Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Titanic Tragedy: আমেৰিকাই মুকলি কৰিলে টাইটানৰ অন্তিম মুহূৰ্তৰ অডিঅ’

publisher by publisher
February 13, 2025
in International
Reading Time: 1 min read
0
Titanic Tragedy: আমেৰিকাই মুকলি কৰিলে টাইটানৰ অন্তিম মুহূৰ্তৰ অডিঅ’
4
SHARES
40
VIEWS
ShareShareShareShare

Titanic Tragedy: আমেৰিকাই মুকলি কৰিলে টাইটানৰ অন্তিম মুহূৰ্তৰ অডিঅ’

বিগত বৰ্ষৰ ১৮ জুনত আটলাণ্টিক মহাসাগৰত অদৃশ্য হৈছিল টাইটান। পাছত জাহাজখনৰ ধ্বংসাৱশেষ সন্ধান পোৱা যায় । শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনীয়ে ২০ ছেকেণ্ডৰ এটা অডিঅ’ মুকলি কৰিছে।

ADVERTISEMENT

অডিঅ’টোৱে সাগৰৰ গভীৰতাত এটা ডাঙৰ শব্দ শুনা গৈছে। অনুমান কৰা হৈছে যে টাইটান পানীৰ চাপত ডুব যোৱাৰ কিছু মুহূৰ্তৰ আগতে এই শব্দটো হৈছিল ।

RelatedPosts

পৰিচালকে সদৰী কৰিলে ‘টাইটানিক’ৰ নায়কৰ মৃত্যুৰ ৰহস্য

আটলাণ্টিক মহাসাগৰত টাইটানিক জাহাজৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত এই দুৰ্ঘটনাগ্ৰস্ত সংঘটিত হয়। যাৰ ফলত পাঁচজন যাত্ৰীৰ মৃত্যু হয়।

কানাডাৰ পূব দিশৰ নিউফাউণ্ডলেণ্ডৰ উপকূলৰ আটলাণ্টিকৰ গভীৰতাত ডুব গৈছিল টাইটান।

টাইটানে অভিযাত্ৰীসকলক টাইটানিকৰ ধ্বংসাৱশেষ থকা ঠাইখন দেখুৱাইছে, সাগৰৰ গভীৰতাত। ১৮ জুনত অ’চেনগেটে নিৰ্মাণ কৰা ছাবমেৰিনখন পাঁচজন যাত্ৰীসহ সাগৰত ১৩ হেজাৰ ফুট গভীৰতালৈ গৈছিল। যাত্ৰা আৰম্ভ হোৱাৰ এঘণ্টা ৪৫ মিনিটৰ পাছতে নিৰুদ্দেশ হয় টাইটান।

নিৰুদ্দেশ হোৱা ছাবমেৰিনখন উদ্ধাৰৰ কামত জড়িত আছিল আমেৰিকা আৰু কানাডাৰ ক’ষ্ট গাৰ্ড। উত্তৰ আটলাণ্টিক মহাসাগৰত চলি আছিল এই অনুসন্ধান।

ক’ষ্ট গাৰ্ড আৰু এয়াৰ ফৰ্চৰ লগতে ৰবটটোও এই অনুসন্ধানত জড়িত আছিল। এই ৰবটটোৱেই টাইটানিকৰ ওচৰত আন এখন জাহাজৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল, যিখন জাহাজ পিছলৈ আমেৰিকাৰ ক’ষ্ট গাৰ্ডে উদ্ধাৰ কৰে।

ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিশ হাৰ্ডিং, পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা দাউদ আৰু তেওঁৰ পুত্ৰ চুলাইমান, ওচেনগেটৰ মুখ্য কাৰ্যবাহী ষ্টকটন ৰাছ আৰু ফৰাচী নাবিক পল হেনৰি নাৰ্গিওলেট ছাবমেৰিনখনত আছিল।

পাঁচোজনৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ লগে লগে সৰু ছাবমেৰিন টাইটানৰ আন্তঃগাঁথনি আৰু পৰিচালনা পদ্ধতি সম্পৰ্কে প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰে।

বিতৰ্কৰ মাজতে, পৰিচালক কোম্পানীটোৱে ইয়াৰ ৱেবছাইটত টাইটানিকৰ ধ্বংসাৱশেষ পৰিদৰ্শনৰ বাবে আহ্বান জনাই এটা বিজ্ঞাপন দিয়ে। তেওঁৰ ব্যয় আনুমানিক দুই লাখ ৫০ হেজাৰ আছিল।

ভাৰতীয় মুদ্ৰাত প্ৰায় দুই কোটি টকা। অৱশ্যে, সেই দুৰ্ঘটনাৰ পাছত, আন কোনেও টাইটানৰ আটলাণ্টিকলৈ যাব বিচৰা নাছিল। অৱশ্যে, বিজ্ঞাপনটোক লৈ বিতৰ্ক হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: TitanicTitanic Tragedy
publisher

publisher

Related Posts

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d