Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিভিন্ন সমস্যাত আজিও জৰ্জৰিত কাঁহিকুছি গাঁও পঞ্চায়তৰ জনসাধাৰণ 

ৰাজ্যৰ এক ব্যতিক্ৰমী পঞ্চায়ত হিচাপেও অবহেলিত 

publisher by publisher
May 6, 2025
in Assam, News
Reading Time: 1 min read
0
বিভিন্ন সমস্যাত আজিও জৰ্জৰিত কাঁহিকুছি গাঁও পঞ্চায়তৰ জনসাধাৰণ 
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

পহিলা আগষ্টৰ পৰা নতুন পঞ্চায়ত আৰম্ভ হোৱাৰ জাননী ধোঁৱাচাঙত

State Government has Formed a Special Committee on Panchayats:পঞ্চায়তক লৈ ৰাজ্য চৰকাৰে গঠন কৰিলে বিশেষ কমিটী

Panchayat Election : ২২ বছৰ পাছত দাৰ্জিলিঙত পুনৰ অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

Panchayat :কামৰূপ মহানগৰ জিলাৰ কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাৰ গ্ৰাম্য জনসাধাৰণ আজিও বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে।এলেকাটোৰ মাটিয়াৰ পৰা পৰিবহণৰ নামত আজিলৈ কোনো ব্যৱস্থা লোৱা নহ’ল।

ADVERTISEMENT

ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে গুৱাহাটীৰ পৰা মইনাখোৰোং – চকৰ্দো – মাটিয়া হৈ ৰাণী গেটলৈ পৰিবহনৰ ব্যৱস্থা কৰাৰ কথা আছিল যদিও সেয়া কেইদিনমানৰ বাবেহে প্ৰযোজ্য হয়।

বৰ্তমান পৰিবহণ ব্যৱস্থাৰ নামত ৰাইজৰ খোজ কাঢ়ি অহা -যোৱাৰ বাহিৰে বিকল্প ব্যৱস্থা নাই। এনে অৱস্থাত উক্ত পথেৰে চৰকাৰী পৰিবহন ব্যৱস্থাৰ প্ৰয়োজন।মাটিয়া অঞ্চলটোৰ কালীমন্দিৰলৈ যোৱা পথটোৰ উন্নয়নৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ২০১৮-১৯ বৰ্ষৰ প্ৰথম কিস্তিত পাঁচ লাখ টকা অনুদান দিয়াৰ পাছতো পথটোৰ উন্নয়ন নহ’ল।

তেনেদৰে মাটিয়া অঞ্চলৰ জনসাধাৰণে চিকিৎসা আৰু বিশুদ্ধ খোৱা পানীৰ নামত আজিও বঞ্চিত হৈ থকাৰ অভিযোগ আছে। এলেকাটো পাহাৰীয়া ঠাইত অৱস্থিত বাবে বিশুদ্ধ খোৱা পানী যোগানত চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশেষ সফলতা লাভ কৰা নাই।

যি দুখন চৰকাৰী খোৱা পানী যোগান আঁচনি আছে সেয়াও নামত চলি থকা বুলি ৰাইজৰ অভিযোগ।খৰালী কালত সমগ্ৰ এলেকাটোত বিশুদ্ধ খোৱা পানীৰ তীব্ৰ অভাৱে দেখা দিয়ে। আনহাতে চিকিৎসাৰ নামত জনসাধাৰণে আজাৰালৈ আহিবলগীয়া হয়। যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবে ৰোগীক অধিক ধন খৰচ কৰিহে চিকিৎসালয়লৈ অনা -নিয়া কৰিবলগীয়া হয়।

ৰাইজে এলেকাটোত এখন উপস্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা লোৱা নহ’ল। ঠিক তেনেদৰে মাটিখুটুনী আৰু দেউৰালী অঞ্চলৰ জনসাধাৰণৰ বাবেও পৰিবহণ আৰু চিকিৎসাৰ কোনো সু ব্যৱস্থা আজিলৈ কৰা নহ’ল।

গাঁও পঞ্চায়তখনৰ খেতি পথাৰত জলসিঞ্চনৰ বাবে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ কালমণি জলসিঞ্চন আঁচনিখন আছে যদিও উক্ত আঁচনিৰ প্ৰয়োজনীয় মেৰামতি আৰু চোৱা-চিতাৰ অভাৱত আঁচনি খনৰ জৰিয়তে কৃষকসকল বিশেষ ভাৱে লাভাৱান্বিত হোৱা নাই।

