Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Supreme Court Judgement:কাৰোবাক মিঞা-টিঞা বুলি কোৱাটো অপৰাধ নহয় : উচ্চতম ন্যায়ালয়

নিম্ন ৰুচি সম্পন্ন হ’ব পাৰে কিন্তু শাস্তিযোগ্য অপৰাধ নহয়

publisher by publisher
March 5, 2025
in India
Reading Time: 2 mins read
0
Supreme Court:এইবোৰৰ পাছত দৌৰি ফুৰাতকৈ চৰকাৰে ভাল কিবা কাম কৰক :উচ্চতম ন্যায়ালয়
1
SHARES
7
VIEWS
ShareShareShareShare

Supreme Court Judgement:

কাৰোবাক ‘মিঞা-টিঞা’ অথবা ‘পাকিস্তানী বুলি কোৱাটো নিম্ন ৰুচিৰ হ’ব পাৰে; কিন্তু ই ধর্মীয় অনুভূতিত আঘাত কৰা ধৰণৰ শাস্তিযোগ্য অপৰাধ নহয় ৷ মঙলবাৰে এইদৰে এক ৰায়ত কয় দেশৰ উচ্চতম ন্যায়ালয়ে। ভাৰতীয় দণ্ড বিধিৰ ২৯৮ৰ অধীনৰ এজন অভিযুক্তক সর্বোচ্চ ন্যায়ালয়ে এই ৰায়ৰ জৰিয়তে ৰেহাই দি আঙুলিয়াই দিয়ে যে এনে মন্তব্য যথোচিত নহয় যদিও ফৌজদাৰী প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় কোনো আইনগত ভিত্তি নাই।

ADVERTISEMENT

ন্যায়াধীশ বি বি নাগৰত্ব আৰু সতীশ চন্দ্ৰ শৰ্মাৰ যুটীয়া বিচাৰপীঠে হৰিনন্দন সিং নামৰ এজন অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ এই ৰায়দানৰ জৰিয়তে নিষ্পত্তি কৰে।অভিযোগ অনুসৰি, কৰ্তব্যৰত এজন চৰকাৰী কৰ্মচাৰীক সিঙে পাকিস্তানী বুলি কৈছিল।

RelatedPosts

Holder Of LMV Driving License Doesn’t Need Separate Authorisation To Drive Transport Vehicle Weighing Less Than 7500 KG: SC:৭,৫00 কিলোগ্রামৰ কম ওজনৰ বাহন চলাবলৈ নালাগে সুকীয়া অনুজ্ঞাপত্র:সৰ্বোচ্চ ন্যায়ালয়

Supreme court Judgement: নিৰ্বাচনৰ মাজত ইভিএমক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান

যোৱা ১১ ফেব্ৰুৱাৰীতে দিয়া ৰায়ত আদালতে কয়, ‘নিসন্দেহে তেওঁ কৰা মন্তব্য নিম্ন ৰুচিৰ। অৱশ্যে ই ধৰ্মীয় আৱেগত আঘাত কৰাটো নুসূচায়। সেয়েহে আমি আবেদনকাৰীক আইপিচিৰ ধাৰা ২৯৮ৰ অধীনত মোকলাই দিবলৈ কওঁ।”অভিযোগকাৰী হৈছে এজন উর্দু ভাষাৰ অনুবাদক আৰু তথ্য জনাৰ অধিকাৰ আইনৰ কেৰাণীৰূপে কৰ্মৰত। এক ন্যায়াধিকৰণৰ নিৰ্দেশমৰ্মে অভিযোগকাৰীয়ে ব্যক্তিগতভাৱে অভিযুক্ত সিঙক কিছুমান নির্দিষ্ট তথ্য ব্যক্তিগতভাৱে প্ৰদান
কৰিছিল।

আৰম্ভণিতে সিঙে এই নথিসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে যদিও পৰৱৰ্তী পৰ্যায়ত এইসমূহ গ্ৰহণ কৰে। একে সময়তে তেওঁ অভিযোগকাৰীৰ ধৰ্মৰ প্ৰসংগ আনি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এয়াই নহয়, তেওঁক চাকৰিৰ পৰা আঁতৰাই দিব বুলি ভয়-ভাবুকি প্ৰদৰ্শন কৰি হেঁচা প্ৰয়োগ কৰে। ইয়াৰ পাছত একাধিক আইপিচিৰ ধাৰাৰ অধীনত সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।

দণ্ডাধীশে বিচাৰ পুনৰীক্ষণ কৰি ধাৰা ৩৫৩, ২৯৮ আৰু ৫০৪ৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰে তথা আন দুটা ধাৰাৰ পৰা তথ্য-প্ৰমাণৰ অভাৱত ৰেহাই দিয়ে। আৰম্ভণিতে সত্ৰ আদালতে সিঙৰ আবেদন খাৰিজ কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজস্থান উচ্চ ন্যায়ালয়েও খাৰিজ কৰাত সিং উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে তেওঁক ৰেহাই দিয়ে।

উচ্চতম ন্যায়ালয়ৰ মতে, উচ্চ ন্যায়ালয়ে আইপিচি ধাৰা ৩৫৩ৰ অধীনত অভিযুক্তক মোকলাই নিদিয়াটো ত্রুটিপূর্ণ। তদুপৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে ধাৰা ৫০৪ও প্রযোজ্য নহয়, কিয়নো সিঙৰ মন্তব্য যথোপযুক্ত নহয় যদিও ধর্মীয় অনুভূতিত আঘাত হনা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Miya wordReligious SentimentsSupreme court Judgement
publisher

publisher

Related Posts

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ
India

March 9, 2026
মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি
News

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ
India

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ

March 8, 2026
মাৰ্চৰ প্ৰথম সপ্তাহত পশ্চিম এছিয়াৰ পৰা দেশলৈ উভতিল ৫২ হেজাৰৰো অধিক ভাৰতীয়!

মার্চৰ আৰম্ভণিতেই তীব্ৰ গৰমে দহিলে দিল্লী

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ
India

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ

March 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d