Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দুৰ্গম অঞ্চল হোৱা বাবেই বৈছৰণক বাছি ল’লে ! নাছিল কোনো নিৰাপত্তা ব্যৱস্থা 

স্থানীয় সন্ত্ৰাসবাদীয়ে বাট দেখুৱাই নিছিল ! 

publisher by publisher
April 24, 2025
in India, News
Reading Time: 1 min read
0
দুৰ্গম অঞ্চল হোৱা বাবেই বৈছৰণক বাছি ল’লে ! নাছিল কোনো নিৰাপত্তা ব্যৱস্থা 
1
SHARES
12
VIEWS
ShareShareShareShare

Pahalgam attack : মঙলবাৰে পহলগামৰ বৈছৰণত পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৰসংহাৰ সম্পূৰ্ণ পৰিকল্পিত আছিল। নিৰীহ-নিৰস্ত্ৰ দেশী-বিদেশী পৰ্যটকৰ ওপৰত সংঘটিত কৰা এই আক্ৰমণৰ পৰিকল্পনা পাকিস্তানী সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এজন নেতাই প্ৰস্তুত কৰাৰ তথ্য চোৰাংচোৱাই উদ্ধাৰ কৰিছে।

ADVERTISEMENT

ভাৰত-বিৰোধী সন্ত্ৰাসবাদী সংগঠনটোৰ এই নেতাজনৰ নাম ছইফুল্লা খালিদ ওৰফে ছইফুল্লা কাছুৰি। পহলগামৰ নৰসংহাৰত জড়িত চাৰি সন্ত্ৰাসবাদীৰ ফটো নিৰাপত্তা সংস্থাসমূহে ৰাজহুৱা কৰে। নিৰস্ত্ৰ-নিৰীহ পৰ্যটকৰ তেজেৰে হাত ৰাঙলী কৰা এই চাৰি সন্ত্ৰাসবাদীৰ নাম হ’ল আদিল গুৰু, আছিফ ফুজি, ছুলেমান শ্বাহ আৰু আবু তালহা ৷ ইতিমধ্যে নিৰাপত্তা বাহিনীসমূহে সমগ্র পহলগাম আগুৰি ধৰি সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

RelatedPosts

ভাৰতীয় সেনাৰ স’তে জোঁট বান্ধিছে পৰিচালক বিবক অগ্নিহোত্রীয়ে

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

মৃত্যুৰ পূৰ্বে একেখিনি কথাই কয় সকলোৱে!

উল্লেখ্য যে মঙলবাৰে এই নৰসংহাৰ সংঘটিত কৰাৰ পাছতে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে লস্কৰ-ই-তৈবাৰ মদতপুষ্ট (ছায়া সংগঠন) দ্য ৰেজিষ্টেণ্ট ফ’ৰ্চ ফ্ৰ’ণ্টে। সূত্ৰৰ মতে,এই আক্ৰমণত পাকিস্তানৰ উপৰি স্থানীয় সন্ত্রাসবাদীও জড়িত আছে। পাকিস্তানী সন্ত্রাসবাদীক এই স্থানীয় সন্ত্রাসবাদীয়ে বাট দেখুৱাই বৈছৰণলৈ লৈ যোৱা বুলি সন্দেহ কৰা হৈছে। পহলগামৰ মূল চহৰৰ পৰা ছাৰে ছয় কিলোমিটাৰ নিলগত অৱস্থিত প্ৰকৃতিৰ ৰম্যপুৰী বৈছৰণ এক দুর্গম অঞ্চল।

পাহাৰ-পৰ্বত তথা ওখ ওখ পাইন গছৰে ঘেৰি ৰখা অঞ্চলটোত কেৱল কটিয়া ঘোঁৰাত উঠি বা খোজকাঢ়িহে উপস্থিত হ’ব পাৰি। আনহাতে, তদন্তকাৰীৰ মতে, মঙলবাৰে ঘটনাটো সংঘটিত হোৱাৰ সময়ত এই পর্যটনস্থলীত নিৰাপত্তা ব্যৱস্থা নাছিল।নিৰাপত্তাৰ এই সুৰুঙা।সন্ত্ৰাসবাদীয়ে লোৱা বুলি সন্দেহ কৰা হৈছে। তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সেনা আৰু আৰক্ষীৰ পোছাক পৰিহিত অৱস্থাত থকা সন্ত্ৰাসবাদীৰ দলটোৰ প্ৰত্যেকৰে হাতত এ কে-৪৭ ৰাইফল আছিল। তদুপৰি দলটোৰ হাতত স্নাইপাৰ ৰাইফলো আছিল। পৰ্যটকসকলৰ মাজৰ ওচৰত পোৱা সকললৈ এ কে-৪৭ ৰাইফলৰে আৰু দূৰৈত থকাসকলক স্নাইপাৰ ৰাইফলৰে গুলিবৰ্ষণ কৰে দলটোৱে। ফলত হতাহতৰ সংখ্যা বৃদ্ধি পায়।

