Telangana High Court
২০১৩ চনৰ হায়দৰাবাদত সংঘটিত দুটা বিস্ফোৰণৰ অপৰাধত পাঁচজন দোষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে তেলেংগানা উচ্চ ন্যায়ালয়ে।
ADVERTISEMENT
দুই বিস্ফোৰণত ১৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে প্ৰায় ১৩১ জন লোক আহত হয়।
এনআইএ (National Investigation Agency) আদালতে এই গোচৰত দোষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।
উচ্চ ন্যায়ালয়ে সেই শাস্তি সমৰ্থন কৰে।