Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

সম্পত্তিক লৈ বিবাদ, বিখ্যাত উদ্যোগপতিক হত্যা কৰিলে নাতিয়ে !

publisher by publisher
February 10, 2025
in Crime, India
Reading Time: 1 min read
0
সম্পত্তিক লৈ বিবাদ, বিখ্যাত উদ্যোগপতিক হত্যা কৰিলে নাতিয়ে !
2
SHARES
23
VIEWS
ShareShareShareShare

সম্পত্তিক লৈ বিবাদ, বিখ্যাত উদ্যোগপতিক হত্যা কৰিলে নাতিয়ে !

ADVERTISEMENT

সম্পত্তিৰ বিবাদৰ বাবে ভেলজান ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক জনাৰ্ধন ৰাওক হত্যা ।

RelatedPosts

মধ্যপ্ৰদেশত নৃশংস হত্যাকাণ্ড: কিশোৰক হত্যা কৰি ৰক্ত পান

পুনৰ ভয়ংকৰ প্রেম-হত্যা! আগ্ৰাত প্রেমিকৰ হাততে নৃশংসভাৱে হত্যা যুৱতী

ঝাৰখণ্ডত জামুগুৰিহাটৰ যুৱকৰ নৃশংস হত্যা 

তথ্য অনুসৰি ২৮ বছৰীয়া তেওঁৰ নাতিয়ে হানি কুচি হত্যা কৰিলে জানাৰ্ধনক। ইতিমধ্যে জানাৰ্ধন ৰাওৰ নাতি কীৰ্থী তেজাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য যে ,শেহতীয়াকৈ স্নাতকোত্তৰ অধ্যয়ন সম্পূৰ্ণ কৰি আমেৰিকাৰ পৰা উভতি আহিছিল যুৱকজন।

ভেলজান ইণ্ডাষ্ট্ৰিয়েল গ্ৰুপ হাইড্ৰলিক কম্পোনেণ্ট, জাহাজ নিৰ্মাণ, শক্তি আৰু উদ্যোগিক সঁজুলি নিৰ্মাণৰ কামত জড়িত এই উদ্যোগ গোটৰ বজাৰ মূল্য ৪৬০ কোটি টকা।

তথ্য অনুসৰি,বৃহস্পতিবাৰে নিশা মাতৃ সৰোজিনী দেৱীৰ স’তে হায়দৰাবাদৰ জনাৰ্ধন ৰাওৰ ঘৰলৈ যায় কীৰ্থী।

তাতে কীৰ্থীয়ে ৮৬ বছৰীয়া জনাৰ্ধনৰ লগত সংস্থাৰ এটা পৰিচালক পদক লৈ তৰ্কত লিপ্ত হয়।

শেহতীয়াকৈ জনাৰ্ধন ৰাৱে ডাঙৰ কন্যাৰ পুত্ৰ শ্ৰীকৃষ্ণক ভেলজান গোটৰ পৰিচালক হিচাপে নিযুক্তি দিয়ে। আনহাতে কন্যাৰ পুত্ৰ কীৰ্থীৰ নামত তেওঁ চাৰি কোটি টকাৰ শ্বেয়াৰ ট্ৰেন্সফাৰ কৰে।

অৱশ্যে সেই কথাত সন্তুষ্ট নহ’ল কীৰ্থী। ককাকে বঞ্চিত কৰা বুলি অভিযোগ কীৰ্থীৰ। সৰুৰ পৰাই ককাকে কীৰ্থীক আওকাণ কৰাৰো অভিযোগ।

উল্লেখ্য যে তৰ্কৰ মাজতে কীৰ্থীয়ে জনাৰ্ধন ৰাওক চুৰিৰে প্ৰহাৰ কৰে ।হাতাহাতিৰ সময়ত, কীৰ্থীয়ে এখন চুৰিৰে জনাৰ্দন আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ।

আৰক্ষীয়ে জনাই যে জনাৰ্দনৰ শৰীৰত প্ৰায় ৭০ টা আঘাতৰ চিহ্ন।

প্ৰাথমিক তদন্তৰ অন্তত সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে যে ঘটনাৰ সময়ত কীৰ্থীয়ে ড্ৰাগছ সেৱন কৰি আছিল ।

মৃত জনাৰ্ধন ৰাও সমাজ সেৱাৰ বাবেও জনপ্ৰিয় আছিল শেহতীয়াকৈ তেওঁ এলুৰুত এখন চৰকাৰী চিকিৎসালয় নিৰ্মাণৰ বাবেও বিপুল পৰিমাণৰ ধন আগবঢ়াইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MurderProperty
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d