ইপিনে,অঞ্চলটো দুৰ্গম স্থানত অৱস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত ঘটনাৰ খবৰ পালেও ততাতৈয়াকৈ ঘটনাস্থলীত নিৰাপত্তা বাহিনী উপস্থিত হ’ব পৰা নাছিল। সূত্ৰৰ মতে, গুলিৰ আঘাতত সৃষ্ট ক্ষতৰ পৰা বহু সময় ধৰি হৈ থকা অতিৰিক্ত ৰক্তক্ষৰণৰ ফলতো কে’বাজনো পৰ্যটকৰ মৃত্যু হয়। আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰিব পৰা হ’লে একাংশৰ প্ৰাণ ৰক্ষা পৰিলেহেঁতেন বুলিও প্রত্যক্ষদর্শীয়ে প্ৰকাশ কৰিছে।

গভীৰ অৰণ্যত অস্থায়ী শিবিৰ পাতি সাজু হৈছিল সন্ত্রাসবাদী

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মঙলবাৰে ক্ষুদ্ৰ ছুইজাৰলেণ্ডৰূপে খ্যাত বৈছৰণত নিৰীহ পৰ্যটকসকলৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ পূর্বে সন্ত্রাসবাদীয়ে ঘন জংঘলত অস্থায়ী শিবিৰ স্থাপন কৰে । তদন্তকাৰীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি স্থানীয় সন্ত্ৰাসবাদী আৰু ‘শ্লীপাৰ এজেণ্ট’ৰ সহায়ত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কাশ্মীৰত বাৰে বাৰে আশ্রয়স্থল সলনি কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ই।

এনআইএৰ তদন্তকাৰী দলে ঘটনাস্থলীৰ পৰা গুলিৰ খোলা আৰু মাটিৰ নমুনা সংগ্ৰহ কৰিছে। উল্লেখ্য যে ২৬/১১ মুম্বাই আক্ৰমণৰ মূল পৰিকল্পক হাফিজ মহম্মদ ছয়ীদ আৰু জাকিউৰ ৰহমান লাভবিৰ ওপৰত দ্য ফিনান্সিয়েল একচন টাস্ক ফ’ৰ্চে নিষেধাজ্ঞা আৰোপ কৰাত তেওঁলোকে ছায়া বা মদতপুষ্ট সন্ত্রাসবাদী সংগঠন গঢ়ি তোলাৰ তথ্য উদ্ঘাটন হৈছে। এই আৰ্হিতে দ্য ৰেজিষ্টেণ্ট ফ্ৰণ্ট (টিআৰএফ), তেহৰিক লবাইক য়া মুছলিম আদি সন্ত্ৰাসবাদী সংগঠনৰ জন্ম হৈছে।

নিৰাপত্তা সংস্থাই উদ্ধাৰ কৰা অনুসৰি জম্মু-কাশ্মীৰক বিশেষ ক্ষমতা প্রদান কৰা দেশৰ সংবিধান ৩৭০ অনুচ্ছেদ সংসদে বাতিল কৰাৰ সময়ত ২০১৯ত কাশ্মীৰী সন্ত্রাসবাদী শ্বেখ ছাজ্জাদ গুলে টিআৰএফ গঠন কৰে। কেতিয়াৰে পৰা সন্ত্রাসবাদী সংগঠনটোৱে লস্কৰ-ই-তৈবাৰ ছায়া সংগঠনৰূপে কাম কৰাৰ তথ্য উদ্‌ঘাটন হৈছে।

দেশৰ সাৰ্বভৌমত্বত আঘাত হনাৰ লক্ষ্যৰে টিআৰএফে চেষ্টা কৰি অহাৰ তথ্যও পোহৰলৈ আহিছে। সন্ত্রাসবাদী সংগঠনটোৰ মূল লক্ষ্য হৈছে কাশ্মীৰী পণ্ডিত আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকল।একাংশ নিৰাপত্তা বিশেষজ্ঞৰ মতে, লস্কৰ-ই-তৈবা মদতপুষ্ট পাকিস্তানী গুপ্তচৰ সংস্থা আইএছআয়েও সহায় কৰি আহিছে। ২০২৩৩ টিআৰএফক সন্ত্রাসবাদী সংগঠন আখ্যা দি ভাৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে।

