Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নাম সলনি হৈছে নেকি মাউণ্ট আবুৰ ?

ৰাজস্থান চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিক্ষোভ প্ৰতিবাদ !

publisher by publisher
May 6, 2025
in India, News
Reading Time: 1 min read
0
নাম সলনি হৈছে নেকি মাউণ্ট আবুৰ ?
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

ৰাজস্থানত পেলেষ্টাইনৰ সমৰ্থনত প’ষ্টাৰ! ভাৰত এৰিবলৈ নিৰ্দেশ বিদেশী দম্পতীক

Mount Abu : সলনি হৈছে নেকি মাউণ্ট আবুৰ নাম? সূত্ৰৰ অনুসৰি,ৰাজস্থান চৰকাৰে এই ধৰণৰ সিদ্ধান্ত লোৱাৰ পথত। ‘টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্ৰতিবেদন অনুসৰি এই খবৰ পোহৰলৈ অহাৰ লগে লগে ৰাজ্যখনৰ ২৩টা সংগঠনে ৰাজপথলৈ ওলাই আহি এই চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি বিক্ষোভ প্ৰতিবাদ আৰম্ভ কৰিছে ।

ADVERTISEMENT

তেওঁলোকে কয় যে পৰ্যটকসকলৰ পৰিচিত মাউণ্ট আবুৰ নাম সলনি কৰাৰ চৰকাৰৰ সিদ্ধান্ত কোনো ধৰণে গ্ৰহণ কৰা নহ’ব।

সূত্ৰ অনুসৰি, স্থানীয় প্ৰশাসনিক পৰ্যায়ত মাউণ্ট আবুৰ নাম সলনি কৰাৰ বাবে দীৰ্ঘদিন ধৰি আলোচনা চলি আছে। মাউণ্ট আবুৰ বাবে এটা নামও প্ৰস্তাৱ কৰা হৈছে।

যদি নামটো সলনি কৰা হয়, নতুন নামটো হ’ব ‘আবু ৰাজ তীৰ্থ’। সূত্ৰ অনুসৰি, কেৱল নাম সলনি কৰাই নহয়, আবু পৰ্বতৰ ওচৰত সুৰা আৰু আমিষ খাদ্যও নিষিদ্ধ কৰা হ’ব।

২০২৪ চনৰ অক্টোবৰ মাহত স্থানীয় প্ৰশাসনিক পৰ্যায়ত নাম সলনি কৰাৰ ধাৰণাটো আলোচনা কৰা হয়।

প্ৰতিবেদন অনুসৰি, স্থানীয় স্ব-শাসিত সংস্থাটোৱে এই সন্দৰ্ভত ২৫ এপ্ৰিলত মাউণ্ট আবু পৌৰ নিগমলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনে এটা নাম পৰিৱৰ্তনৰ প্ৰস্তাৱ দিছিল। আৰু তেতিয়াৰ পৰাই, আৰম্ভ হৈছে বিতৰ্ক।

হোটেলকে ধৰি কেবাটাও সংস্থাই অভিযোগ কৰে যে ইয়াক মাউণ্ট আবু হিচাপে পৰ্যটকৰ মাজত অধিক জনপ্ৰিয়। নামটো সলনি কৰিলে ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাব।

স্থানীয় ৰাইজৰ অভিযোগ যে মাউণ্ট আবুৰ নাম সলনি কৰাৰ বাবে স্থানীয় বিধায়ক আৰু মন্ত্ৰীজনৰ সমৰ্থন আছে।

উল্লেখ্য যে,বহুতো স্থানীয় লোক আৰু হোটেল ব্যৱসায়ীয়ে দাবী কৰে যে মাউণ্ট আবুৰ এটা বেলেগ পৰিচয় আছে। ৰাজস্থানৰ অন্যতম জনপ্ৰিয় পৰ্যটন ক্ষেত্ৰৰ নাম সলনি কৰিলে পৰ্যটন ব্যৱসায় প্ৰভাৱিত হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mount AbuRajasthan
publisher

publisher

Related Posts

দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

September 25, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d