Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

    সমীক্ষাত এনডিএৰ প্ৰত্যাৱৰ্তনৰ ইংগিত

    পুৱা ৯-১০ বজাৰ পূর্বে শিক্ষা সেতু এপত উপস্থিতি বাধ্যতামূলক শিক্ষকৰ

    Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Telangana:তেলেংগানাৰ সুৰংগত ১২ দিন বন্দী ! জীৱিত নে মৃত ? শ্ৰমিকসকলক বিচাৰি ওলাল এইবাৰ আৰক্ষীৰ বিশেষ কুকুৰ

publisher by publisher
March 6, 2025
in India
Reading Time: 1 min read
0
Telangana:তেলেংগানাৰ সুৰংগত ১২ দিন বন্দী ! জীৱিত নে মৃত ? শ্ৰমিকসকলক বিচাৰি ওলাল এইবাৰ আৰক্ষীৰ বিশেষ কুকুৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Telangana:

১২ দিন পাৰ হৈ গ’ল ! কিন্তু সন্ধান ওলোৱা নাই তেলেংগানাৰ সুৰংগত আৱদ্ধ হোৱা আঠ শ্ৰমিকৰ আৰু অভিযন্তা।তেওঁলোক জীৱিত নে মৃত, কি অৱস্থাত আছে সেয়া এতিয়াও পোহৰলৈ অহা নাই । আশাৰ পোহৰ প্ৰায় নুমাই গৈছে। সেই পৰিস্থিতিত এইবাৰ উদ্ধাৰ অভিযানত যোগ দিলে কেৰালা আৰক্ষীৰ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে।

ADVERTISEMENT

বৃহস্পতিবাৰে পুৱা কেৰালা চৰকাৰে জনাই যে মৃতদেহ বিচাৰি প্ৰশিক্ষণ প্ৰাপ্ত কুকুৰ কেইটা ইতিমধ্যে তেলেংগানালৈ ৰাওনা হৈছে। ৰাজ্য আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) যৌথ অনুৰোধত বিশেষ আৰক্ষী কুকুৰ কেইটা কেৰেলালৈ প্ৰেৰণ কৰা হৈছে।

RelatedPosts

হায়দৰাবাদ-বিজয়ৱাড়া হাইৱেত ভয়ংকৰ দুৰ্ঘটনা

নদীৰ পাৰত ১০০টা কুকুৰৰ মৃতদেহ উদ্ধাৰ: তেলেঙ্গানাত নৃশংস হত্যাকাণ্ড

তেলেঙ্গানাত ভয়ংকৰ পথ দুৰ্ঘটনা!

আনহাতে, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এগৰাকী বিষয়া প্ৰসন্ন কুমাৰে বিগত সোমবাৰে জনাই যে, আৱদ্ধ শ্ৰমিকসকলৰ সন্ধান বিচাৰি দিনে নিশাই ১২টা সংস্থাই কাম কৰি আছে । ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সমগ্র দেশৰ পৰা বিভিন্ন বিশেষজ্ঞক প্ৰেৰণ কৰিছে। কিন্তু হেজাৰ চেষ্টাৰ পাছতো এতিয়ালৈকে শ্ৰমিকসকলৰ ওচৰলৈ যোৱাটো সম্ভৱ হোৱা নাই। সুৰংগটোত জমা হোৱা পানী আৰু বোকাৰ স্তৰৰ বাবে, শ্ৰমিকসকল ওচৰত উপস্থিত হ’ব পৰা নাই ।

বিগত ২২ ফেব্ৰুৱাৰীত, তেলেংগানাৰ ৪৪ কিলোমিটাৰ দীঘল শ্ৰীশৈলম সুৰংগৰ এটা অংশ পুৱা প্ৰায় ৮.৩০ বজাত খহি পৰে। তাতে ১৩.৫ কিলোমিটাৰ ভিতৰত আৱদ্ধ হৈ পৰে আঠজন শ্ৰমিক। তেঁওলোকৰ উদ্ধাৰৰ বাবে প্ৰায় ৫০০ উদ্ধাৰকাৰীয়ে কাম কৰি আছে। আজি ১২ টা দিন ধৰি বহুতো প্ৰচেষ্টা কৰা হৈছে।

কিন্তু শ্ৰমিকসকলৰ অৱস্থান এতিয়াও জনা হোৱা নাই। আজিলৈকে তেওঁলোকৰ পৰা কোনো সঁহাৰি পোৱা নাই । ইফালে সময় যোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে যদিও উদ্ধাৰকাৰীসকলে আশা এৰি দিয়া নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: TELANGANATunnel Collapse
publisher

publisher

Related Posts

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

April 30, 2026
এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!
News

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

April 30, 2026
ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৯৪.৮২ টকালৈ অৱনমন
India

দেশত বৃদ্ধি অর্হতাতকৈ কম বেতনত নিয়োজিত উচ্চ শিক্ষিতৰ সংখ্যা

বেঙ্গালুৰুত দেৱাল ধ্বস, দুজন শিশু সহ সাতজনৰ মৃত্যু

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d