Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    শিল্পী পেন্সনৰ পৰা বঞ্চিত হাজো কুমাৰপাৰাৰ মৃৎ শিল্পী প্রণীতা দাস

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    চিজেপিৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

    বিজেপিয়ে ভয় খুৱাই যুৱ প্ৰজন্মৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে: সৰৰ বিৰোধী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi দিল্লীয়ে পালে চতুৰ্থ গৰাকী মহিলা মুখ্যমন্ত্ৰী

publisher by publisher
February 19, 2025
in India
Reading Time: 1 min read
0
Delhi  দিল্লীয়ে পালে চতুৰ্থ গৰাকী মহিলা মুখ্যমন্ত্ৰী
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

ৰেখা গুপ্তাৰ আক্ৰমণকাৰীৰ পৰিকল্পনা আছিল অধিক ভয়ংকৰ ! 

চৰ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰী ৰেখাৰ বৈঠকত বলপূৰ্বকভাৱে সোমোৱাৰ চেষ্টা ! 

দিল্লীৰ মুখ্যমন্ত্ৰীৰ ওপৰত আক্ৰমণ ! 

Delhi দিল্লীয়ে পালে চতুৰ্থ গৰাকী মহিলা মুখ্যমন্ত্ৰী

অৱশেষত বহুতো জল্পনা কল্পনাৰ অন্ত পেলায় দিল্লীত আজি ঘোষণা কৰা হ’ল নতুন মুখ্যমন্ত্ৰীৰ নাম ।দিল্লীৰ নতুন মূখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হৈছে শালিমাৰ বাগৰ বিধায়ক ৰেখা গুপ্তা ।

ADVERTISEMENT

আজি সন্ধিয়া নৱনিৰ্বাচিত বিধায়কসকলৰ সন্মুখত সংসদীয় দলৰ মুৰব্বী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়।

বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত ৰামলীলা ময়দানত শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখাৰ লগতে নতুন মন্ত্ৰীসভাৰ সদস্যসকলে ।

ব্যৱসায়ী সমাজৰ প্ৰতিনিধি ৰেখা এসময়ত সংঘৰ ছাত্ৰ সংগঠন এবিভিপিৰ নেত্ৰী আছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি পদৰ বাবেও নিৰ্বাচন জয়ী হৈছিল।

অৱশ্যে, তেওঁ এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক হ’বলৈ সক্ষম হৈছে । নতুন দিল্লীৰ আসনত আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰবেশ বাৰ্মাই আজি সংসদীয় দলৰ বৈঠকত ৰেখাৰ নাম প্ৰস্তাৱ কৰে।

বুধবাৰে পুৱা বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক মঞ্চ ‘সংসদীয় ব’ৰ্ড’ৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিবলৈ বৈঠকত মিলিত হয়।

অৱশ্যে, নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ দলে সেই বৈঠকত কি সিদ্ধান্ত লোৱা হৈছিল সেই বিষয়ে একো কোৱা নাছিল।

তাত ‘কেন্দ্ৰীয় পৰ্যবেক্ষক’ হিচাপে ৰবি শংকৰ প্ৰসাদ আৰু ওম প্ৰকাশ ধনখৰৰ নাম ঘোষণা কৰা হয় । সন্ধিয়া বিধায়িনী দলৰ বৈঠকত নৱ নিৰ্বাচিত বিধায়কসকলৰ সন্মুখত দুয়োজন কেন্দ্ৰীয় পৰ্যবেক্ষকে আনুষ্ঠানিকভাৱে নামবোৰ ঘোষণা কৰে ।

প্ৰসংগত ২৭ বছৰৰ পাছত দিল্লীত বিজেপি পুনৰ ক্ষমতালৈ আহিছে। দিল্লীৰ ৭০ খন বিধানসভা আসনৰ ভিতৰত বিজেপিয়ে ৪৮ খন আসন লাভ কৰে।

আনহাতে, অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি (আপ) ১০ বছৰ শাসনত থকাৰ পাছত পৰাজিত হয়। উল্লেখ্য যে তেওঁলোকে মাত্ৰ ২২ খন আসনহে লাভ কৰে।

অৱশেষত বহু জল্পনা কল্পনাৰ অন্ত পেলায় আজি ঘোষণা কৰা হ’ল বিজেপিৰ নৱনিৰ্বাচিত মুখ্যখ্যমন্ত্ৰীৰ নাম । সুষমা, শীলা দীক্ষিত , আতিশী মাৰ্লেনাৰ পাছত দিল্লীয়ে পালে চতুৰ্থ গৰাকী মহিলা মুখ্যমন্ত্ৰী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi Cmrekha gupta
publisher

publisher

Related Posts

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

September 28, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d