Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Chhattisgarh:মাত্র এশ টকাত ধ্বংস হ’ল এটা পৰিয়াল

publisher by publisher
November 24, 2025
in National
Reading Time: 1 min read
0
Chhattisgarh:মাত্র এশ টকাত ধ্বংস হ’ল এটা পৰিয়াল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati High Court:গুৱাহাটীৰ উন্মুক্ত নলা শীঘ্ৰে বন্ধ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ ন্যায়ালয়ৰ

Private Plane Crash in Chhattisgarh:ছত্তীশগড়ৰ যশপুৰত ব্যক্তিগত বিমান দুৰ্ঘটনাগ্রস্ত

ছত্তীশগড়ত ৰ’পৱেত অঘটন! ট্ৰলী ভাঙি মহিলা নিহত, আহত সাত জন

Chhattisgarh:

চত্তিছগড়ৰ ৰায়পুৰৰ অৱধীয়া পাৰাৰ পাক লগা তথা সৰু গলিবোৰৰ মাজতে আছে এটা প্রায় উঁৱলি যোৱা সৰু ঘৰ। জীৱনৰ অনেক কঠিন পৰিস্থিতি দেখি দেখি ঘৰটোও যেন ভাগৰুৱা হৈ পৰিছে। সেই ভগ্নপ্রায় ঘৰটোতে বাস কৰে প্ৰায় ৮৪ বছৰীয়া জাগেশ্বৰ প্ৰসাদ অবধীয়াই। সেই ভগ্নপ্রায় ঘৰটোৰ বেৰবোৰে কথা ক’ব পৰা হ’লে ক’লেহেঁতেন কিদৰে এজন মানুহে সুদীর্ঘ ৩৯ বছৰ ধৰি ন্যায়ৰ দুৱাৰে দুৱাৰে টোকৰ মাৰিছিল আৰু যেতিয়ালৈ সেই দুৱাৰ খোল খালে, তেতিয়ালৈ জীৱনৰ অধিকাংশ খিৰিকীয়েই বন্ধ হৈ পৰিছিল। চাবলৈ গ’লে এই জাগেশ্বৰ প্ৰসাদ অবধীয়া হৈছে ব্যৱস্থাৰ কঠোৰতা, ন্যায় প্রদানত বিলম্ব আৰু এজন ব্যক্তিৰ ভগ্ন আশাৰ প্রতীক।

ADVERTISEMENT

অবিভক্ত মধ্যপ্ৰদেশৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ কেৰাণী পদত চাকৰি কৰা অৱধীয়াক ১৯৮৬৩ এশ টকা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। সেই এশ টকাই অবধীয়াৰ লগতে তেওঁৰ পৰিয়াললৈ কাল অমানিশা কঢ়িয়াই আনিছিল। এতিয়া প্রায় ৩৯ বছৰৰ পাছত আদালতে তেওঁক নির্দোষ ঘোষণা কৰিছে; কিন্তু ন্যায় ব্যৱস্থাটোৰ অতি বিলম্বতাৰ বাবেই অৱধীয়াই নিজৰ জীৱনৰ সোণালী সময়খিনিৰ লগতে হেৰুৱালে অনেক কিবাকিবি, যিবোৰ আৰু তেওঁ কেতিয়াও ঘূৰাই নাপায়। আদালতে ন্যায় দিয়াৰ পাছতো ব্যথিত অৱধীয়াই কয়, ‘এই ৰায়ৰ আৰু এতিয়া একো অর্থ নাই। চাকৰি গ’ল। সমাজে মুখ ঘূৰালে। সন্তানে পঢ়িব নোৱাৰিলে। সিহঁতক বিয়া পতাই দিব নোৱাৰিলো। আত্মীয়সকলে দূৰত্ব বৰ্তাই ৰাখিলে। চিকিৎসাৰ অভাৱত মোৰ পত্নীৰ মৃত্যু হ’ল। মই এই গুচি যোৱা সময়বোৰ আৰু ঘূৰাই আনিব নোৱাৰিম।’ অৱধীয়াই লগতে কয়, ‘উচ্চ ন্যায়ালয়ে মোক নির্দোষী বুলি কৈছে। যদিও আদালতৰ পৰা পোৱা প্ৰমাণপত্ৰৰ ওজন সেই গধুৰ বোজাৰ সন্মুখত একেবাৰে কম, যিবোৰ মই গোটেই পৰিয়ালৰ লগত ৩৯ বছৰে বহন কৰি আহিছো।’

