Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Whats App: হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে সু-খবৰ !

publisher by publisher
January 25, 2025
in Assam, International
Reading Time: 1 min read
0
Whats App: হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে সু-খবৰ !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

Michael Rosenberg:ফে’চবুক-ইনস্টাগ্রাম-ইউটিউব-টিকটক বর্জন বিখ্যাত সংগীতজ্ঞ মাইকেল ৰ’জেনবাৰ্গৰ

এক লাখ ফ’ল’ৱাৰ আৰু ১০,০০০ ছাবস্ক্রাইবাৰৰ কোনে সর্বাধিক আয় দিয়ে?

Whats App: হোৱাটছএপ ব্যৱহাৰকাৰী সকলৰ বাবে সু-খবৰ !

এইবাৰ ষ্টেটাছ শ্বেয়াৰ কৰিব পাৰিব ইনষ্টাগ্ৰাম , ফেচবুকত

মেচেজিং এপ হিচাপে,আজিও জনপ্ৰিয়তাৰ শীৰ্ষত হোৱাটছএপৰ । তথাপিও,সময়ে সময়ে নতুন সুবিধা আগবঢ়াই আহিছে কোম্পানীটোৱে । কিন্তু এইবাৰ হোৱাটছএপে এটা ডাঙৰ চমক দিবলৈ সাজু হৈছে ।

ADVERTISEMENT

তথ্য অনুসৰি,অতি শীঘ্ৰেই হোৱাটছএপ ব্যৱহাৰকাৰীসকলে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টেটাছ আপডেট শ্বেয়াৰ কৰিবলৈ সক্ষম হ’ব ।

অৱশ্যে, স্বয়ংক্ৰিয়ভাৱে ই শ্বেয়াৰ নহয় । তাৰ বাবে, ‘হু কেন চি মাই ষ্টেটাছ’লৈ গৈ পৃথকভাবে ফেচবুক ষ্ট’ৰি আৰু ইনষ্টাগ্ৰাম ষ্ট’ৰি বাছনি কৰিব লাগিব ।

মেতাৰ ঘোষণা , তেওঁলোকে হোৱাটছএপক একাউণ্ট কেন্দ্ৰলৈ সলনি কৰিব বিচাৰে। অৱশ্যে, সেই ক্ষেত্ৰত চাট আৰু কলবোৰ আগৰ দৰেই এণ্ড-টু-এণ্ড এনক্ৰিপ্ট হৈ থাকিব।

অৱশ্যে, এই সুবিধা কেতিয়া মুকলি কৰা হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই । তথ্য অনুসৰি ইয়াৰ বাহিৰেও মেতাই বহুতো বৈশিষ্ট্যৰ ওপৰত কাম কৰি আছে।

যাৰ ভিতৰত এটা হ’ল মেনেজ অৱতাৰ, মেটা এআই ষ্টিকাৰ আৰু ইমাজিন মি ক্ৰিয়েচন একত্ৰিত কৰা। উল্লেযোগ্য যে ইয়াৰ উপৰিও নতুন সুবিধাও অনাৰ কথা জানিব পৰা গৈছে। যাৰ ভিতৰত এটা হৈছে কেমেৰাৰ ইফেক্ট ।

বিগত বৰ্ষত, ভিডিঅ’ কলৰ ক্ষেত্ৰত অনা হৈছিল নতুন কেমেৰা ইফেক্ট। এইবাৰ ফটো আৰু ভিদিঅ’ শ্বেয়াৰ কৰাৰ সময়ত ইউজাৰসকলে ব্যৱহাৰ কৰিব পাৰিব ৩০ টা বেগ্ৰাউণ্ড, ফিল্টাৰ আৰু ইফেক্ট !

অন্য এক সুবিধা যাৰ নাম ‘লিষ্ট’ যাৰ লক্ষ্যই হ’ল গ্ৰুপ চাট আৰু সহজ কৰা। এই বছৰৰ আৰম্ভণিতে আহিছিল চাট ফিল্টাৰ । এতিয়া হোৱাটছএপে সেই অভিজ্ঞতাক সমৃদ্ধ কৰিবলৈ আৰু এখোজ আগুৱাইছে ।

এই সুবিধাৰ সহায়ত, ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ চাট’সমূহ পৃথকে সজাব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FacebookTwitterwhats app
publisher

publisher

Related Posts

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d