Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

    শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Nirmala Sitharaman : টকাৰ দাম কমা নাই ! দাবী প্রমাণ কৰিবলৈ এইবাৰ পৰিসংখ্যা প্রকাশ কৰিলে বিত্তমন্ত্ৰীয়ে

publisher by publisher
October 23, 2022
in India, News
Reading Time: 1 min read
0
Nirmala Sitharaman : টকাৰ দাম কমা নাই ! দাবী প্রমাণ কৰিবলৈ এইবাৰ পৰিসংখ্যা প্রকাশ কৰিলে বিত্তমন্ত্ৰীয়ে
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

ভাৰতত বৃদ্ধি পাইছে নগদ ধনৰ চাহিদা, ১৫ দিনতে বাঢ়িল ১২ শতাংশ লেনদেন

এক ডলাৰৰ দাম হ’ল ৯২.১৮ টকা, বয়-বস্তুৰ মূল্য অধিক বৃদ্ধিৰ শংকা

ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৯২ টকা হ’ল

Nirmala Sitharaman :

ADVERTISEMENT

টকা দুর্বল হোৱা নাই । বৰঞ্চ ডলাৰ শক্তিশালী হৈছে । কিছুদিন পূৰ্বে আমেৰিকাত দাবী কৰিছিল বিত্তমন্ত্রী নির্মলা সীতাৰামনে (Nirmala Sitharaman) । বিত্তমন্ত্রীৰ এই বক্তব্যৰ তীব্র সমালোচনা কৰিছে বিৰোধীসকলে । কিন্তু সীতাৰামন নিজৰ মন্তব্যত অটল । তেওঁৰ মন্তব্যৰ সমর্থনত এইবাৰ পৰিসংখ্যা প্রকাশ কৰিলে বিত্তমন্ত্রণালয়ে ।

বিত্তমন্ত্রণালয়ে শনিবাৰে অর্থনৈতিক পর্যালোচনাৰ প্ৰতিবেদন প্রকাশ কৰিছে । সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ডলাৰৰ (Dollar) তুলনাত টকাৰ দাম পতন হৈছে । অৱশ্যে, সেয়া বিশ্বৰ অন্যান্য দেশৰ মুদ্রাৰ তুলনাত কম ।

প্ৰতিবেদন অনুযায়ী, বিগত এমাহত ভাৰতীয় মুদ্রাৰ দাম ডলাৰৰ তুলনাত ৫.৪ শতাংশ‌ কমিছে । বিশ্বৰ অন্যান্য দেশৰ মুদ্রা বিশেষকৈ ডলাৰৰ বাহিৰে শ্ৰেষ্ঠ ছটা মুদ্রাৰ দাম গড়ে হৈছে ৮.৯ শতাংশ । অর্থাৎ তুলনামূলকভাৱে ভাৰতীয় মুদ্রা ভাল স্থানত আছে ।

উল্লেখ্য, বিত্তমন্ত্রীৰ দাবী আছিল, “টকাৰ (Indian Rupee) দামত পতন হোৱা নাই । মার্কিন ডলাৰ শক্তিশালী হৈছে । বিশ্বৰ অন্যান্য মুদ্রাতকৈ ভাৰতীয় মুদ্রা তুলনামূলকভাৱে ভাল অৱস্থাত আছে ।”

তেওঁ লগতে দাবী কৰে যে, মার্কিন ডলাৰ শক্তিশালী হৈছে । বিশ্বৰ অন্যান্য দেশৰ মুদ্রা দুর্বল হৈছে কূটনৈতিক পৰিস্থিতিৰ বাবে । বিত্তমন্ত্রণালয়ে প্রকাশ কৰা পৰিসংখ্যাই সীতাৰামনৰ সেই দাবীকেই মান্যতা দিয়ে । অপৰিশোধিত তেলৰ ক্রমাগত মূল্যবৃদ্ধি, বিশ্বব্যাপী আর্থিক মন্দাৰ শংকা, বিদেশী বিনিয়োগৰ অভাৱৰ দৰে বিভিন্ন বৈশ্বিক কাৰণকেই টকাৰ দামৰ সামান্য পতনৰ কাৰণ হিচাপে দৰ্শাইছে বিত্তমন্ত্রণালয়ে ।

উল্লেখ্য, বিগত সপ্তাহতেই সর্বকালৰ অভিলেখ গঢ়ি ডলাৰৰ তুলনাত টকাৰ দাম ৮৩ টকাত নামি যায় । পৰিসংখ্যা অনুযায়ী, কেৱল চলিত বছৰতেই টকাৰ দাম ১১ শতাংশ কমি গৈছে ।

বিগত আঠ বছৰত এই পতনৰ অংক ২৫ শতাংশৰো অধিক । ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুযায়ী, ২০১৪ৰ ৩১ ডিচেম্বৰত এক ডলাৰৰ (Dollar) দাম আছিল ৬৩ টকা ৩৩ প‌ইচা । ২০১৮ৰ ৩১ ডিচেম্বৰত এই দাম বাঢ়ি হয় ৬৯ টকা ৭৯ প‌ইচা । অর্থাৎ ডলাৰৰ তুলনাত টকাৰ দামৰ এই পতন ধাৰাবাহিক । অথচ বিত্তমন্ত্রণালয়ে ধাৰাবাহিকভাৱেই এই সত্যক অস্বীকাৰ কৰি আহিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DollarECONOMYIndian RupeeNirmala Sitharaman
publisher

publisher

Related Posts

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ
Assam

Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

September 10, 2026
শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা
Assam

শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

September 10, 2026
Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ
Assam

Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d