Margherita Incident:
✅ মাৰ্ঘেৰিটাৰ ৰাজপথত কয়লা মাফিয়াৰ মুকলি মাৰপিট
✅ বিজেপি যুৱ মৰ্চাৰ নেতা তথা মাফিয়া ৰাকেশ জয়ছোৱালক গুৰুলা গুৰুলকৈ প্ৰহাৰ
✅ মাৰ্ঘেৰিটাৰ আন একাংশ স্থানীয় মাফিয়াই পিটন দিলে ৰাকেশ জয়ছোৱালক
✅ লেখাপানী আৰক্ষী থানাত দুই পক্ষৰ গোচৰ
✅ অবৈধ কয়লা খননক লৈ এই মাৰপিট
✅ নিৰ্বিকাৰ প্ৰশাসন
ADVERTISEMENT