Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Indian rupee fell below 87 against the dollar:এইবাৰ ডলাৰৰ বিপৰীতে ৮৭ৰো তললৈ নামিল ভাৰতীয় টকা

publisher by publisher
February 5, 2025
in News, National
Reading Time: 1 min read
0
Indian rupee fell below 87 against the dollar:এইবাৰ ডলাৰৰ বিপৰীতে ৮৭ৰো তললৈ নামিল ভাৰতীয় টকা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nirmala Sitharaman : টকাৰ দাম কমা নাই ! দাবী প্রমাণ কৰিবলৈ এইবাৰ পৰিসংখ্যা প্রকাশ কৰিলে বিত্তমন্ত্ৰীয়ে

Nirmala Sitharaman : টকাৰ দামত পতন হোৱা নাই, প্ৰকৃততে ক্রমশ শক্তিশালী হৈছে ডলাৰ : নির্মলা সীতাৰামন !

Indian Rupee Slumps : ভাৰতীয় অর্থনীতিত ৰাম টাঙোন, সর্বকালীন অভিলেখ ভংগ কৰি হ্ৰাস পালে ভাৰতীয় মুদ্রাৰ দৰ !

Indian rupee fell below 87 against the dollar:এইবাৰ ডলাৰৰ বিপৰীতে ৮৭ৰো তললৈ নামিল ভাৰতীয় টকা

একেদিনাই ৪৯ পইচাৰ পতন

মূল্যবৃদ্ধি অধিক আকাশলংঘী হ’ব নেকি?

দীর্ঘদিনৰ মূৰত ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান

মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে চীন, কানাডা আৰু মেক্সিকোত উৎপাদিত সামগ্রীত উচ্চ হাৰৰ আমদানি শুল্ক আৰোপ কৰা তথা সংশ্লিষ্ট দেশসমূহে ফেপেৰি পাতি ধৰা কাৰ্যই বিশ্বত বাণিজ্যিক যুদ্ধ অৱধাৰিত কৰাৰ আশংকা প্ৰৱল হোৱাৰ সময়তে মার্কিন ডলাৰৰ বিপৰীতে অধিক পতন ঘটিছে ভাৰতীয় টকাৰ মূল্য।

ADVERTISEMENT

মঙলবাৰে এক ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৭.০৭ টকা হয়। এনেদৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ নেতিবাচক পতন অব্যাহত থকাত দেশত খাদ্যবস্তুকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য অধিক বৃদ্ধি পাব বুলি আশংকাৰ সৃষ্টি হৈছে। ইতিমধ্যে আকাশলংঘী মূল্যবৃদ্ধিত দেশৰ গৰিষ্ঠসংখ্যক লোক জুৰুলা হৈছে।

উল্লেখ্য যে যোৱা বছৰৰ প্ৰায় আৰম্ভণিৰ পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য নিম্নগামী হ’বলৈ ধৰে। চলিত বৰ্ষতো এই ধাৰা অব্যাহত আছে। আনকি সোমবাৰে একেদিনাই ডলাৰৰ বিপৰীতে ৪৯ পইচাৰ অৱনমন ঘটে ভাৰতীয় মুদ্ৰাৰ। অৱশ্যে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে চীন, কানাডা আৰু মেক্সিকোত উৎপাদিত সামগ্রীত অধিক শুল্ক আৰোপ কৰা কাৰ্যই বিশ্বৰ আন বহু দেশৰ মুদ্ৰাৰ বজাৰ আৰু শ্বেয়াৰ বজাৰত বৃহৎ নেতিবাচক প্রভাৱ পেলাইছে। বিশেষকৈ ট্রাম্পৰ এই নীতিয়ে এছিয়া আৰু ইউৰোপৰ বিভিন্ন দেশৰ ওপৰত অশুভ প্রভাৱ পেলাইছে। ইয়াৰ ব্যতিক্রম ভাৰতো নহয়। অৱশ্যে মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰৰ উত্থান ঘটে।

