Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সর্বা-হিমন্ত বাদেই:প্রধানমন্ত্রী-গৃহমন্ত্ৰীয়েও কেৱল মিছা মাতিলে

জনজাতিকৰণ। মোদীৰ ভ্ৰমণৰ বিৰোধ কৰি আন্দোলন ঘোষণা

samimsultana by samimsultana
February 12, 2025
in Assam, News
Reading Time: 1 min read
0
সর্বা-হিমন্ত বাদেই:প্রধানমন্ত্রী-গৃহমন্ত্ৰীয়েও কেৱল মিছা মাতিলে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

সর্বা-হিমন্ত বাদেই:প্রধানমন্ত্রী-গৃহমন্ত্ৰীয়েও কেৱল মিছা মাতিলে

‘কা’ বিৰোধী আন্দোলন প্রশমিত কৰিবলৈহে সংসদত উত্থাপন

জনজাতিকৰণ। মোদীৰ ভ্ৰমণৰ বিৰোধ কৰি আন্দোলন ঘোষণা

২৫ ফেব্ৰুৱাৰীত ৰূপায়ণ কৰিব প্রতিবাদী কাৰ্যসূচী ১০ মাৰ্চত ডিব্ৰুগড়ত-১৮ মাৰ্চত শিৱসাগৰত-২৪ মাৰ্চত গোলাঘাট-৩১মাৰ্চত লখিমপুৰত ‘গণ হুংকাৰ’কাৰ্যসূচীৰ আহ্বান

ADVERTISEMENT

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালতো বাদেই স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শাহে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্রমণ কাৰ্যসূচীৰ বিৰোধিতা কৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে তাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই।

সংগঠনটোৰ সভাপতি দিগন্ত তামুলী,কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া আৰু যুটীয়া সম্পাদকদ্বয় দীপজ্যোতি দুৱৰা আৰু শোভন কোঁৱৰে জনজাতিকৰণৰ বিষয়টোক লৈ বিজেপিয়ে যোৱা ১১ বছৰে কৰি অহা কুটিল ৰাজনীতিৰ ফল ২০২৬ বিধানসভা নির্বাচনত ভোগ কৰিবলৈ পাব বুলি হুংকাৰ প্ৰদান কৰে। সভাপতি তামূলীয়ে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয় যে তাই আহোমৰ জনজাতিকৰণৰ বিষয়টোক লৈ বিজেপি দল আৰু চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে। টাইপাকে ধৰি আহোম জনগোষ্ঠীৰ সংগঠনসমূহে দীৰ্ঘদিন ধৰি দাবী জনাই অহা স্বায়ত্ত শাসনৰ দাবীকো চৰকাৰখনে গুৰুত্ব প্ৰদান নকৰা বুলি তেওঁ অভিযোগ কৰে।

তামুলীয়ে কয় যে জনজাতিকৰণৰ নামত প্রধানমন্ত্রী মোদী, গৃহমন্ত্রী শ্বাহ, মুখ্যমন্ত্রী ড° শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্রী সোণোৱালে কেৱল মিছা মাতিলে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্রয়োজনীয় সংৰক্ষণৰ অনুপাত নিৰ্ধাৰণৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাক অধ্যক্ষৰূপে লৈ গঠন কৰি দিয়া মন্ত্রীগোটে আজিকোপতি কেন্দ্ৰলৈ প্রতিবেদন প্ৰেৰণ নকৰিলে।সমান্তৰালভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সকলো প্রক্রিয়া সম্পূর্ণ কৰি ২০১৯ৰ ১১ জানুৱাৰীত ৰাজ্যসভাত বিধেয়ক উত্থাপন কৰা হৈছিল আৰু সংৰক্ষণৰ অনুপাত নির্ধাৰণ সম্বলিত মন্ত্রীগোটৰ এই প্রতিবেদন প্ৰেৰণ কৰা হ’লেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ হৈ উঠিলহেঁতেন বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

তেওঁ কয়, ‘মুখ্যমন্ত্রী ড°শৰ্মাৰ অধ্যক্ষতাত গঠিত এই মন্ত্রীগোটে অংশীদাৰী সংশ্লিষ্ট সকলো পক্ষৰে মতামত গ্ৰহণ কৰি প্রতিবেদন প্রস্তুত কৰাৰ পাছতো প্রতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ নকৰাৰ আঁৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানত বিজেপি দল আৰু চৰকাৰৰ যে সদিচ্ছা নাই সেয়া স্পষ্ট হৈ পৰিছে।

আনহাতে, ৰাজ্যসভাত ছতা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন ‘কা’ বিৰোধী আন্দোলন প্রশমিত কৰাৰ এক কৌশলহে যে আছিল সেয়া আজি প্রতীয়মান হৈছে।’আনহাতে, টাইপাৰ কাৰ্যকৰী সভাপতি হাতীমূৰীয়াই আহোম যুগৰ প্রাচীন কীৰ্তিচিহ্নসমূহৰ বেদখলমুক্ত, উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ সন্দৰ্ভত সৰৱ হৈ পৰে। স্বৰ্গদেউ চাওল্যুং ছ্যুকাফাৰ মৈদাম, মহীয়সী জয়মতী কুঁৱৰীৰ মৈদাম, তলাতল ঘৰ, কাৰেং ঘৰকে ধৰি মৈদাম, গড়-খাৱৈ, দৌল দেৱালয়সমূহ বেদখলমুক্ত কৰি উপযুক্ত সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ ব্যৱস্থা কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়।

একেদৰে ঐতিহাসিক পাটকাই আৰু টিপাম পাহাৰত চলি থকা অবৈধ কয়লা খনন সন্দৰ্ভত সংগঠনটোৰ নেতৃত্ব সৰৱ হৈ পৰাৰ লগতে প্রয়োজন সাপেক্ষে এনে অবৈধ কয়লা খননৰ বিৰুদ্ধে টাইপাই নিজাববীয়াকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখ্য যে টাইপাৰ পূৰ্বৰ সিদ্ধান্ত অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত চূড়ান্ত প্ৰতাৰণা কৰাৰ প্ৰতিবাদত প্রধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ বিৰোধিতা কৰি অহা ২৫ ফেব্ৰুৱাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি টাইপাৰ
নেতৃত্বই সংবাদমেলত ঘোষণা কৰে।তেওঁলোকে কয় যে ২৫ ফেব্ৰুৱাৰীৰ পৰা জনজাতিকৰণৰ দাবীত ধাৰাবাহিকভাৱে প্রতি সপ্তাহত একোটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ।

২৫ ফেব্ৰুৱাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে অহা ১০ মাৰ্চত ডিব্ৰুগড়ত, ১৮ মাৰ্চত শিৱসাগৰত, ২৪ মাৰ্চত গোলাঘাটত আৰু ৩১ মাৰ্চত লখিমপুৰত ‘গণ হুংকাৰ’ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি তেওঁলোকে কয়। ইয়াৰ পাছতে নিৰবিচ্ছিন্নভাৱে জোঁৰ সমদল, মটৰ চাইকেল ৰেলী, ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধকে ধৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি টাইপাৰ নেতৃত্বই সংবাদমেলত ঘোষণা কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: taipaসর্বা-হিমন্ত
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d