Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

    Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

    Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

    Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

    Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

    Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Political Crisis:কোন হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্রী? ৰাষ্ট্ৰপতিৰ শাসনৰো চৰ্চা

publisher by publisher
February 10, 2025
in India
Reading Time: 1 min read
0
অমিত শ্বাহৰ স’তে বৈঠকৰ পাছতে পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্রী বীৰেন সিঙে!
1
SHARES
10
VIEWS
ShareShareShareShare

Manipur Political Crisis:কোন হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্রী? ৰাষ্ট্ৰপতিৰ শাসনৰো চৰ্চা

: দলৰ বাহিৰে-ভিতৰে সৃষ্টি হোৱা চাপত বাধ্য হৈ এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত মণিপুৰৰ নতুন মুখ্যমন্ত্রী কোন হ’ব তাক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে। এনে সময়তে চর্চালৈ আহিছে দুই জ্যেষ্ঠ নেতাৰ নাম।

ADVERTISEMENT

উচ্চস্তৰীয় সূত্রই সংবাদ মাধ্যমক জনোৱা মতে, ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে ৰাজ্যিক বিজেপিৰ সভানেত্রী সাৰদা দেৱী আৰু বিধানসভাৰ অধ্যক্ষ টি সত্যব্রত সিঙৰ নাম নেতৃত্বৰ বিবেচনালৈ আহিছে। এই দুই নেতা-নেত্রী কোনোবা এজনক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্রী নিয়োগ কৰাৰ কথা দলৰ শীর্ষনেতৃত্বই আলচ কৰি থকা বুলিও সূত্রই প্রকাশ কৰিছে।

RelatedPosts

No Content Available

সূত্রই জনোৱা মতে, সোমবাৰে পুৱাই ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষিত হোৱাৰো সম্ভাৱনা আছে। শীঘ্ৰে দলৰ শীর্ষ নেতৃত্ব পৰৱৰ্তী মুখ্যমন্ত্রী বাছনিৰ বাবে আলোচনাত মিলিত হোৱাৰ কথা।

আনহাতে, ৰাজ্যপাল অজয় সিং ভাল্লাই সোমবাৰৰ পৰা আহ্বান জনোৱা মণিপুৰ বিধানসভাৰ বাজেট অধিবেশন দেওবাৰে মুখ্যমন্ত্রী সিঙৰ পদত্যাগপত্র দাখিলৰ পাছত বাতিল কৰে। নতুন মুখ্যমন্ত্রী নিযুক্ত হোৱাৰ পাছতহে বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব বুলি সূত্রই প্রকাশ কৰিছে। আনহাতে, দলৰ মাজতে হোৱা এক চর্চা অনুসৰি ৰাজ্যখনত কেন্দ্ৰই ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰো সম্ভাৱনা আছে। কেন্দ্রীয় মন্ত্রী পৰিষদৰ পৰামৰ্শ মর্মে এখন ৰাজ্যত ৰাষ্ট্রপতি শাসন বলবৎ হয়।

আনহাতে, বিজেপিৰ এক সূত্রই আশা প্রকাশ কৰে যে সিঙৰ পদত্যাগৰ ফলত মেইটেই আৰু কুকি-জ’ জনগোষ্ঠীৰ মাজত শান্তি স্থাপনৰ বাবে কেন্দ্ৰই গ্রহণ কৰা পদক্ষেপ শক্তিশালী হ’ব। দেওবাৰে মুখ্যমন্ত্রী সিঙৰ লগতে তেওঁৰ মন্ত্রী পৰিষদৰো পদত্যাগপত্র ৰাজ্যপালে গ্রহণ কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manipur Political Crisis
publisher

publisher

Related Posts

দেশত বৃদ্ধি পাইছে কৰ’না, সংক্ৰমিতসকলৰ ভোটদানৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা
India

June 2, 2025
৪০০, ৬০০, ১০০০ কোটিটকীয়া বাসগৃহ ক্রয় ধনাঢ্য ভাৰতীয়ৰ, অতি বিলাসী বাসগৃহৰ চাহিদা বৃদ্ধি

ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 

তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক

June 1, 2025
বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা
India

নতুন কৈ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, কেৱল এখন ৰাজ্যই বাদ পৰি ৰ’ল ক’ভিডৰ পৰা !

June 1, 2025
লক্ষ্ণৌত ‘এনকাউণ্টাৰ’! শিশু ধৰ্ষণৰ অভিযুক্তক এনকাউণ্টাৰ উপ-পৰিদৰ্শকৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d