Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Case Against Bengaluru Cinema Hall:বিজ্ঞাপনত সময় নষ্ট হোৱা চিনেমা হলৰ নামত গোচৰ !

৬৫ হেজাৰ টকা দিয়াৰ নির্দেশ আদালতৰ

publisher by publisher
February 19, 2025
in India, News
Reading Time: 2 mins read
0
Case Against Bengaluru Cinema Hall:বিজ্ঞাপনত সময় নষ্ট হোৱা চিনেমা হলৰ নামত গোচৰ !
1
SHARES
11
VIEWS
ShareShareShareShare

Case Against Bengaluru Cinema Hall:

২৫ মিনিট ধৰি বিজ্ঞাপন ! সময় নষ্ট কৰাৰ অভিযোগত জনপ্ৰিয় চিনেমা হল আৰু টিকট বুকিং সংস্থাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে এজন যুৱকে ! সেই গোচৰত সংশ্লিষ্ট চিনেমা হলৰ কৰ্তৃপক্ষক ক্ষতিপূৰণ হিচাপে ৬৫ হেজাৰ টকা দিবলৈ নিৰ্দেশ দিছে আদালতে।

ADVERTISEMENT

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, ২০২৩ চনত ত্ৰিশ বছৰীয়া যুৱকজনে বাংগালুৰুৰ জনপ্ৰিয় থিয়েটাৰ পিভিআৰ ইনক্সত ‘ছেম বাহাদুৰ’ নামৰ এখন চিনেমা চাবলৈ গৈছিল। ইয়াৰ বাবে তেওঁ ‘বুক মাই শ্ব’’ এপৰ পৰা আগতীয়াকৈ অনলাইন টিকট বুকিং কৰে । যুৱকজনে আবেলি চাৰি বজাৰ অনুষ্ঠানটো চাবলৈ টিকট ক্ৰয় কৰে । তেওঁ ভাবিছিল চিনেমাখন সন্ধিয়া ছয় বাজি ৩০ মিনিটৰ ভিতৰত শেষ হ’ব। ইয়াৰ পাছত তেওঁৰ এটা জৰুৰী কাম আছিল। কিন্তু অভিযোগ, নিৰ্ধাৰিত সময়সূচী অনুসৰি চিনেমাখন আৰম্ভ কৰাৰ পৰিৱৰ্তে প্ৰায় চাৰি বাজি ৩০ মিনিটৰ পৰা চিনেমাখন আৰম্ভ হয় !

RelatedPosts

Chhattisgarh:মাত্র এশ টকাত ধ্বংস হ’ল এটা পৰিয়াল

Supreme Court:ভোটাৰ তালিকা চূড়ান্ত হ’লেও অনিয়ম ধৰা পৰিলে বাতিল হ’ব

Imprisonment by the Court : কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

চিনেমাখন আৰম্ভ হোৱাৰ পূৰ্বে ২৫ মিনিট ধৰি দীঘলীয়া বিজ্ঞাপনটো দেখুওৱা হয়। ফলস্বৰূপে যুৱকজনৰ কামত পলম হোৱাৰ দাবী । উল্লেখ্য যে ইয়াৰ পাছতে তেওঁ চিনেমা হল কৰ্তৃপক্ষ আৰু টিকট বুকিং কোম্পানীৰ নামত গোচৰ ৰুজু কৰে!আদালতত, যুৱকজনে দাবী কৰে যে চিনেমা হলৰ বাবে তেওঁৰ ‘মূল্যৱান সময়’ অপচয় হৈছে । পলম হোৱাৰ বাবে, তেওঁ সেই সন্ধিয়া আন কোনো কামত যোগদান কৰিব নোৱাৰিলে। ইফালে আদালতেও যুৱকজনৰ সপক্ষে ৰায় প্ৰদান কৰে !

আদালতে লক্ষ্য কৰিছে যে সময় টকাৰ সমাৰ্থক। গতিকে সময় নষ্ট কৰাৰ এই অভিযোগটো ন্যায়সঙ্গত। চলচ্চিত্ৰ প্ৰদৰ্শনৰ সময়ত দৰ্শকসকলক বিজ্ঞাপন চাবলৈ বাধ্য কৰাটোও অনুচিত বাণিজ্য প্ৰথা। নিয়ম অনুসৰি, চিনেমা খন আৰম্ভ হোৱাৰ ১০ মিনিট আগতে আৰু দুয়োটা অৰ্ধাংশৰ মাজত বিজ্ঞাপন প্ৰদৰ্শন কৰিব পাৰি। পিভিআৰ আৰু ইনোক্সক সময় অপচয়ৰ বাবে ৫০ হেজাৰ টকা, মানসিক নিৰ্যাতনৰ বাবে পাঁচ হেজাৰ টকা আৰু যুৱকজনে দাখিল কৰা অভিযোগ আৰু আইনী ব্যয়ৰ বাবে ১০হেজাৰ টকা জৰিমনা বিহা হৈছে।

এই সকলো টকা সেই ব্যক্তিজনৰ হাতত হস্তান্তৰ কৰা হ’ব। ইয়াৰ উপৰিও আদালতে কোম্পানী দুটাক এক লাখ টকা অতিৰিক্ত জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bengaluru Cinema HallCase Against One YouthCourt JudgementLong Time Advt.
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d