উল্লেখ্য যে যোৱা বছৰৰ জুনত একাংশ পুণ্যার্থীৰ ওপৰত সংঘটিত আক্ৰমণতো টিআৰএফ জড়িত আছিল। এই আক্ৰমণত কমেও ১০ জন পুণ্যার্থীৰ মৃত্যু হয় ৷

ব’ডী কেম ব্যৱহাৰ কৰিছিল সন্ত্রাসবাদীয়ে

মঙলবাৰে আক্ৰমণ সংঘটিত কৰাৰ সময়ত পাকিস্তানী সন্ত্রাসবাদী দলটোৱে ব’ডী কেম প্রযুক্তি ব্যৱহাৰ কৰাৰ তথ্য তদন্তত উদ্ধাৰ হৈছে। এনেদৰে পৰ্যটকসকলৰ ফটোও তুলি লক্ষ্য নিশ্চিত কৰি লয় সন্ত্রাসবাদী দলটোৱে। এইদৰে পৰিকল্পিতভাৱে সন্ত্ৰাসবাদীৰ দলটোৱে বৈছৰণত নৰসংহাৰ সংঘটিত কৰে। নিৰ্বিচাৰ গুলিবর্ষণত ইজনৰ পাছত আনজনকৈ বহুসংখ্যক পর্যটক ঢলি পৰে। ৰাঙলী হৈ পৰে সেউজ তৃণভূমি।

ঘটনাস্থলী পৰিদৰ্শন গৃহমন্ত্ৰী শ্বাহৰ

পৰ্যটকৰ তেজেৰে ৰাঙলী হোৱা বৈছৰণৰ ঘটনাস্থলীত কালি উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। মঙলবাৰে ঘটনাৰ খবৰ পাই শ্ৰীনগৰত উপস্থিত হোৱা শ্বাহ কালি পুৱা নৰসংহাৰস্থলীত উপস্থিত হৈ সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ বলি হোৱা লোকসকলৰ পৰিয়ালৰ অৱস্থাৰো বুজ লয় । শ্বাহৰ ভ্ৰমণৰ সমান্তৰালভাৱে এজন আৰক্ষী মহা-পৰিদৰ্শকৰ নেতৃত্বত এনআইএৰ এটা দলো কালি ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। ঘটনাৰ পুংখানুপুংখ তদন্ত আৰু স্থানীয় আৰক্ষী এনএআইক সহায় কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

মুখ ঢাকি আছিল সন্ত্ৰাসবাদীৰ দলটোৱে

বৈছৰণৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত অৱসৰ বিনোদন কৰি থকা দেশী-বিদেশী পৰ্যটকসকলৰ মাজত আকস্মিকভাৱে উপস্থিত হোৱা সন্ত্ৰাসবাদী দলটোৱে মুখ ঢাকি আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায়। এই সম্পৰ্কত এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, ‘কোনোৱে যদি কটিয়া ঘোঁৰাচালন কৰি আছিল, কোনোৱে আকৌ কোমল ঘাঁহনিত বহি নিজৰ মাজতে গল্প-গুজৱ কৰি আছিল ৷ কোনোৱে আকৌ খাদ্যগ্ৰহণ কৰি আছিল। তেনে অৱস্থাতে আকস্মিকভাৱে এটা সশস্ত্র দল উপস্থিত হয়। মুখ ঢাকি থকা দলটোৱে পৰ্যটকসকলক ঘেৰাও কৰি ধৰি গুলিবর্ষণ কৰে।’ আন এজন প্রত্যক্ষদর্শীয়ে কয়, ‘আক্ৰমণকাৰী দলটোত কমেও পাঁচজন আছিল। ধীৰে-সুস্থিৰে তেওঁলোকে পর্যটকসকললৈ গুলিবর্ষণ কৰি পাহাৰৰ ফালে আঁতৰি যায়। পৰিস্থিতি দেখি এনে লাগিছিল যেন তেওঁলোকে আক্রমণ সংঘটিত কৰাৰ পাছত গন্তব্যস্থলী,পূৰ্বৰে পৰা ঠাৱৰ কৰি থৈছিল । কাক কাক গুলিয়াব সেয়াও দলটোৱে ঠিক কৰা যেন লাগিছিল।’ এজন প্ৰত্যক্ষদৰ্শীৰ মতে, দলটোৱে পর্যটকসকলক নাম আৰু ধৰ্ম সুধি বাছি বাছি গুলিবর্ষণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DeathJammu and KashmirPahalgamPahelgam Terror AttackTerrorists
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d