Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Supreme Court ৰাজপথত শিশুৰ স্তনপানত পৃথক কোঠাৰ দাবী, কেন্দ্র আৰু ৰাজ্যক নির্দেশ উচ্চতম ন্যায়ালয়ৰ

‘মাত্ৰী স্পৰ্শ’ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰাৰ পাছতে পুনৰ এই বিষয়টো উত্থাপিত হৈছে

publisher by publisher
March 5, 2025
in India
Reading Time: 1 min read
0
Affidavit of Central Government:অপৰাধত দোষী সাব্যস্ত ৰাজনীতিকৰ বাবে ছবছৰীয়া নিষেধাজ্ঞা যথেষ্ট
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

Supreme Court ৰাজপথত শিশুৰ স্তনপানত পৃথক কোঠাৰ দাবী, কেন্দ্র আৰু ৰাজ্যক নির্দেশ উচ্চতম ন্যায়ালয়ৰ

২০২৪ চনৰ এক নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে কৰ্মস্থলীত মাতৃসকলে স্তনপান কৰাব পৰাকৈ সুকীয়া কোঠাৰ বাবে অনুৰোধ জনাইছিল। এইবাৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহক মাতৃসকলক সন্তানক স্তনপান কৰাবলৈ সুবিধা প্ৰদানৰ নিৰ্দেশ দিয়ে।।

ADVERTISEMENT

ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ প্ৰসন্ন বি ভাৰালৰ বিচাৰপীঠে মন্তব্য কৰে যে মাতৃ আৰু নৱজাত শিশুৰ স্বাস্থ্যৰ বাবে স্তনপান কৰাটো অতি প্ৰয়োজনীয়।

বহু ক্ষেত্ৰত মাতৃসকলে ৰাজহুৱা স্থানত স্তনপান কৰাই অস্বস্তি অনুভৱ কৰে। ট্ৰেইন-বাছ, হস্পিতাল, অফিচত কোনো পৃথক কোঠা পোৱা নাযায়।

এই পৰিস্থিতিত আদালতে পৰ্যবেক্ষণ কৰিলে যে ৰাজহুৱাভাৱে স্তনপানৰ বিষয়টো পুৰণি কালৰ বুলি ল’ব নোৱাৰি। এই ক্ষেত্ৰত নাগৰিকে ইতিবাচক ভূমিকা ল’ব লাগিব।

‘মাত্ৰী স্পৰ্শ’ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰাৰ পাছতে পুনৰ এই বিষয়টো উত্থাপিত হৈছে।

এই সংস্থাই ৰাজপথত স্তনপান কৰোৱাৰ বাবে সুকীয়া কোঠা নিৰ্মাণ কৰিবলৈ দাবী জনায় । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ দাবী জনায়।

গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে মাতৃসকলে সন্তানক স্তনপান কৰাবলৈ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগে।

যদিও এই গোচৰৰ শুনানি ১৯ ফেব্ৰুৱাৰীত হৈছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ শেহতীয়াকৈ পোহৰলৈ আহিছে ।

উল্লেখ্য যে,২০২৪ চনত কেন্দ্ৰই কৰ্মক্ষেত্ৰত লিংগ বৈষম্যৰ মোকাবিলা কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছিল।

কৰ্মক্ষেত্ৰত এটা পৃথক স্তন্যপান কক্ষৰ বিষয়েও আলোচনা হৈছিল। উচ্চতম ন্যায়ালয়ে জনাই যে বৰ্তমানৰ গোচৰটোৰ শুনানিত নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Supreme Court
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য
News

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল
News

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d