Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

    গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

    Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

    Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

    Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Sahitya Akademi বিশিষ্ট সাহিত্যিক অঞ্জন শর্মালৈ অসমীয়া ভাষাত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা

publisher by publisher
March 7, 2025
in India
Reading Time: 1 min read
0
Sahitya Akademi বিশিষ্ট সাহিত্যিক অঞ্জন শর্মালৈ অসমীয়া ভাষাত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Sahitya Akademi বিশিষ্ট সাহিত্যিক অঞ্জন শর্মালৈ অসমীয়া ভাষাত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা

প্ৰাচীন কামৰূপৰ ইতিহাস’ শীর্ষক অনূদিত গ্রন্থখনৰ বাবে অঞ্জন শর্মালৈ এই সন্মান

ADVERTISEMENT

:পাঠশালাৰ সন্তান অঞ্জন শৰ্মালৈ“ প্ৰাচীন কামৰূপৰ ইতিহাস“শীৰ্ষক অনূদিত গ্ৰন্থৰ বাবে ২০২৪-২৫ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা ৷

বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ’ Early History Of Kamrupa’ গ্ৰন্থ খন অসমীয়ালৈ অনূদিত কৰিছিল অঞ্জন শৰ্মাই।

প্ৰচাৰৰ পৰা আতৰি থকা সাহিত্যৰ নিৰৱ সাধক অঞ্জন শৰ্মা এগৰাকী প্ৰচাৰ বিমুখ সাহিত্যিক ৷ তেওঁৰ সাহিত্যচৰ্চা দীঘলীয়া-

হিংসা নে অহিংসা ( ৰাজনৈতিক পৰ্যালোচনা)১৯৮৩,আন্ধাৰতে যি সাৰ পায় ( ৰাজনৈতিক প্ৰৱন্ধ সংকলন),অন্তহীন গগন ভাইৰাছ জীৱন ( উপন্যাস),অসম আৰু অসম গণ পৰিষদ ( ৰাজনৈতিক পৰ্যালোচনা), ড্ৰাগ ( নিচাসেৱনৰ বিৰুদ্ধে তথ্যভিত্তিক লেখা),এইডছ্ ( সমাজৰ বিভীষিকাময় ৰোগৰ এক তথ্যভিত্তিক পৰ্যালোচনা),সংযুক্ত সৈন্যবাহিনীৰ সৰ্বাধিনায়ক চিলাৰায় আৰু তেওঁৰ সময়ছোৱা ( অনুবাদ, মূল ইংৰাজী গ্ৰন্থৰ লেখক: জ্যোতিপ্ৰসাদ ৰাজখোৱা)
আইতাক মই কিদৰে পঢ়িবলৈ শিকালো (অনুবাদ, মূল ইংৰাজী গ্ৰন্থৰ লেখক: সুধা মূৰ্তি),ভিন্ন জন ভিন্ন মন: জীৱন তোমাক অভিবাদন ( অনুবাদ, মূল ইংৰাজী গ্ৰন্থৰ লেখক; সুধা মূৰ্তি),হিউৱেন চাঙ যদি এতিয়া অসমলৈ আহে ,শিৰডী সাইবাবা আৰু অন্য সদগুৰু (যুটীয়া অনুবাদ হিমাংশু শেখৰ দাসৰ সৈতে, মূল ইংৰাজী গ্ৰন্থৰ লেখক: চন্দ্ৰভানু সৎপথী),জিজ্ঞাসা আৰু মীমাংসা যুটীয়া অনুবাদ হিমাংশু শেখৰ দাসৰ সৈতে, মূল ইংৰাজী গ্ৰন্থৰ লেখক: চন্দ্ৰভানু সৎপথী),শ্ৰী সদগুৰু সাইনাথ সগুণোপাসনা ( অনুবাদ),শ্ৰীগুৰু ভাগৱত ( নৱাক্ষৰী অনুবাদ, প্ৰথম খন্ড),শ্ৰীগুৰু ভাগৱত ( নৱাক্ষৰী অনুবাদ, দ্বিতীয় খন্ড),
শ্ৰীগুৰু ভাগৱত ( নৱাক্ষৰী অনুবাদ, তৃতীয় খন্ড),ইন্দিৰা গান্ধী: ব্যক্তি আৰু ব্যক্তিত্বৰ ওলোটা পিঠি ( ৰাজনৈতিক পৰ্যালোচনা),কোচবিহাৰৰ ইতিহাস ( অনুবাদ, মূল বঙালী গ্ৰন্থৰ লেখক: খাঁ চৌধুৰী আমানতউল্লা আহমদ),ইতিহাসে ৰিঙিয়ায় : নৰনাৰায়ণ চিলাৰায় ( বীৰগাথা),এগৰাকী যোগীৰ আত্মজীৱনী ( অনুবাদ, মূল ইংৰাজী গ্ৰন্থৰ লেখক: পৰমহংস যোগানন্দ), কোচবিহাৰ কিদৰে হ’ল বঙ্গৰ অঙ্গ? ( ৰাজনৈতিক পৰ্যালোচনা), পাৰমাণৱিক সময় ( পৰমাণু বোমাৰ জন্মগাথা আৰু সাম্প্ৰতিক বিশ্বৰ অৱলোকন), অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস ( ৰাজনৈতিক পৰ্যালোচনা),লুইতপৰীয়াসকল সাৱধান! আকৌ আহিছে মান…( কাব্য সংকলন) , ইতিহাসৰ গোলাম ( ৰাজনৈতিক পৰ্যালোচনা), প্ৰাচীন কামৰূপৰ ইতিহাস ( কনকলাল বৰুৱাৰ Early History of Kamrupaৰ অসমীয়া ভাঙনি), হিমালয়ৰ এগৰাকী যোগীৰ সন্ধানত: এগৰাকী যোগীৰ আত্মকথা ( অনুবাদ, মূল ইংৰাজী গ্ৰন্থৰ লেখক: শ্ৰী এম),কোচবিহাৰৰ বুৰঞ্জী ( অনুবাদ, মূল ইংৰাজী গ্ৰন্থৰ লেখক: ভগৱতীচৰণ বন্দ্যোপাধ্যায়),বিজনী ৰাজবংশাৱলী ( অনুবাদ, মূল বঙালী ভাষাৰ গ্ৰন্থৰ লেখক: তাৰিণীপ্ৰসাদ সেন),অসমৰ সংবাদ মাধ্যম : ১৭৫ বছৰীয়া বৰ্ণিল ইতিহাস আৰু বহি: প্ৰেক্ষাপট ( 175 Years of Media in Assam and Beyond)/ সম্পাদনা ,বজালী বৈভৱ: অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছিল ৷

মহাবাহু ,মাহেকীয়া ব্ৰহ্মপুত্ৰ’সম্পাদক ৰূপে কাৰ্যনিবাহ কৰাৰ উপৰিও শৰ্মাই Indigenous ( mouthpiece of the North East Indigenous Peoples Forum),সাপ্তাহিক নীলাচল (১৯৮৮- ১৯৯৬)নতুন দৈনিক ,এদিনৰ স’তেও জড়িত আছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sahitya Akademi
publisher

publisher

Related Posts

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা
India

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

October 25, 2026
দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান

October 24, 2026
মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ
India

মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ

October 24, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ভূমিকা নথকাৰ দাবী নেহা বৰাৰ, তথাপি দিব লাগিব শান্তিৰক্ষাৰ মুচলেকা

মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d