Malaysia: দুদিনীয়া ভ্ৰমণসূচীৰে কুয়ালালামপুৰলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।
ADVERTISEMENT
কুয়ালালামপুৰৰ মেলেছিয়াত পৰ্যটনৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহন কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।
পৰ্যটন ক্ষেত্ৰক আৰু অধিক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা মন্ত্ৰীগৰাকীৰ।