Horoscope – মেষ:কর্মতৎপৰতা বজাই ৰাখিব। শৰীৰ মধ্যম। প্ৰেমত বিৰোধ । প্ৰতিকাৰ তুলসী গছত পানী দিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।
বৃষ : কৰ্মত উদ্বেগ থাকিব। তথাপি যোগাযোগ বন্ধ
কৰিব পাৰিব। উচ্চ শিক্ষাত ভাল ফলাফল দেখা দিব। প্রতিকাৰ : পুৱা আৰু সন্ধিয়া শুক্রস্তোত পাঠ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৭।
মিথুন : আজি কোনো বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰিব পাৰিব। ব্যৱসায় বা বাণিজ্যৰ দ্বাৰা আয়ৰ বৃদ্ধিৰ যোগ। প্ৰতিকাৰ : দুৰ্বল গৰুক দানা খুৱাব। শুভ ৰং নীলা। শুভ সংখ্যা ৪।
কর্কট : কর্মস্থান বা বিষয়ত কিছু চিন্তা থাকিব। পাৰিবাৰিক শুভ। স্বাস্থ্য মধ্যম। প্ৰতিকাৰ : তামৰ পাত্ৰত পানী খাব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।
সিংহ : কর্মস্থানত স্বচ্ছতা নাপাবও পাৰে। প্ৰেমত আৰু দাম্পত্যত মৰম ৷ ৰুদ্ৰ ব্যৱহাৰ ত্যাগ কৰিব। প্ৰতিকাৰ:সূর্য প্রণাম কৰিব।। শুভ ৰং নীলা। শুভ সংখ্যা ৮।
কন্যা : আর্থিক দিশত ভাল দেখা যাব। কৰ্মক্ষেত্ৰত দক্ষতা বৃদ্ধি হ’ব। বিদ্যাত বাধা আছে। প্ৰতিকাৰ :এজন শিশুক পায়স খুৱাব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।
তুলা : আর্থিকভাৱে ব্যৱসায়-বাণিজ্যত মধ্যম। বিবাহৰ যোগ দেখা দিব । প্ৰতিকাৰ: হনুমান চালিচা পাঠ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৬।
বৃশ্চিক : ভ্ৰমণৰ যোগ দেখা দিব। ব্যৱসায়ত ভাল। উচ্চ শিক্ষাত বাধা দূৰ হ’ব। প্ৰতিকাৰ : মঙ্গল স্তোত্র পাঠ কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা
ধনু :কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল। উচ্চ শিক্ষাত বাধা দূৰ হ’ব ।প্ৰতিকাৰ : কোনো পূজাৰীক ফলদান কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।
মকৰ :কৰ্মস্থানত গতানুগতিক পৰিৱেশ থাকিব। ভ্রমণ লাভজনক হ’ব। প্ৰতিকাৰ : শিৱ মন্দিৰ দৰ্শন কৰিব। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৪।
কুম্ভ : শিল্পকলাত পাৰদৰ্শিতা বৃদ্ধি পাব। দিনটোত খৰচৰ সংখ্যা বৃদ্ধি হ’ব পাৰে। শৰীৰ মধ্যম। প্ৰতিকাৰ : আজি অলপ কলা তিল খাব। শুভ ৰং ক’লা, শুভ সংখ্যা ৬।
মীন : আজি বিশেষ কিছুমান কাৰ্যসূচীৰ সঠিক সমাধান পাব। মনৰ কোনো আশা পূৰণ হ’ব পাৰে । প্ৰতিকাৰ :আজি নিৰামিষ আহাৰ খাব । শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।