DISPUR POLICE দিছপুৰ আৰক্ষীৰ অভিযানত মেঘালয়ৰ পূব খাছি পাহাৰৰ পৰা চুৰি বাইক উদ্ধাৰ
দিছপুৰ আৰক্ষীৰ বৃহৎ অভিযান । উদ্ধাৰ কৰা হয় কেবাখনো চুৰি বাইক।
দিছপুৰ আৰক্ষীৰ অভিযানত মেঘালয়ৰ পূব খাছি পাহাৰৰ পৰা উদ্ধাৰ কৰা হয় কেবাখনো চুৰি বাইক ।
চুৰি বাইককেইখনৰ ভিতৰত আছে ক্ৰমে, AS01GB-৮৫৯৮ (ৰয়েল এনফিল্ড গুৰেলা ৪৫০ ), AS15R-৪৮২৩ (বাজাজ পালছাৰ),লাপালঙৰ পৰা AS01ET-৯১৬৭ (বাজাজ পালছাৰ) আৰু AS ১২AH-১৬৪৮ (AS১২AH-১৬৪৮)।
পূব খাছি পাহাৰ মেঘালয়ৰ পাইনুৰছলা পি এছৰ অধীনত (ভাৰতৰ ওচৰত-বাংলাদেশ সীমান্ত) মেঘালয় আৰক্ষীৰ সহায়ত এই অভিযান চলোৱা হয়।
তদুপৰি, বৰপেটাৰ কয়াচুইৰ (১) ৰফিকুল আলী নামৰ বাইক লিফ্টাৰ কেইজন, (২)
পচিম মাজদিয়া, পি এছ সৰ্থেবাৰী, জিলা বৰপেটাৰ ছাইফুল আলী আৰু (৩) ছাদ্দাম খামক
বৰপেটাৰ পি এছ তাৰাবাৰী নিজবহাৰীৰ গোৰ্চুক অঞ্চলটোৰ পৰা আটক কৰা হয়।