উল্লেখ্য যে নিজৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীৰ ষড়যন্ত্ৰৰ বলি হৈছিল অৱধীয়া। তেওঁ কয়, ‘মই একো কৰা নাছিলো; কিন্তু মই সকলো হেৰুৱাব লগা হ’ল। এতিয়া কাক কওঁ যে মই একো কৰা নাছিলো? এতিয়াতো শুনিবলৈকো কোনো বাচি থকা নাই। মই গোটেই জীৱনটো এটা কথাই প্রমাণ কৰিবলৈ পাৰ কৰি দিলো যে মই নির্দোষী। এতিয়া যেতিয়া প্রমাণ হ’ল, তেতিয়াই একোৱেই বাচি থকা নাই। বয়সো নাই।’ পৰিবহণ নিগমৰ বিল সহায়কৰূপে এসময়ত কৰ্মৰত অৱধীয়াই জনায় যে এবাৰ এজন কৰ্মচাৰীয়ে নিজৰ বকেয়াৰ বিল পাছ কৰাই দিয়াৰ বাবে তেওঁক ২০ টকা উৎকোচ দিয়াৰ চেষ্টা কৰিছিল। অবধীয়াই সেই ধন লোৱাৰ পৰিৱৰ্তে কৰ্মচাৰীজনক ককৰ্থনা কৰি তেওঁৰ ওচৰলৈ দুনাই নাহিবলৈ কয়। সেই কৰ্মচাৰীজনৰ পিতৃ আৰক্ষী কর্মী আছিল। দুদিনমানৰ পাছত অৱধীয়াই কামৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে গলিৰ মুখত উক্ত কৰ্মচাৰীজনে হঠাৎ ওচৰলৈ আহি তেওঁৰ পকেটত কিবা এটা ভৰাই দিয়ে। লগে লগে সেই স্থানত সাধাৰণ পোছাকত থকা আৰক্ষীৰ দলে অৱধীয়াক এশ টকা ঘোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। অরধীয়াই কয় যে সেই দিনটোত কেৱল তেওঁৰ বাবেই নহয়, বৰঞ্চ সমগ্র পৰিয়ালটোৰ বাবে শাস্তি আৰম্ভ হৈছিল।

১৯৮৮ ত আদালতত অভিযোগনামা দাখিল কৰা হয়। তেতিয়াৰে পৰা ১৯৯৪ পর্যন্ত তেওঁ নিলম্বিত হৈ থাকে। তাৰ পাছত ৰায়পুৰৰ পৰা ৰীৱালৈ সলনি কৰা হয়। আধা দৰমহা, অর্থাৎ মাত্র আঢ়ৈ হেজাৰ টকাৰে ঘৰৰ পৰা বাহিৰত থাকি তেওঁ পৰিয়াল চলাব নোৱৰা হৈ পৰে। তেওঁৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিও আবদ্ধ হৈ পৰে। ধনৰ অভাৱত তিনি সন্তানেও এটা সময়ত স্কুল এৰিবলগীয়া হয়। তাৰ মাজতে অবধীয়াই অৱসৰ পায়। ইপিনে, মানসিক চিন্তাত জৰ্জৰিত হৈ ৰোগীয়া হৈ পৰা অৱধীয়াৰ পত্নীৰো বিনা চিকিৎসাত মৃত্যু হয়। নানা ধৰণৰ কষ্টকৰ কাম কৰি অৱধীয়াই তিনি সন্তানক ভৰণ-পোষণ দিছিল; কিন্তু তাৰ মাজতো তেওঁ ন্যায়ৰ যুঁজখনৰ পৰা আঁতৰি যোৱা নাছিল। ২০০৪ত এখন নিম্ন আদালতে অৱধীয়াক দোষী সাব্যস্ত কৰি এবছৰৰ কাৰাদণ্ড আৰু এহেজাৰ টকাৰ জৰিমনাৰ ৰায় দিয়ে। অৱশ্যে হাৰ মানিবলৈ অস্বীকাৰ কৰি তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। সুদীর্ঘ ২০ বছৰৰ পাছত অৱধীয়াই অৱশেষত ন্যায় লাভকৰিলে। কিছুদিনৰ পূৰ্বে ন্যায় লাভ কৰা অবধীয়াই কয় যে মাত্র এশ টকাৰ বাবে তেওঁ সুদীর্ঘ ১৪ হেজাৰ দিন এক অদৃশ্য কাৰাগাৰত থকা যেন অনুভৱ কৰিছিল। অবধীয়াই কয়, ‘ন্যায় পালো; কিন্তু সময় ঘূৰি নাহিল, পত্নী ঘূৰি নাহিল, সন্তানহঁতৰ শৈশৱ ঘূৰি নাহিল। আৰু সম্মান? হয়তো সেয়াও ঘূৰি নাহিল।’ ইচ্ছা কৰিলে অৱধীয়াই ক্ষতিপূৰণ দাবী কৰিব পাৰে; কিন্তু আৰু আদালতৰ মজিয়ালৈ যাব নিবিচাৰে। দুৰ্ভগীয়া ব্যক্তিজনে কেৱল বিচাৰিছে, চৰকাৰে তেওঁক পেন্সন আৰু বকেয়াখিনি আদায় দিয়ক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChhattisgarhCourt JudgementImportent incidentOld Men
publisher

publisher

Related Posts

Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক
National

September 12, 2026
BRICS Summit in New Delhi 2026 :ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
India

September 11, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

September 8, 2026
R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

August 29, 2026
BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

August 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d