Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur CM N Biren Singh :মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগৰ আঁৰত?

publisher by publisher
February 10, 2025
in India
Reading Time: 1 min read
0
Manipur CM N Biren Singh :মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগৰ আঁৰত?
1
SHARES
9
VIEWS
ShareShareShareShare

Manipur CM N Biren Singh :মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগৰ আঁৰত?

বিধানসভাৰ অধিবেশনত অনাস্থা প্রস্তাৱ উত্থাপনৰ যো-জা চলিছিল

অভাৱনীয় পদক্ষেপ গ্ৰহণৰ হুংকাৰ দিছিল বিদ্রোহী বিধায়কবর্গই

অধিবেশন বাতিল কৰিলে ৰাজ্যপাল ভাল্লাই

:দলৰ বাহিৰে-ভিতৰে সন্মুখীন হোৱা তিৰস্কাৰ-সমালোচনাক বিগত দুবছৰ ধৰি আওকাণ কৰি অহা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱশেষত পদত্যাগ কৰিলে। ৰাজ্যখনক অৰাজক কৰি তোলাৰ অভিযোগত দলৰ ভিতৰতে সৃষ্ট প্রচণ্ড চাপ তথা বিৰোধীৰ হুংকাৰত নতি স্বীকাৰ কৰি আজি মুখ্যমন্ত্রী সিঙে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ হাতত পদত্যাগপত্র দাখিল কৰে।

ADVERTISEMENT

ইয়াৰ পূৰ্বে তেওঁ দেওবাৰে নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নড্ডাক সাক্ষাৎ কৰি এক দুঘণ্টীয়া আলোচনাত মিলিত হয়। লক্ষ্যণীয়ভাবে শ্বাহ-নড্ডাৰে আলোচনাত
মিলিত হোৱাৰ সময়ত তেওঁৰ স’তে মণিপুৰৰ কোনো মন্ত্রী-বিধায়ক উপস্থিত নাছিল। দিল্লীৰ পৰা তেওঁ দেওবাৰে আবেলি উভতি আহে আৰু সন্ধিয়া ৰাজ্যপাল ভাল্লাক সাক্ষাৎ কবি পদত্যাগপত্র দাখিল কৰে।

RelatedPosts

মাজনিশা ভূমিকম্পত কঁপি উঠিল মণিপুৰ !

মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত

ঘোষণা কৰা হ’ল মণিপুৰ প্ৰেছ ক্লাৱৰ নিৰ্বাচনী ফলাফল!

মুখ্যমন্ত্ৰী সিঙৰ স’তে দিল্লীৰ পৰা ইম্ফলত উপস্থিত হয় বিজেপিৰ উত্তৰ-পূৱৰ সমন্বয়ক ড:সম্বিত পাত্র। পাছত সন্ধিয়া সিঙে পাত্র আৰু দলৰ মণিপুৰৰ একাংশ জ্যেষ্ঠ নেতাৰ স’তে গৈ ৰাজ্যপাল ভাল্লাক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়তে তেওঁ ৰাজ্যপালৰ হাতত পদত্যাগপত্র দাখিল কৰে। সিঙৰ এই ৰাজভৱন যাত্ৰাত সংগ দিয়া সকলৰ মাজত তেওঁৰ কেবিনেট সতীর্থ টি বিশ্বজিৎ সিং, সপাম ৰঞ্জন সিং, গোবিনদাস কণ্ঠৌজাম আৰু টি বসন্ত সিং থাকে।

উল্লেখ্য যে সোমবাৰৰ পৰা মণিপুৰ বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল। এই অধিবেশনত সিঙৰ বিৰুদ্ধে অনাস্থা প্রস্তার উত্থাপনৰ কুচকাৱাজ আৰম্ভ কৰে বিৰোধী তথা কংগ্রেছে। এই ক্ষেত্ৰত বিৰোধীতকৈ অধিক সক্রিয় হৈ পৰে তেওঁৰে দলীয় সতীর্থ একাংশ মন্ত্রী-বিধায়ক আনকি এই মন্ত্রী-বিধায়কসকলে বিধানসভা অধিবেশন আৰম্ভ হোৱাৰ পূর্বে মুখ্যমন্ত্রী সলনি নকৰিলে এক ডাঙৰ অভাৱনীয় পদক্ষেপ গ্রহণৰো হুংকাৰ দিয়ে।

ইয়ে দলৰ শীর্ষ নেতৃত্বৰ ওপৰতো চাপ বৃদ্ধি কৰাত সিঙক পদত্যাগ কৰিবলৈ বাধ্য কৰে বুলি চর্চা হৈছে। অৱশ্যে সিঙে পদত্যাগপত্র দাখিল কৰাৰ পাছত নিশাই ৰাজ্যপাল ভাল্লাই মণিপুৰ বিগনসভাৰ আগন্তুক বাজেট অধিবেশন বাতিল কৰে। সূত্ৰৰ মতে, এনে কাৰণতে দেওবাৰেতেওঁ গৃহমন্ত্রী শ্বাহ আৰু বিজেপি সভাপতি নাড্ডাক অকলে সাক্ষাৎ কৰিবলগীয়া হয়। অৱশ্যে শ্বাহ আৰু নড্ডাৰ স’তে তেওঁৰ হোৱা দুঘণ্টীয়া আলোচনাৰ তথ্য ৰাজহুৱা হোৱা নাই।

উল্লেখ্য যে ২০২৩ৰ মে’ত সূত্রপাত ঘটা মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত বিস্তৰ ধন-জনৰ ক্ষয়-ক্ষতি হৈছে। দলৰ বাহিৰে-ভিতৰে উত্থাপিত অভিযোগ অনুসৰি মুখ্যমন্ত্রী সিঙে ৰাজ্যখনত গোষ্ঠী সংঘৰ্ষৰ জুই জ্বলি উঠাত ইন্ধন যোগায়। আনকি ভাইৰেল হোৱা এটা বিতর্কিত অডিঅ’ টেপত সিঙে নিজেই এই গোষ্ঠী সংঘর্ষত উদগনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই অডিঅ’ ঢেপৰ পৰীক্ষণ প্রতিবেদন ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বিচাৰি কিছুদিন পূর্বে উচ্চতম ন্যায়ালয়ে নির্দেশ জাৰি কবে। এই অডিঅ’ টেপত বাণীবদ্ধ কণ্ঠৰ স’তে সিঙৰ কণ্ঠৰ ৯৩ শতাংশ মিল আছে। অডিঅ’ টেপটোত বাণীবদ্ধ কণ্ঠই গোষ্ঠী সংঘৰ্ষৰ কৃতিত্ব লৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Biren SinghManipur
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
প্ৰেমৰ সম্পর্ক বিচ্ছেদৰ ‘শাস্তি’, 
India

প্ৰেমৰ সম্পর্ক বিচ্ছেদৰ ‘শাস্তি’, 

June 3, 2025
অপাৰেচন সিন্দূৰৰ সময়ত সেনাৰ গতিবিধিৰ তথ্য সৰবৰাহৰ ! 

পহলগাম আক্ৰমণৰ পাছত প্রথমবাৰ কাশ্মীৰলৈ যাব প্রধানমন্ত্রী!
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d