আনহাতে এলেকাটোৰ কাঁহিকুছিস্থিত অৰ্ধসাপ্তাহিক “কাঁহিকুছি বজাৰ”খন বৃহত্তৰ অঞ্চলটোৰ থলুৱা কৃষকৰ একমাত্ৰ বজাৰ যদিও বজাৰখনৰ বিশেষ উন্নতি নহ’ল। উক্ত বজাৰখন চুপাৰ মাৰ্কেটলৈ উন্নত কৰিবলৈ অঞ্চলটোৰ জনসাধাৰণে জনাই অহা দাবী শীঘ্ৰে কাৰ্যকৰী কৰিলে স্থানীয় শতাধিক ক্ষুদ্ৰ ব্যৱসায়ী লাভবান হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰে সমন্বয়ৰ এনাজৰীডাল দৃঢ় হৈ আছে এই গাঁও পঞ্চায়তখনত। পঞ্চায়ত এলেকাটোৰ বিভিন্ন ঠাইত বসবাস কৰা জনজাতীয় লোকসকলৰ কৃষ্টি -সংস্কৃতিৰ লগতে অন্যান্য জনগোষ্ঠী সমূহৰো কৃষ্টি -সংস্কৃতিক এক অনন্য ৰূপত সংৰক্ষণ কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

উল্লেখযোগ্য যে এই পঞ্চায়ত এলেকাটোৰে পাটগাঁও নামৰ গাঁও খনৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে ৰজাদিনীয়া ঐতিহাসিক স্মৃতিচিহ্ন। চৰকাৰী অবহেলা আৰু অমনোযোগিতাৰ ফলত সেই স্মৃতিচিহ্নসমূহৰ সৰহসংখ্যক ভাগি-চিগি যাবলৈ ধৰিছে।

এই ঐতিহাসিক স্মৃতিচিহ্নবোৰ উপযুক্তভাবে বৈজ্ঞানীকৰণ ব্যৱস্থাৰে সংৰক্ষিত কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। এই ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট দায়িত্ব আছে। বিশেষকৈ ৰাজ্যিক পৰ্যটন বিভাগে ইয়াৰ ব্যৱস্থা ল’ব পাৰে। পাটগাঁৱক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা শীঘ্ৰে ল’ব লাগে।

পঞ্চায়ত এলেকাটোৰ বিভিন্ন ঠাইত স্থাপন কৰা শৌৰশক্তি চালিত বিজুলী বাটিবোৰ যি সমূহ অচল হৈ পৰিছে সেইবোৰ পুনৰ মেৰামতি কৰি কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে।

সাধাৰণতে আমাৰ মনলৈ ধাৰণা আহে গাঁও পঞ্চায়ত বুলিলে গ্ৰামাঞ্চলৰ ভিতৰৰ কেবাখনো গাঁৱৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত এটি অঞ্চলৰ ছবি।

য’ত দুই – এটা ধৰ্মৰ লগতে চাৰি -পাঁচটামান সম্প্ৰদায়ৰ লোকৰ বাসস্থানৰে গঢ়ি উঠা এক পিচপৰা অঞ্চল। পিছে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি “কাঁহিকুছি গাঁও পঞ্চায়ত”ত। য’ত বিমানবন্দৰ, ৰে’ল ষ্টেচন, পাহাৰ, ভৈয়াম, বিভিন্ন ধৰ্মৰ, বিভিন্ন ভাষা-ভাষী তথা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে ভিন্ন সম্প্ৰদায়ৰ লোকৰ সমাহাৰ ঘটিছে।

গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় সোতৰ কিলোমিটাৰ দূৰৈত দক্ষিণ – পশ্চিম কোণত আছে “কাঁহিকুছি গাঁও পঞ্চায়ত”। বৰ্তমান জালুকবাৰী বিধানসভা সমষ্টিৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত এই ” কাঁহিকুছি গাঁও পঞ্চায়ত”খন ব্যতিক্ৰমী পঞ্চায়তেই নহয় অনন্যও। কিয়নো এই গাঁও পঞ্চায়তখনৰ এলেকাতেই আছে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। গাঁও পঞ্চায়তখনৰ মাজেৰে যোৱা ” কামাখ্যা – যোগীঘোপা ব্ৰডগ’জ ৰেলপথৰ ৰে’ল ষ্টেচনটোও আছে এই গাঁও পঞ্চায়ততে।

