Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এইবাৰ হাতে হাত ধৰি কাম কৰিব তিনি সেনাবাহিনীয়ে!

    Elephant In-out :বন বিভাগে দায়িত্ব ল’লে মাউতে অত্যাচাৰ কৰা মইনা নামৰ হাতীটো

    উত্তৰ প্ৰদেশত ভুৱা চিকিৎসকৰ প্ৰকোপ!

    উত্তৰ প্ৰদেশত ভুৱা চিকিৎসকৰ প্ৰকোপ!

    Cattle Seized In Golokganj:অসম-বংগ সীমান্তৱৰ্তী গোলোকগঞ্জত চোৰাং গৰু সৰবৰাহকাৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

    মাজনিশা ভূমিকম্পত কঁপি উঠিল মণিপুৰ !

    মাজনিশা ভূমিকম্পত কঁপি উঠিল মণিপুৰ !

     Ripun Bora’s Comments :টাডা-অবৈধ অস্ত্র আইনত গ্ৰেপ্তাৰ হৈ জেলত থাকিও অসমৰ মুখ্যমন্ত্ৰী হ’ল শর্মা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    গোটেই ৰাতি অনিদ্ৰাৰ সমস্যা? এই চিনাকি ফুল আপোনাৰ ঘৰত ৰাখিলে চকুলৈ টোপনি আহিব

    গ্ৰীষ্মকালত ছালত গোলাপ পানী ব্যৱহাৰ কৰিলে কি লাভ হয়?

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

সচেতন হওক-সাৱধান হওক

publisher by publisher
March 1, 2025
in News, Tech
Reading Time: 2 mins read
0
Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !
1
SHARES
13
VIEWS
ShareShareShareShare

Facebook :

ফে’চবুকৰ জনপ্ৰিয়তা অদম্য হৈয়ে আছে। সময়ৰ লগে লগে ছ’চিয়েল মিডিয়া আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে৷ ৰেষ্টুৰেণ্টত খোৱাৰ পৰা আৰম্ভ কৰি মহাকুম্ভত গা ধুবলৈ, বন্ধু-বান্ধৱীৰ লগত আড্ডা দিয়াৰ পৰা আৰম্ভ কৰি অফিচৰ পিক্‌নিক্‌লৈকে বিভিন্ন মুহূর্ত ফে’চবুকত পোষ্ট কৰা হয়।

ADVERTISEMENT

ব্যৱহাৰকাৰীসকলেও ৱালত বিভিন্ন কথা লিখে। কিন্তু জানেনে, সকলো সময়তে ফে’চবুকত কিবা এটা পোষ্ট কৰি থাকোতে এনেকুৱা কিবা এটা পোষ্ট কৰিব পাৰে যিয়ে আপোনাক কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰে !

RelatedPosts

ফে’চবুক-ইনষ্টাগ্রাম হ’ব পুৰণি, আহি আছে এআই ছ’চিয়েল মিডিয়া প্লেটফর্ম

Whats App: হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে সু-খবৰ !

Zuckerberg’s gold chain is in the Spotlight?:কিয় চর্চিত হৈছে মেটাৰ মুৰব্বী জুকাৰবাৰ্গৰ এই স্বর্ণ চেইন?

আচলতে বহুতে নিজৰ চিন্তা, পোষ্ট, মন্তব্য বা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। বহুতে সেইবোৰ কোনো চিন্তা নকৰাকৈ প’ষ্ট কৰে আৰু তাতেই বিপদ হয়। সামাজিক মাধ্যমত কি ধৰণৰ পোষ্টে আপোনাক বিপদত পেলাব পাৰে জানি লওক।

আপত্তিজনক বা উত্তেজক পোষ্ট

যদিহে জাতীয় বা সাম্প্ৰদায়িক আৱেগক আঘাত কৰা পোষ্ট দিয়া হয়, তেন্তে তথ্য প্রযুক্তি আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত ব্যৱহাৰকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰি। এই ধৰণৰ পোষ্টক চাইবাৰ অপৰাধ বুলি গণ্য কৰা হয়। গতিকে এনেবোৰ কথা শ্বেয়াৰ কৰাৰ সময়তে নহয়, যিকোনো ধৰণৰ মন্তব্য কৰাৰ সময়তো সাৱধান হ’ব লাগিব ।

