Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Golokganj Murder Case:গোলকগঞ্জৰ হত্যাকাণ্ডত জড়িত তিনি নম্বৰ অভিযুক্তক আটক

এতিয়াও পলাতক পাঁচৰোধিক

publisher by publisher
February 27, 2025
in India, Crime, News
Reading Time: 2 mins read
0
Golokganj Murder Case:গোলকগঞ্জৰ হত্যাকাণ্ডত জড়িত তিনি নম্বৰ অভিযুক্তক আটক
3
SHARES
34
VIEWS
ShareShareShareShare

Golokganj Murder Case:

ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড গাঁৱৰ আমতলাত যোৱা ২২ ফেব্ৰুৱাৰীৰ নিশা চোৰৰ সন্দেহত এজন নিৰীহ লোকক মৰিয়াই মৰিয়াই হত্যা কৰাত জড়িত তৃতীয় জন অভিযুক্তক যোৱা নিশা আৰক্ষীয়ে আটক কৰে।

ADVERTISEMENT

আটকাধীন উত্তৰ টোকৰেৰছৰা গোলকগঞ্জ এক নং ৱাৰ্ডৰ গোলাপ উদ্দিনৰ পুত্ৰ জমছেৰ আলী (৩৪)। জানিব পৰা মতে বিষখোৱা পঞ্চম খণ্ড লাউখোৱাকুটী গাঁৱৰ জগদীশ চন্দ্ৰ বৰ্মন ২২ ফেব্ৰুৱাৰীৰ নিশা বিচনদৈ গাঁৱৰ এখন বিয়া ঘৰৰ পৰা গোলকগঞ্জৰ এখন বিয়াত যোৱাৰ সময়তে উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড আমতলাত পথত একাংশ ৰাইজে চোৰৰ সন্দেহত ধৰি মাৰপিট কৰে।

RelatedPosts

মধ্যপ্ৰদেশত নৃশংস হত্যাকাণ্ড: কিশোৰক হত্যা কৰি ৰক্ত পান

পুনৰ ভয়ংকৰ প্রেম-হত্যা! আগ্ৰাত প্রেমিকৰ হাততে নৃশংসভাৱে হত্যা যুৱতী

ঝাৰখণ্ডত জামুগুৰিহাটৰ যুৱকৰ নৃশংস হত্যা 

ইয়াতে ক্ষান্ত নাথাকি কাষতে থকা ছফৰুদ্দিন সেখৰ ঘৰত চোঁচৰাই নি হাত ভৰি ৰছিৰে বান্ধি পাশবিক নিৰ্যাতন চলায়। খবৰ পাই গোলকগঞ্জ আৰক্ষী মুমূৰ্ষ অৱস্থাত জগদীশক উদ্ধাৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত প্ৰেৰণ কৰে। এই সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দিয়াত আৰক্ষীয়ে ২৩ ফেব্ৰুৱাৰীত ছফৰুদ্দিন সেখ (৫৯)ক গ্ৰেপ্তাৰ কৰে। পিছদিনা ধুবুৰী আদালতত হাজিৰ কৰি আৰক্ষী জিম্মাত নিয়ে।

২৪ ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত জগদীশৰ মৃত্যু হয়। তেঁৱৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই গোলকগঞ্জত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় বজৰং দল আৰু অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ যৌথ উদ্যোগত স্থানীয় কেইবা শতাধিক ৰাইজে গোলকগঞ্জ থানা ঘেৰাও কৰি দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়। ইয়াৰ পিছতেই আৰক্ষীয়ে অভিযান চলাই ছফিৰুদ্দিনৰ পুত্ৰ আমিনুৰ সেখ (২৭)ক আটক কৰে।

বাকী ছয় জন অভিযুক্তক বিচাৰি অভিযান চলাই থকাৰ মাজতে যোৱা নিশা হালাকুৰাৰ বিদ্যাৰডাবৰী পঞ্চম খণ্ড গাঁৱত গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই জমছেৰ আলীক আটক কৰিবলৈ সক্ষম হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Golokganj PoliceMain Accused arrestedMurder
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d