাবে অসম সাহিত্য সভাৰ সভাপতিয়ে বছৰেকত ৰাজ্যখনৰ পাঁচজন প্রতিশ্রুতি সম্পন্ন প্রতিভাবান কবি, লেখক-সমালোচকক অসম সাহিত্য সভাৰ বিশেষ বঁটা প্রদান কৰিব পাৰে ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 77th Pathsala ConventionAsom Sahitya SabhaAWARDSControversial
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d