Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Khelmati Police Out Post:খেলমাটি আৰক্ষী চকীৰ জিম্মাত আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

প্ৰতিবাদকাৰীৰ দ্বাৰা আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ, আৰক্ষীৰ বাহন ভাঙি লণ্ডভণ্ড, আহত কেইবাজনো সাংবাদিকো, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা, ভাৰপ্ৰাপ্ত বিষয়া সহ তিনি আৰক্ষীক নিলম্বন

publisher by publisher
May 23, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Khelmati Police Out Post:খেলমাটি আৰক্ষী চকীৰ জিম্মাত আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

Guwahati:অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি

Urimaghat :উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উত্তপ্ত পৰিস্থিতি

Khelmati Police Out Post

লখিমপুৰ খেলমাটি -আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাইক কৰা হ’ল নিলম্বন । আৰক্ষী চকীৰ জিম্মাত আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাইৰ উপস্থিতিত সংঘটিত হোৱা উল্লিখিত ঘটনাৰ বাবে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাংমাই সহ এজন কনিষ্টবল আৰু এজন গৃহৰক্ষীক নিলম্বন কৰে লখিমপুৰৰ আৰক্ষী অধীক্ষকে ৷ এই কথা এক্সত সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধান জেপি সিঙে ।

ADVERTISEMENT

khelmati 2উল্লেখ্য যে ,বুধবাৰে নিশাভাগত লখিমপুৰৰ খেলমাটি আৰক্ষী চকীলৈ ম’বাইল চোৰৰ সন্দেহত আশ্বভ আলী নামৰ আচামীজনক লৈ অনা হয় ৷ কিন্ত হঠাতে অসুস্থ হৈ থানাৰ মজিয়াত বাগৰি পৰি থিতাতে মৃত্যু হয় আচামীজনৰ ৷ খেলমাটি আৰক্ষীয়ে সদৰি কৰা মতে,আশ্বভ আলী নামৰ যুৱকজন কুখ্যাত চোৰ আছিল ৷ খেলমাটি অঞ্চলত চুৰি কাৰ্য সংঘটিত এক সন্ত্ৰাস সৃষ্টি কৰি আহিছিল।

khelmati 4আনহাতে,আৰক্ষী জিন্মাত আচামীটোৰ মৃত্যুৰ পিছতে বৃহস্পতিবাৰে দুপৰীয়া কে’বা শতাধিক লোকে খেলমাটি আৰক্ষী চকীৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰে এক উত্তেজনা ময় পৰিবেশৰ সৃষ্টি কৰে ৷ ইয়াৰ মাজতে একাংশ লোকে থানাৰ সন্মুখত থকা বহু কেইখন আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰি লণ্ডভণ্ড ৷

dgpআনহাতে শিলগুটি আঘাতত আঘাতপ্ৰাপ্ত হয় কৰ্তব্যৰত কে’বাজনো আৰক্ষী আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় ৷ অৱশ্যে পিছত ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চিআৰপিএফ তৎপৰতাৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Death Of AccusedHeated SituationI/C with Two Policemen Suspensionkhelmati Police Out PostProtesters Threw Stones
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d