Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi দিল্লীয়ে পালে চতুৰ্থ গৰাকী মহিলা মুখ্যমন্ত্ৰী

publisher by publisher
February 19, 2025
in India
Reading Time: 1 min read
0
Delhi  দিল্লীয়ে পালে চতুৰ্থ গৰাকী মহিলা মুখ্যমন্ত্ৰী
2
SHARES
19
VIEWS
ShareShareShareShare

Delhi দিল্লীয়ে পালে চতুৰ্থ গৰাকী মহিলা মুখ্যমন্ত্ৰী

অৱশেষত বহুতো জল্পনা কল্পনাৰ অন্ত পেলায় দিল্লীত আজি ঘোষণা কৰা হ’ল নতুন মুখ্যমন্ত্ৰীৰ নাম ।দিল্লীৰ নতুন মূখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হৈছে শালিমাৰ বাগৰ বিধায়ক ৰেখা গুপ্তা ।

ADVERTISEMENT

আজি সন্ধিয়া নৱনিৰ্বাচিত বিধায়কসকলৰ সন্মুখত সংসদীয় দলৰ মুৰব্বী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়।

RelatedPosts

Delhi New CM Oath-Taking:২৭ বছৰৰ পাছত দিল্লিত বিজেপিৰ শাসন , মোডীৰ উপস্থিতিত মুখ্যমন্ত্রী পদত শপত গ্ৰহণ ৰেখা গুপ্তাৰ

Arvind Kejriwal Interim Bail :উচ্চতম ন্যায়ালয়ৰ পৰা অৰৱিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

Arvind Kejriwal Does Not Go To ED office:ইডিৰ কাৰ্যালয়লৈ নাযায় অৰবিন্দ কেজৰিৱাল !

বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত ৰামলীলা ময়দানত শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখাৰ লগতে নতুন মন্ত্ৰীসভাৰ সদস্যসকলে ।

ব্যৱসায়ী সমাজৰ প্ৰতিনিধি ৰেখা এসময়ত সংঘৰ ছাত্ৰ সংগঠন এবিভিপিৰ নেত্ৰী আছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি পদৰ বাবেও নিৰ্বাচন জয়ী হৈছিল।

অৱশ্যে, তেওঁ এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক হ’বলৈ সক্ষম হৈছে । নতুন দিল্লীৰ আসনত আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰবেশ বাৰ্মাই আজি সংসদীয় দলৰ বৈঠকত ৰেখাৰ নাম প্ৰস্তাৱ কৰে।

বুধবাৰে পুৱা বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক মঞ্চ ‘সংসদীয় ব’ৰ্ড’ৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিবলৈ বৈঠকত মিলিত হয়।

অৱশ্যে, নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ দলে সেই বৈঠকত কি সিদ্ধান্ত লোৱা হৈছিল সেই বিষয়ে একো কোৱা নাছিল।

তাত ‘কেন্দ্ৰীয় পৰ্যবেক্ষক’ হিচাপে ৰবি শংকৰ প্ৰসাদ আৰু ওম প্ৰকাশ ধনখৰৰ নাম ঘোষণা কৰা হয় । সন্ধিয়া বিধায়িনী দলৰ বৈঠকত নৱ নিৰ্বাচিত বিধায়কসকলৰ সন্মুখত দুয়োজন কেন্দ্ৰীয় পৰ্যবেক্ষকে আনুষ্ঠানিকভাৱে নামবোৰ ঘোষণা কৰে ।

প্ৰসংগত ২৭ বছৰৰ পাছত দিল্লীত বিজেপি পুনৰ ক্ষমতালৈ আহিছে। দিল্লীৰ ৭০ খন বিধানসভা আসনৰ ভিতৰত বিজেপিয়ে ৪৮ খন আসন লাভ কৰে।

আনহাতে, অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি (আপ) ১০ বছৰ শাসনত থকাৰ পাছত পৰাজিত হয়। উল্লেখ্য যে তেওঁলোকে মাত্ৰ ২২ খন আসনহে লাভ কৰে।

অৱশেষত বহু জল্পনা কল্পনাৰ অন্ত পেলায় আজি ঘোষণা কৰা হ’ল বিজেপিৰ নৱনিৰ্বাচিত মুখ্যখ্যমন্ত্ৰীৰ নাম । সুষমা, শীলা দীক্ষিত , আতিশী মাৰ্লেনাৰ পাছত দিল্লীয়ে পালে চতুৰ্থ গৰাকী মহিলা মুখ্যমন্ত্ৰী ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Delhi Cmrekha gupta
publisher

publisher

Related Posts

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷
News

মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d