নাম “আজাৰা ৰে’ল ষ্টেচন” । অকল সেয়াই নহয় এই গাঁও পঞ্চায়তখনৰে পাটগাঁৱত আছে সীমান্ত ৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়। আনকি অতিকে গুৰুত্বপূৰ্ণ বিভাগ এন ডি আৰ এফ (NDRF)ৰ কাৰ্যালয়টোও ইয়াতে আছে। পঞ্চায়ত এলেকাটোত বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে ৰাজ্যিক গ্ৰামোন্নয়ন বিভাগৰ সম্প্ৰসাৰণ কেন্দ্ৰ,অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ, কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কেন্দ্ৰীয় বাগান শস্য গৱেষণা কেন্দ্ৰৰ কাঁহিকুছি আঞ্চলিক কেন্দ্ৰৰ উপৰি কেবাখনো ব্যক্তিগত উচ্চ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আছে।

পাহাৰ – ভৈয়ামৰ এলেকাৰে গঢ়ি উঠা এই কাঁহিকুছি গাঁও পঞ্চায়তখন বিভিন্ন ধৰ্মৰ লোকৰ লগতে বিভিন্ন জাতি – জনগোষ্ঠী আনকি বিভিন্ন ভাষা-ভাষী লোকৰো মিলনভূমি। অনুসূচিত জাতি, অনুসূচিত জনজাতি, হৰিজনকে আদিকৰি সকলো শ্ৰেণীৰ লোকৰ সমন্বয়ৰে গঢ়ি উঠা কাঁহিকুছি গাঁও পঞ্চায়তখন যিদৰে হিন্দু, মুছলমান, খৃষ্টান,শিখ আদি বিভিন্ন ধৰ্মৰ লোক বাস কৰি আহিছে তেনেদৰে অসমীয়া, কছাৰী, বাংলা, হিন্দী, ইংৰাজী আদিকে ধৰি বিভিন্ন ভাষা -ভাষী লোকৰ সমন্বয়ৰে ভাতৃত্বৰ এনাজৰীডাল মজবুত কৰি অনৈক্যৰ মাজত ঐক্য গঢ়ি তুলিছে।

তেনেস্থলত “কাঁহিকুছি গাঁও পঞ্চায়ত”ৰ দৰে এনে ব্যতিক্ৰমী গাঁও পঞ্চায়ত বিচাৰি পাবলৈ কঠিন হ’ব। কাঁহিকুছি গাঁও পঞ্চায়তখন ৯ খন ৰাজহ গাঁৱৰে গঠিত।২০১১ লোকপিয়ল অনুসৰি গাঁও পঞ্চায়ত খনৰ সৰ্বমুঠ জনসংখ্যা ১৯৯৯৩ গৰাকী। ইয়াৰে ১০৫৫৬ গৰাকী পুৰুষ আৰু ৯৪৩৭ গৰাকী মহিলা।

গাঁও অনুসৰি জনসংখ্যা হ’ল পাটগাঁও -২৭৭২ গৰাকী, জৱে-২২৮ গৰাকী, মাটিখুটুনী -১১ গৰাকী, দেউৰালী -১৩৫ গৰাকী, যোগীপাৰা -৪৪৮২ গৰাকী, কমাৰগাঁও -২ গৰাকী, কাঁহিকুছি -৯৯১৭ গৰাকী, পাঁচনীয়াপাৰা -২৪৪৬ গৰাকী আৰু জংগলীপাৰা – ০ গৰাকী।

আনহাতে ২০২৫ চনত প্ৰকাশিত ভোটৰ তালিকা অনুসৰি কাঁহিকুছি গাঁও পঞ্চায়তৰ ভোটাৰৰ সংখ্যা সৰ্বমুঠ ১২০১৪ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৫৮১৩ গৰাকী আৰু মহিলা ভোটাৰ ৬২০১ গৰাকী। শেহতীয়াকৈ গাঁও পঞ্চায়ত এলেকাটোত বিভিন্ন ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ গঢ়ি উঠাৰ লগতে বিভিন্ন ঠাইৰ পৰা আহি মাটি -জমি ক্ৰয় কৰি নিগাজিকৈ থাকিবলৈ লোৱা পৰিয়ালৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে।

এনে অৱস্থাত বৰ্তমান  কাঁহিকুছি গাঁও পঞ্চায়তখনৰ জনসংখ্যা ৪০ হেজাৰতকৈও অধিক হ’ব বুলি অনুমান কৰিব পাৰি। এই ক্ষেত্ৰত দেশৰ একমাত্ৰ ব্যতিক্ৰমী গাঁও পঞ্চায়ত হিচাপে “কাঁহিকুছি গাঁও পঞ্চায়ত”লৈ বিশেষ পেকেজ ঘোষণা কৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰে গাঁও পঞ্চায়তখনক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Panchayat
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d