Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

    নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

    সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দেশত বৃদ্ধি অর্হতাতকৈ কম বেতনত নিয়োজিত উচ্চ শিক্ষিতৰ সংখ্যা

publisher by publisher
April 30, 2026
in India, News
Reading Time: 1 min read
0
দেশত বৃদ্ধি অর্হতাতকৈ কম বেতনত নিয়োজিত উচ্চ শিক্ষিতৰ সংখ্যা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Why choose PayID Pokies Australia? Fast withdrawals and top-notch casino security

Unlocking NRL betting Australia: A beginner’s guide to the best odds and bonuses

Online Casino Echtgeld Boni 2026: So sichern Sie sich die besten Angebote

বহুতৰে অলক্ষিতে দেশত ক্রমে অর্হতাতকৈ কম বেতনত নিয়োজিত হোৱা উচ্চ শিক্ষিত যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কোনো সাধাৰণ শিক্ষানুষ্ঠানৰ নহয়, দিল্লী বিশ্ববিদ্যালয়ৰ লেখীয়া অগ্ৰণী শিক্ষানুষ্ঠানৰ পৰা কৃতিত্বৰে শিক্ষা সমাপ্ত কৰি ওলাই অহা বহুতেও মনে বিচৰা দৰমহাৰ চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ADVERTISEMENT

এনে পৰিস্থিতিত অধিকাংশই অর্হতাতকৈ কম বেতনৰ কামত নিজকে নিয়োজিত কৰিবলৈ বাধ্য হৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি দেশৰ অগ্রণী শিক্ষানুষ্ঠানসমূহতো শিক্ষা গ্রহণ কৰা বা ডিগ্রী গ্ৰহণ কৰা মাথোঁ ৪০ শতাংশইহে বছৰি পাঁচ লাখ টকাৰ দৰমহাৰ চাকৰি পাবলৈ সক্ষম হৈছে। বাকী ৬০ শতাংশ তেনেই কম দৰমহাৰ চাকৰিতে নিয়োজিত হৈ থাকিবলৈ বাধ্য হৈছে। সময় আগবঢ়াৰ লগে লগে এই সমস্যা অধিক জটিল হোৱাৰ আশংকায়ো দেখা দিছে।

লক্ষ্যণীয় যে অর্হতাতকৈ কম দৰমহা লাভৰ কামত নিয়োজিতসকলৰ হা-হুমুনিয়াহ বুজিবলৈ বহুতেই সক্ষম হোৱা নাই। এই বেদনা কেনে হ’ব পাৰে সেয়া এগৰাকী যুৱতী চাকৰি প্রত্যাশীৰ মন্তব্যই স্পষ্ট কৰিছে। সম্প্রতি দিল্লীৰ এটা প্রতিষ্ঠানত ইন্টার্ণশ্বিপ কৰি থকা এই ছাত্ৰীগৰাকীয়ে জনায় যে তেওঁ ৯৮ শতাংশ নম্বৰ লৈ দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ এখন বিখ্যাত কলেজত নামভর্তি কৰে।

এই কলেজৰ পৰা তেওঁ প্ৰথম শ্ৰেণীৰ ডিগ্রী গ্ৰহণ কৰাৰ পাছতো এটা সংস্থাপন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। এই সম্পৰ্কত তেওঁ কয়, ‘মোৰ সকলো প্রচেষ্টা অথলে গৈছে। মই এনে এটা কাম পাইছো যি কামৰ দৰমহা মোৰ অৰ্হতাৰ স’তে কোনো সামঞ্জস্য নাই।’ আনহাতে, এক সমীক্ষাত দেখা গৈছে যে ডিগ্রী সমাপ্ত কৰি চাকৰিৰ বজাৰলৈ অহাসকলৰ ৭৩ শতাংশই বছৰি পাঁচ লাখ টকাৰ দৰমহাৰ চাকৰি আশা কৰে। ইয়াৰে মাথোঁ ৪০ শতাংশইহে এনে এটা চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। বাকীসকলে অৰ্হতাৰ তুলনাত বহু কম পৰিমাণৰ দৰমহাতে নিয়োজিত হ’বলগীয়া হৈছে।

অৱশ্যে আন এক সমীক্ষাত ইয়াতকৈ অধিক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। এই সমীক্ষা অনুসৰি দেশৰ স্নাতক ডিগ্রীধাৰীসকলৰ ৮৪ শতাংশই নিবনুৱা হৈ আছে। একেদৰে ৮৫ শতাংশ অভিযান্ত্রিক ডিগ্রীধাৰীয়েও সংস্থাপন পোৱা নাই। তদুপৰি ১৭ শতাংশ ডিগ্রীধাৰীয়ে চাকৰিৰ প্ৰস্তাৱ দেৰিকৈ বা তেওঁলোক পোৱা প্রস্তাৱ বাতিল হোৱাৰ ঘটনাও সংঘটিত হৈছে।

