Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sikh: পাগুৰি খুলিবলৈতে বাধ্য কৰোৱা হৈছে ! আমেৰিকাৰ পৰা বহিস্কাৰ কৰা শিখসকলৰ ভিডিঅ’ ই এতিয়া  সৃষ্টি কৰিছে বিতর্কৰ

publisher by publisher
February 17, 2025
in India
Reading Time: 1 min read
0
Sikh: পাগুৰি খুলিবলৈতে বাধ্য কৰোৱা হৈছে ! আমেৰিকাৰ পৰা বহিস্কাৰ কৰা শিখসকলৰ ভিডিঅ’ ই এতিয়া  সৃষ্টি কৰিছে বিতর্কৰ
1
SHARES
12
VIEWS
ShareShareShareShare

Sikh: পাগুৰি খুলিবলৈতে বাধ্য কৰোৱা হৈছে ! আমেৰিকাৰ পৰা বহিস্কাৰ কৰা শিখসকলৰ ভিডিঅ’ ই এতিয়া  সৃষ্টি কৰিছে বিতর্কৰ

মানৱ অধিকাৰ খৰ্ব কৰি হাত ভৰি শিকলিৰে বান্ধি আমেৰিকাৰ পৰা ভাৰতলৈ পঠিওৱাৰ অভিযোগ । দেওবাৰে নিশা অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰা আমেৰিকাৰ পৰা বহিস্কাৰকৰা অধিকাংশই শিখ। কিন্তু তেওঁলোকৰ মূৰত পাগুৰি নাই!

ADVERTISEMENT

এটা ভাইৰেল ভিডিঅ’ত এই দৃশ্য প্ৰকাশ হোৱাৰ পাছতে, সমালোচনাৰ সৃষ্টি হৈছে।

RelatedPosts

Jaswiendre Singh : দিনত ৩৯ হেজাৰ টকা ক্ষতি কৰি ইন্ধন বিক্রী কৰিছে এইজন লোকে !

Khalistan : খলিস্তানি সংযোগ ! কৃষক আন্দোলনৰ সমর্থক নিষিদ্ধ গোষ্ঠীৰ প্রচাৰ কৰি ৰোষত ৱেবছাইট

শিখসকলৰ সৰ্বোচ্চ ধৰ্মীয় সংগঠন শিৰোমণি গুৰদ্বাৰা পৰবন্ধক কমিটি ক্ষোভিত হৈ পৰিছে । অভিযোগ অনুসৰি শিখসকলে পাগুৰি খুলি বিমানলৈ উভতি যাবলৈ বাধ্য হয়।

১১৬ জন প্ৰব্ৰজনকাৰীক কঢ়িয়াই নিয়া এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান দেওবাৰে নিশা অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে। তাৰ পৰা ওলাই অহাৰ সময়ত দেখা গৈছে যে কিছুমান শিখৰ মূৰত পাগুৰি নাছিল।বিমানবন্দৰৰ কাঁচৰ দুৱাৰৰ মাজেৰে অহা তেওঁলোকৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

পাগুৰি শিখসকলৰ বাবে অতি পৱিত্ৰ। এইটো তেওঁলোকৰ ধৰ্মৰ অংশ। পাগুৰিবিহীন শিখক তেওঁৰ সম্প্ৰদায়ৰ পৃথিৱীৰ লগতে বাহিৰৰ পৃথিৱীতো নিন্দিত কৰা হয়।

অভিযোগ অনুসৰি আমেৰিকাৰ পৰা ঘূৰাই পঠোৱা শিখসকলক তেওঁলোকৰ পাগুৰি আঁতৰাবলৈ বাধ্য কৰা হৈছিল। আমেৰিকাৰ পৰা ঘূৰাই পঠোৱা শিখসকলক পাগুৰি আঁতৰাবলৈ বাধ্য কৰা বুলি অভিযোগক লৈ হুলস্থূলৰ সৃষ্টি হৈছে।

শিৰোমণি গুৰুদ্বাৰা পৰিবন্ধক সমিতিয়ে (এছজিপিচি) ঘটনাটোক গৰিহণা দিয়ে। সংগঠনটোৰ সাধাৰণ সম্পাদক গুৰচৰণ সিং গ্ৰেৱালে কয়, “ভাৰতীয়সকলক এনেদৰে শিকলি বন্দী অনাটো অতি দুখজনক। আনকি শিখ সম্প্ৰদায়ৰ লোকসকলকো পাগুৰি পিন্ধিবলৈ অনুমতি দিয়া হোৱা নাছিল। পাগুৰি আমাৰ ধৰ্মৰ এটা অংশ।”

গুৰচৰণ সিং গ্ৰেৱালে জনাই যে তেওঁলোকে বিষয়টো ট্ৰাম্প প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব। আনহাতে, শিৰোমণি অকালি দলৰ (এছএডি) নেতা বিক্ৰম সিং মাজিথিয়াই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক বিষয়টো তৎক্ষণাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনৰ ওচৰত উত্থাপন কৰিবলৈ আহ্বান জনাইছিল যাতে ঘটনাটো পুনৰাবৃত্তি নহয়।

সৰ্বোপৰি, আমেৰিকাৰ পৰা ভাৰতীয়সকলক ‘অমানৱীয়’ বহিষ্কাৰ কৰাটো এতিয়া ধৰ্মত বাধা দিয়াৰ অভিযোগৰ স’তে সম্পৰ্কিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Sikh
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d