লক্ষ্যণীয়ভাৱে ডলাৰৰ বিপৰীতে টকাৰ মূল্য অৱনমন ৰোধৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সফল হোৱা নাই। অৱশ্যে ডলাৰ অধিক শক্তিশালী হোৱাৰ বাবেহে ভাৰতীয় মুদ্রাকে ধৰি বিশ্বৰ একাংশ দেশৰ মুদ্ৰাৰ মূল্য হ্রাস পোৱা বুলি ভাৰত চৰকাৰে গণ্য কৰিছে। ইয়াৰ আভাস দি কেন্দ্রীয় আৰ্থিক পৰিক্ৰমাৰ সচিব অজয় শেঠে সংবাদ মাধ্যমৰ আগত কয়, ‘বিগত কিছু মাহত ডলাৰ অধিক শক্তিশালী হৈছে। বিশ্বৰ সকলো দেশৰ মুদ্ৰাৰ বিপৰীতে ডলাৰ শক্তিশালী হৈ আছে। এই ঘটনা কেৱল দ্রুত বিকাশশীল দেশসমূহৰ মুদ্ৰাৰ ক্ষেত্ৰতে সংঘটিত হোৱা নাই, উন্নত দেশসমূহৰ ক্ষেত্ৰতো সংঘটিত হৈছে। ডলাৰ সূচকাংক ১০৯ লৈ বৃদ্ধি পাইছে।’

লক্ষ্যণীয় যে ভাৰতে কোনো কালে ৰপ্তানি বৃদ্ধিৰ বাবে মুদ্রা বিনিময় হাৰ নীতিক ব্যৱহাৰ কৰা নাই। শেহতীয়াভাৱে মার্কিন প্রশাসনে গ্ৰহণ কৰা শুল্ক বৃদ্ধিৰ নীতিয়ে সৃষ্টি কৰা অনিশ্চয়তা ভাৰতেহে মোকাবিলা কৰিব পাৰিব বুলিও আর্থিক পৰিক্ৰমা সচিব শেঠে মন্তব্য কৰে।

শ্বেয়াৰ বজাৰৰ উত্থান: বিনিয়োগকাৰীৰ মুখত হাঁহি

:মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক বৃদ্ধি নীতিয়ে এছিয়া-ইউৰোপৰ বিভিন্ন দেশৰ মুদ্ৰা আৰু শ্বেয়াৰ বজাৰত নেতিবাচক প্ৰভাৱ পেলালেও মঙলবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰত বৃহৎ উত্থান ঘটে। বোম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক (ছেনছেক্স)ৰ ১,৩৯৭ পইণ্টৰ উত্থান ঘটে। ফলত মঙলবাৰে দিনান্তত ষ্টক এক্সচেঞ্জ বন্ধ হোৱাৰ সময়ত ছেনছেক্স ৭৮,৫৮৩.৮১ পইন্ট হয়।
একেদৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটিৰো ৩৭৮.২০ পইণ্টৰ উত্থান ঘটে। ফলত আজি দিনান্তত নিফটি ২৩,৭০০ পইণ্টৰো অধিক হয়। স্বাভাৱিকতে শ্বেয়াৰ বজাৰৰ এই উত্থানে বিনিয়োগকাৰীসকলৰ মুখত হাঁহি বিৰিঙায়। নিফটিৰ উত্থানত মূল ভূমিকা লয় ৰাজহুৱা খণ্ডৰ বেংক, শক্তি, তেল আৰু গেছ প্রতিষ্ঠানসমূহৰ শ্বেয়াৰে। অৱশ্যে উপভোক্তা সামগ্ৰীৰ এফএমচিজি প্রতিষ্ঠানসমূহৰ শ্বেয়াৰে বিনিয়োগকাৰীসকলৰ মুখলৈ হাঁহি আনিব নোৱাৰিলে। ছেনছেক্সৰ উত্থানতো শক্তি, বেংকিং, ধাতু আদি খণ্ডৰ প্ৰতিষ্ঠানে ভূমিকা লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indian Rupee
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d