ইপিনে, এমবিএৰ দৰে পেছাদাৰী ডিগ্রী গ্ৰহণ কৰাসকলৰ ক্ষেত্ৰতো সমস্যা বৃদ্ধি পাইছে। শেহতীয়া সমীক্ষা অনুসৰি ৩০ শতাংশ এমবিএ ডিগ্রীধাৰীয়ে বছৰি ১০ লাখ টকাতকৈ কম দৰমহাৰ চাকৰিত নিয়োজিত হ’বলগীয়া হৈছে। একেদৰে ৩৯ শতাংশ অভিযন্তাই বার্ষিক সাত লাখতকৈ কম টকাৰ দৰমহাৰ চাকৰিত মকৰল হ’বলগীয়া হৈছে। এই সম্পর্কত একাংশ বিশ্লেষকে মন্তব্য কৰা অনুসৰি চাকৰিৰ বজাৰৰ এই ন্যূনতা সময়ভিত্তিক পৰিৱৰ্তন নহয়।

দৰাচলতে ই হৈছে এক গাঁথনিগত পৰিৱৰ্তন। আনষ্টপ শীর্ষক প্রতিষ্ঠানৰ প্ৰতিষ্ঠাপক অংকিত আগৰৱালে কয়, ‘দৰমহাৰ ক্ষেত্ৰত আহি পৰা এই ব্যৱধান বজাৰ ভাগি পৰাৰ ফল নহয়। এয়া হৈছে এক গাঁথনিগত শুধৰণি। ভাৰতীয় উদ্যোগ প্রতিষ্ঠানসমূহে ক্ষন্তেকৰ বাবে নিয়োগ কৰিবলৈ লৈছে। গতিকে নিয়োগকাৰীয়ে চাকৰি প্ৰাৰ্থীৰ নম্বৰ বা চাকৰি প্রার্থীয়ে অধ্যয়ন কৰা শিক্ষানুষ্ঠান কিমান নামী সেয়া লক্ষ্য নকৰা হৈছে। তেওঁলোকে দৰাচলতে চাকৰি প্ৰাৰ্থীৰ সামৰ্থৰ প্রমাণ বিচাৰে।’

একাংশৰ মতে বর্তমানে উদ্যোগ প্রতিষ্ঠানসমূহে ডিগ্রীতকৈ কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ ছিকিউবিটি আদিব দক্ষতাহে অধিক বিবেচনা কৰিবলৈ লৈছে। এই সম্পর্কত এজন বিশেষজ্ঞই কয় যে শেহতীয়াভাৱে প্ৰযুক্তিৰ উত্তৰণে চাকৰিৰ প্ৰাৰ্থীসকলক যোগ্যতা সুকীয়াকৈ নিৰূপণ কৰাইছে। এজন বিশেষজ্ঞৰ মতে ৮০ৰ পৰা ৮৬ শতাংশ চাকৰি প্রার্থীয়ে কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি আবেদনপত্র লিখে আৰু কৃত্রিম বুদ্ধিমত্তাৰ ওপৰতে নিৰ্ভৰ কৰি সাক্ষাৎকাৰত অবতীর্ণ হয়। ইয়াৰ বিপৰীতে নিয়োগ কর্তায়ো কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি আবেদনপত্ৰসমূহ পৰীক্ষা কৰে।

ফলত এনে চাকৰি প্রত্যাশীয়ে সংস্থাপন লাভ কৰাটো কঠিন হৈ পৰে। লক্ষ্যণীয় যে স্নাতক মহলাৰ অধ্যয়নৰত ৫৫ শতাংশ আৰু অভিযান্ত্রিক স্নাতক পাঠ্যক্রম অধ্যয়ন কৰি থকা ৪৬ শতাংশৰে কৃত্রিম বুদ্ধিমত্তাৰ আনুষ্ঠানিক শিক্ষা নাই। এনে অবস্থাতো বহুতে কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি চাকৰিৰ আবেদনপত্র লিখিবলৈ লোৱাটোবে তেওঁলোকে ডাঙৰ প্ৰশ্নৰ উদয় কৰে নিয়োগকৰ্তাৰ মনত। অৱশ্যে এই সম্পর্কত আন এজন বিশেষজ্ঞই কয় যে কৃত্রিম বুদ্ধিমত্তাৰ দৰে প্ৰযুক্তি অহাৰ পাছত ব্যক্তিগত প্রতিষ্ঠানসমূহত উচ্চ হাৰৰ দৰমহাৰ পদ হ্রাস পাবলৈ ধৰিছে। ইয়াৰ বিপৰীতে শিক্ষা গ্ৰহণৰ ব্যয় বৃদ্ধি পাবলৈ ধৰিছে।

এনে অবস্থাতে বিভিন্ন প্রতিষ্ঠানে কেম্পাছ ৰিক্ৰুইটমেন্ট উদ্বেগজনকভাবে হ্রাস কৰিছে। আনহাতে বহুতে চাকৰি পালেও কর্মত যোগদানৰ এবছৰৰ ভিতৰতে চাকৰি ত্যাগ কৰে। এক সমীক্ষা অনুসৰি, নতুনকৈ চাকৰিত যোগদান কৰা ৪৮ শতাংশই এবছৰৰ ভিতৰতে কাম ত্যাগ কৰে। ইয়াৰ কাৰণ অৰ্হতাতকৈ নিম্ন হাৰৰ দৰমহা, কামৰ অত্যধিক চাপ আদি। এনে পৰিস্থিতিত বহু প্রতিভাশালী ছাত্র-ছাত্রীও দিশহাৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত
Assam

August 24, 2026
সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল
International

সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

August 24, 2026
নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা
News

নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

August 24, 2026
পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান
News

পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

August 24, 2026
নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা
International

নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

August 24, 2026
সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে
International

সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

August 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d