গোপনীয়তা উলংঘা

কাৰোবাৰ ফটো বা ভিডিঅ’ ফে’চবুকত তেওঁৰ অনুমতি অবিহনে পোষ্ট কৰাটো বিপজ্জনক হ’ব পাৰে। তথ্য প্রযুক্তি আইনৰ ৬৬ই আৰু ৬৭এ ধাৰাত এয়া অপৰাধ। যদি অভিযোগ প্রমাণিত হয় তেন্তে জেল আৰু জৰিমনা দুয়োটা হ’ব পাৰে। গতিকে কাৰোবাৰ ফটো বা ভিডিঅ’ তেওঁলোকৰ অনুমতি অবিহনে শ্বেয়াৰ নকৰিব। তদুপৰি কাৰোবাৰ ব্যক্তিগত তথ্য যেনে ফোন নম্বৰ, ঠিকনা বা বেংকৰ তথ্য শ্বেয়াৰ কৰাটোও সমানেই ভুল। এই ধৰণৰ কামৰ পৰা সাৱধান হওক।

ভুৱা প্ৰফাইল

আন কাৰোবাৰ নাম, ফটো বা তথ্য ব্যৱহাৰ কৰি ফে’চবুকত ভুৱা একাউণ্ট শ্বেয়াৰ কৰিলে বিপদৰ আমন্ত্ৰণহে হ’ব। তথ্য প্রযুক্তি আইনৰ ৬৬চি আৰু ৬৬ডি ধাৰাত দোষী সাব্যস্ত হ’লে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে। এক বৃহৎ জৰিমনাও দিব লাগিব ।

ভুৱা বাতৰি শ্বেয়াৰ

কেতিয়াবা ফে’চবুকত ভুৱা বাতৰি ভাইৰেল হৈ পৰে। আৰু বহুতে সেইবোৰ ভেৰিফাই নকৰাকৈ শ্বেয়াৰ কৰে। মনত ৰাখিব, যদি আপুনি ভুৱা তথ্য, বিকৃত ছবি বা উৰাবাতৰি শ্বেয়াৰ কৰে তেন্তে আইটি আইন, তথ্য প্রযুক্তি আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব পাৰে। গতিকে যিকোনো বাতৰি শ্বেয়াৰ কৰাৰ আগতে তাৰ সত্যতা পৰীক্ষা কৰক। কেৱল নিৰ্ভৰযোগ্য সংবাদ মাধ্যমক বিশ্বাস কৰক।

মুঠতে ফে’চবুকৰ দৰে সামাজিক মাধ্যম ব্যৱহাৰত সচেতন হওক, সতর্ক হওক। অলপতে অসমৰে এজন ব্যক্তিক সামাজিক মাধ্যমত এক ইম’জি শ্বেয়াৰ কৰাৰ কাৰণত আৰক্ষীয়ে আইনী পদক্ষেপ গ্ৰহণ কৰিলে। গতিকে সামাজিক মাধ্যমত সাৱধান হৈ সক্ৰিয় হওক। অন্যথা আপুনি সন্মুখীন হ’ব পাৰে আইনী সমস্যাৰ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FacebookFacing Legal ActionFake ProfilesOffensive Of Provocation PostShare Fake NewsViolation Privacy
publisher

publisher

Related Posts

এইবাৰ হাতে হাত ধৰি কাম কৰিব তিনি সেনাবাহিনীয়ে!
India

May 28, 2025
Elephant In-out :বন বিভাগে দায়িত্ব ল’লে মাউতে অত্যাচাৰ কৰা মইনা নামৰ হাতীটো
News

Elephant In-out :বন বিভাগে দায়িত্ব ল’লে মাউতে অত্যাচাৰ কৰা মইনা নামৰ হাতীটো

May 28, 2025
উত্তৰ প্ৰদেশত ভুৱা চিকিৎসকৰ প্ৰকোপ!
India

উত্তৰ প্ৰদেশত ভুৱা চিকিৎসকৰ প্ৰকোপ!

May 28, 2025
Cattle Seized In Golokganj:অসম-বংগ সীমান্তৱৰ্তী গোলোকগঞ্জত চোৰাং গৰু সৰবৰাহকাৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত
News

Cattle Seized In Golokganj:অসম-বংগ সীমান্তৱৰ্তী গোলোকগঞ্জত চোৰাং গৰু সৰবৰাহকাৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

May 28, 2025
মাজনিশা ভূমিকম্পত কঁপি উঠিল মণিপুৰ !
India

মাজনিশা ভূমিকম্পত কঁপি উঠিল মণিপুৰ !

May 28, 2025
 Ripun Bora’s Comments :টাডা-অবৈধ অস্ত্র আইনত গ্ৰেপ্তাৰ হৈ জেলত থাকিও অসমৰ মুখ্যমন্ত্ৰী হ’ল শর্মা
News

 Ripun Bora’s Comments :টাডা-অবৈধ অস্ত্র আইনত গ্ৰেপ্তাৰ হৈ জেলত থাকিও অসমৰ মুখ্যমন্ত্ৰী হ’ল শর্মা

May 28, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d