Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অমিত শ্বাহৰ স’তে বৈঠকৰ পাছতে পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্রী বীৰেন সিঙে!

publisher by publisher
February 9, 2025
in India
Reading Time: 1 min read
0
অমিত শ্বাহৰ স’তে বৈঠকৰ পাছতে পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্রী বীৰেন সিঙে!
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

অমিত শ্বাহৰ স’তে বৈঠকৰ পাছতে পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্রী বীৰেন সিঙে!

অমিত শ্বাহৰ স’তে বৈঠকৰ পাছতে এই ঘোষণা

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে হোৱা বৈঠকৰ পাছত ইম্ফললৈ উভতি অহাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

ADVERTISEMENT

দেওবাৰে ইম্ফলত ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে বীৰেন সিঙে ।

তথ্য অনুসৰি, মন্ত্ৰীগৰাকীয়ে যোৱা কিছুদিন ধৰি দলৰ ভিতৰত আৰু বাহিৰত দুগুণ চাপৰ সন্মুখীন হৈ আহিছে । বীৰেনে দেওবাৰে পুৱা নতুন দিল্লীত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে।

তেওঁৰ স’তে বিজেপি আৰু নাগা পিপলছ ফ্ৰণ্টৰ (এনপিএফ) ১৪ জন বিধায়ক আছিল। ১৫ মিনিটৰ বৈঠকৰ পাছত ইম্ফললৈ উভতি অহাৰ পাছত বীৰেনে মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।

পদত্যাগ পত্ৰত মন্ত্ৰীগৰাকীয়ে লিখে, “ইমান দিন মণিপুৰৰ জনসাধাৰণৰ সেৱা কৰি অহাটো মোৰ বাবে এক গৌৰৱৰ কথা। মণিপুৰবাসীৰ স্বাৰ্থ ৰক্ষাৰ বাবে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ’’

বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, কংগ্ৰেছে মণিপুৰ বিধানসভাত অনাস্থা প্ৰস্তাৱ অনাৰ কথা চিন্তা কৰি আছিল। ইয়াৰ উপৰিও, বীৰেনৰ নেতা ৰাজ্যখনৰ বিজেপি বিধায়কসকলও বীৰেনৰ নেতৃত্বত অসন্তুষ্ট আছিল। নিৰ্বাচন অনুষ্ঠিত হ’লে বীৰেণ চৰকাৰৰ পতনৰ সম্ভাৱনা আছে বুলি আশংকা কৰা হৈছিল।

এই পৰিস্থিতিত বীৰেনৰ পদত্যাগৰ বাহিৰে আন কোনো পথ নাই। সূত্ৰ অনুসৰি দেওবাৰৰ বৈঠকত শ্বাহে তেওঁক সেই কথা জনাই।

বিগত ডেৰ বছৰ ধৰি অস্থিৰ হৈ পৰিছে মণিপুৰ। ২০২৩ চনৰ মে’ মাহত প্ৰথম মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে।

কিছুদিনৰ বিৰতিৰ অন্তত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত পুনৰ আৰম্ভ হৈছিল মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ।

উল্লেখ্য যে , কেবাটাও ঘৰ জ্বলাই দিয়া হয়। মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যখনৰ কেবাজনো বিধায়কৰ ঘৰতো জনতাই আক্ৰমণ কৰে। ৰাজ্যখনৰ পাঁচখন জিলাত কাৰফিউ জাৰি কৰা হয়। ইণ্টাৰনেট সেৱাও স্থগিত ৰখা হৈছিল।

বিভিন্ন চৰকাৰী আৰু অনানুষ্ঠানিক সূত্ৰ অনুসৰি, মণিপুৰত এতিয়ালৈকে শ শ লোকৰ মৃত্যু হৈছে। আৰু বহুতো গৃহহীন হৈ পৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অতীতত বাৰে বাৰে প্ৰশ্ন উত্থাপিত হৈছিল।

বিগত বৰ্ষৰ অন্তিম দিনটোত, তেওঁ মণিপুৰৰ জনসাধাৰণৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল তেওঁ লগতে আশ্বাস দিয়ে যে ২০২৫ চনত ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিব। কিন্তু সেই আশ্বাসৰ এমাহৰ ভিতৰতে বীৰেনে পদত্যাগ কৰিলে!

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: অমিত শ্বাহ
publisher

publisher

Related Posts

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d